Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ভাৰতীয় অভিযানৰ কৰ্মচাৰীসকলক যকি দৰে প্ৰত্যাহ্বানপূৰ্ণ আৰু কঠিন পৰিস্থিতিৰ মাজেৰে ওলিয়াই অনা হৈছিল!

publisher by publisher
August 17, 2021
in News
Reading Time: 1 min read
0
ভাৰতীয় অভিযানৰ কৰ্মচাৰীসকলক যকি দৰে প্ৰত্যাহ্বানপূৰ্ণ আৰু কঠিন পৰিস্থিতিৰ মাজেৰে ওলিয়াই অনা হৈছিল!

1234713059

6
SHARES
60
VIEWS
ShareShareShareShare

দুখন ভাৰতীয় বিমান বাহিনী চি-১৭ পৰিবহণে, ১৫ আগষ্টত ভাৰতীয় দূতাবাসৰ কৰ্মীসকলক উদ্ধাৰ কৰিবৰ বাবে কাবুললৈ ৰাওনা হয়, য’ত অভিযান ৰক্ষাকাৰী ভাৰত-তিব্বত সীমান্ত আৰক্ষীও জড়িত হৈ আছিল । ভাৰতীয় অভিযানৰ কৰ্মচাৰীসকলক যি প্ৰত্যাহ্বানপূৰ্ণ আৰু কঠিন পৰিস্থিতিৰ মাজেৰে ওলিয়াই অনা হৈছে তাৰ বিৱৰণী এতিয়া প্ৰকাশ পাইছে ।

ADVERTISEMENT

সূত্ৰ অনুসৰি, ১৫-১৬ আগষ্টৰ নিশা পৰিস্থিতি অতি সংকতাপন্ন হৈ পৰে ফলত উদ্ধাৰ কাৰ্য সম্ভৱ নহয় । ভাৰতীয় দূতাবাস তালিবানৰ পৰ্যবেক্ষণত আছিল আৰু উচ্চ সুৰক্ষিত গ্ৰীণ জ’ন – বৃহৎ দুৰ্গযুক্ত জিলা য’ত সৰহসংখ্যক দূতাবাস আৰু আন্তৰ্জাতিক সংস্থা আছে সেইসমূহ উলংঘন কৰা হৈছিল ।

RelatedPosts

পাকিস্তানৰ F-16 ধ্বংস কৰাৰ দাবী আফগানিস্তানৰ, ভিডিঅ’ক লৈ সন্দেহ

এয়াৰস্ট্ৰাইকক লৈ উত্তপ্ত পৰিস্থিতি, পাকিস্তানক কঠোৰ সতর্কবার্তা আফগানিস্তানৰ

তালিবানৰ আক্ৰমণত পুনৰ ৰক্তাক্ত পাকিস্তান!

ভাৰতত ভ্রমণ কৰা আফগানীসকলৰ ভিছা প্রক্রিয়া কৰা ছাহিৰ ভিছা এজেন্সিত তালেবানীসকলে অভিযান চলায় । তেওঁলোকে জনায় যে, কালি আইএএফ বিমানত উদ্ধাৰ কৰা ভাৰতীয় কর্মীৰ ৪৫ জনীয়া প্রথম বেচক বিমানবন্দৰত যোৱাৰ পথত তালিবান সেনাই বাধা দিছিল ।

কেইজনমান ভাৰতীয় কর্মীৰ ব্যক্তিগত সামগ্ৰী তালিবানীসকলে বিমানবন্দৰত যোৱাৰ সময়ত হস্তক্ষেপ কৰে । কাবুলৰ পৰা ৰাওনা হোৱা প্রথম ভাৰতীয় পৰিবহন বিমানখন বিমানবন্দৰৰ বিশৃংখলতাৰ বাবে অতি প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ মাজেৰে উৰণ আৰম্ভ কৰিছিল, কিয়নো হেজাৰ হেজাৰ হতাশ আফগানীসকলে দেশ ত্যাগ কৰিব বিচাৰিছিল ।

ভাৰতীয় কূটনৈতিক দলৰ বাকী সদস্যসকলে কালি বিমানবন্দৰত যোৱা পথ বন্ধ হৈ পৰাত ওলাই আহিব নোৱাৰে । মার্কিন মন্ত্রী এন্টনি ব্লিংকেন আৰু বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ মাজত ভাৰতীয় কর্মীসকলক কাবুল বিমানবন্দৰত স্থানান্তৰিত কৰাত সহায় কৰিবলৈ নিশা বৈঠক অনুষ্ঠিত হয় ।

ৰাষ্ট্ৰদূত ৰুদ্ৰেন্দ্ৰ টণ্ডনসহ ভাৰতীয় অভিযানৰ  বাকী থকা ১২০ জন সদস্য‌ই দ্বিতীয়খন আইএএফ চি-১৭ বিমানৰ সহায়ত আফগানিস্তান ত্যাগ কৰে আৰু গুজৰাটৰ জামনগৰত অৱতৰণ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AfghanistanKabulTaliban
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d