■ ১৮ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব নতুন এছঅ’পি ।
■ এছঅ’পি অনুসৰি সন্ধিয়া ছয় বজাৰ লৈকে খুলিব পাৰিব দোকান বজাৰ ।
■ৰাতি সাতটাৰ পৰা পুৱা পাঁচ বজালৈ সান্ধ্য আইন বলৱৎ হ’ব ।
■ বিবাহ বা মংগলিক কাৰ্যত ২৫ শতাংশ লোকহে উপস্থিত থাকিব পাৰিব ।
■ জনসাগমত মাস্ক পৰিধান কৰা বাধ্যতামূলক ।
■ MBBS চূড়ান্ত বৰ্ষ ,BSC নাৰ্ছিং GNM চূড়ান্ত বৰ্ষৰ পাঠদান এক ছেপ্টেম্বৰৰ পৰা আৰম্ভ ।
■ আন্ত:জিলাৰ যান-বাহন চলাচলৰ ক্ষেত্ৰত যুগ্ম-অযুগ্ম সংখ্যাৰ নীতি-নিয়ম নাথাকিব ।
■বন্ধ থাকিব সকলো চেনেমা হ’ল ।
■ধাবা -হোটেল ৰেষ্টুৰেণ্ট ৫০শতাংশ লোকহে যাব পাৰিব ।
■মুকলি স্থানত ২০০ জন লোক উপস্থিত হৈ সভা অনুষ্ঠিত কৰিব পাৰিব।
■ইতিহাস প্ৰসিদ্ধ স্থানত এঘন্টাত ২০ লোকে পৰিদৰ্শন কৰিব পাৰিব ।