Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

১৪শ কোটিৰ দুৰ্নীতিত লিপ্ত হৈও কিদৰে ড° বুজৰবৰুৱা বাহাল তবিয়তে

আৰক্ষীয়ে প্ৰাক্তন উপাচাৰ্যৰ ঘৰ বিচাৰি নোপোৱাতো ৰহস্য

publisher by publisher
August 18, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
১৪শ কোটিৰ দুৰ্নীতিত লিপ্ত হৈও কিদৰে ড° বুজৰবৰুৱা বাহাল তবিয়তে
7
SHARES
67
VIEWS
ShareShareShareShare

ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যদ্বয় ক্ৰমে ড° ৰঞ্জিত তামুলী আৰু ড° কন্দৰ্প কুমাৰ দাসক শেহতীয়াকৈ দুৰ্নীতিৰ অভিযোগত ৰাজ্যপাল তথা বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য জগদীশ মুখীয়ে নিলম্বন কৰিলেও দুৰ্নীতিৰ সদাগৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য ড° কমল মল্ল বুজৰবৰুৱাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমে ।

ADVERTISEMENT

কালি ইয়াত এক সংবাদমেলত পৰিষদে ২০০৯ৰ পৰা ২০১৯ৰ পৰ্যন্ত অসম কৃষি বিশ্ববিদ্যালয়ত উপাচাৰ্যৰ দায়িত্বত থাকি ড° বুজৰবৰুৱাই সংঘটিত কৰা বিয়াগোম বিত্তীয় কেলেংকাৰি সন্দৰ্ভত সৰৱ হৈ ৰাজ্যপাল, আৰক্ষী সঞ্চালকপ্ৰধানক লিখিত তথ্য আৰু দুখনকৈ থানাত গোচৰ দিয়াৰ পাছতো দুবছৰে কোনো পদক্ষেপ নল’লে বুলি ক্ষোভ ব্যক্ত কৰে ।

RelatedPosts

New Rajbhawan : বিকাশৰ বাবে এদিন, খাৰঘূলিত নতুন ৰাজভৱনৰ ভূমিপূজন-শিলান্যাস

National Children’s Science Exhibition :৪৯ সংখ্যক ৰাষ্ট্ৰীয় বাল-বৈজ্ঞানিক প্ৰদৰ্শনী ২০২২ ৰ উদ্বোধনি অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখী

MORIGAON DISTRICT ESTABLISHED DAY : বৰ্তমান মৰিগাঁও জিলাখন ৰাষ্ট্ৰা-পথৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজ্যখনৰ উন্নত জিলাসমূহৰ সমপৰ্যায়ৰঃ মন্ত্ৰী পীযুষ হাজৰীকা

পৰিষদৰ সভাপতি বলেন বৈশ্য‌ই কয় যে ডিব্ৰুগড় আৰু কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যদ্বয়ক অপসাৰণে বিশ্ববিদ্যালয় দুখনত বিৰাজ কৰি থকা বিশৃংখলাৰ অৱসান ঘটাব; কিন্তু আচাৰ্য মুখীয়ে এই ক্ষেত্ৰত ‘খেনোক দেখি ৰন্ধা-বঢ়া, খেনোক দেখি দুৱাৰ মৰা’ নীতি অৱলম্বন কৰিছে । বৈশ্য‌ই কয়, ‘এই একেজন আচাৰ্য‌ই অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° কমল মল্ল বুজৰবৰুৱাই সংঘটিত কৰা পৰ্বতসম দুৰ্নীতিবোৰৰ ক্ষেত্ৰত ৰহস্যজনকভাৱে নিশ্চুপ হৈ আহিছে ।

ড° বুজৰবৰুৱাৰ ব্যাপক দুৰ্নীতিৰ সম্পৰ্কত সম্পূৰ্ণ তথ্য-প্ৰমাণ দাখিলৰ পাছতো আচাৰ্য মুখীয়ে কিয় নিৰৱ ভূমিকা গ্ৰহণ কৰিছে আমি আচৰিত হৈছো । ২০১৯তে যোৰহাট আৰু বশিষ্ঠ আৰক্ষী থানাত দুটাকৈ গোচৰ দিয়াৰ পাছতো আজি পৰ্যন্ত অসম আৰক্ষীয়ে হাত সাবটি বহি থাকিল । প্ৰমাণসহ তথ্যসমৃদ্ধ এজাহাৰ দাখিলৰ পাছতো সংশ্লিষ্ট থানাই কোনো পদক্ষেপ গ্ৰহণ নকৰাত উপায়ন্তৰ হৈ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তকো লিখিত অভিযোগ দাখিল কৰিছো, কিন্তু তেওঁ এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ।’

উল্লেখ্য যে ২০০৯ৰ পৰা ২০১৯লৈ ১০ বছৰীয়া কাৰ্যকালত ড° বুজৰবৰুৱাই শৈক্ষিক, প্ৰশাসনিক আৰু বিত্তীয় বিভাগত প্ৰায় ১৪শ কোটি টকাৰ দুৰ্নীতি সংঘটিত কৰিছিল বুলি পৰিষদৰ সভাপতি বৈশ্য‌ই অভিযোগ কৰি পুনৰ কয় যে কৃষি বিশ্ববিদ্যালয়ত সংঘটিত দুৰ্নীতিৰ ১৬টা অভিযোগৰ আধাৰত পদ্মশ্ৰী অজয় দত্তকে ধৰি কে’বাজনো সচেতন নাগৰিকে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছিল । ৫৪/২০১৪ নম্বৰৰ এই আবেদনৰ ৰায়দান কৰি আদালতে ড° বুজৰবৰুৱাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ নিজাববীয়া তদন্তৰ নিৰ্দেশ দিছে ।

অনিচ্ছাসত্ত্বেও আচাৰ্য মুখীয়ে আদালতৰ নিৰ্দেশত প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান মুকেশ সাহাইৰ নেতৃত্বত এখন তিনিজনীয়া সমিতি গঠন কৰি দিছিল বুলি উল্লেখ কৰি সভাপতি বৈশ্য‌ই কয়, ‘এই সময়তে ২০১৯ৰ ১৬ ফেব্ৰুৱাৰীত আচাৰ্য মুখীৰ হাতত প্ৰতিবেদন দাখিল কৰে যদিও ধুৰন্ধৰ ড° বুজৰবৰুৱাৰ বিৰুদ্ধে কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে ।’

ড° বুজৰবৰুৱাই কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈ থাকোতে সংঘটিত কৰা বিয়াগোম দুৰ্নীতি সন্দৰ্ভত তথ্যসহ ১৪টা অভিযোগ আচাৰ্য মুখীৰ হাতত অৰ্পনৰ পাছতো তেওঁ কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস গোটাব নোৱাৰিলে বুলি সভাপতি দাসে প্ৰশ্ন কৰে । তেওঁ আৰু কয় যে ২০১৯ৰ ২৪ ডিচেম্বৰত তথ্যৰ ভিত্তিত সাতটা প্ৰধান অভিযোগসহ যোৰহাট সদৰ থানাত এক এজাহাৰ আৰু সেই বৰ্ষৰে ২৮ ডিচেম্বৰত বশিষ্ঠ আৰক্ষী থানাত আন এক এজাহাৰ দাখিল কৰা হৈছিল ।

যোৰহাট থানাৰ ৩৬০০/২০১৯ আৰু বশিষ্ঠ থানাৰ ২২০১/২০১৯ নম্বৰৰ গোচৰ দুটাৰ সম্পৰ্কত তদন্ত আৰম্ভ‌ই কৰা নহ’ল বুলি সভাপতি বৈশ্য‌ই ক্ষোভ ব্যক্ত কৰি কয়, ‘দুৰ্নীতি নিৰ্মূলৰ বাবে পৰিষদে ইমান অভিযোগ দিয়াৰ পাছতো আচৰ্যকে ধৰি আৰক্ষীয়ে কোনো ভূমিকা গ্ৰহণ নকৰা কাৰ্য‌ই আমাক হতাশ কৰিছে । অন্য সংগঠনৰ দৰে নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ আমাৰ আন্দোলন কৰাৰ ইচ্ছা নাছিল; কিন্তু এতিয়া আমাৰ হাতত উপায় নাই । সেয়ে চৰকাৰ তথা আচাৰ্য মুখীলৈ আমাৰ মুকলি আহ্বান এয়ে যে অহা অক্টোবৰৰ ভিতৰত ইয়াৰ ব্যৱস্থা নল’লে নৱেম্বৰৰ পৰা সমগ্ৰ অসমজুৰি ব্যাপক আন্দোলন গঢ়ি তুলিব হিন্দু যুৱ-ছাত্ৰ পৰিষদে ।’

উল্লেখ্য যে প্ৰয়োজনত ৰাজভৱন ঘেৰাওৰ লগতে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ সন্মুখতো ড° বুজৰবৰুৱাৰ বিয়াগোম দুৰ্নীতিৰ বিৰুদ্ধে পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি বৈশ্য‌ই সংবাদমেলত সদৰী কৰে ।

দুৰ্নীতিৰ সম্ৰাট ড° বুজৰবৰুৱাৰ ঘৰ বিচাৰি পোৱা নাই বশিষ্ঠ আৰক্ষীয়ে

অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° বুজৰবৰুৱাৰ বিৰুদ্ধে বশিষ্ঠ আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰটোৰ তদন্তকাৰী বিষয়াই ড° বুজৰবৰুৱাৰ ঘৰ বিচাৰি পোৱা নাই বুলি অভিযোগকাৰী পক্ষৰ আগত সদৰী কৰিছে । এই সন্দৰ্ভত কালি হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি বৈশ্য‌ই কয়, ‘বশিষ্ঠ আৰক্ষী থানাৰ গোচৰটোৰ তদন্তকাৰী বিষয়া জনৈক দাসে ফোন কৰি বুজৰবৰুৱাৰ ঘৰ বিচাৰি পোৱা নাই বুলি কৈছে । ড° বুজৰবৰুৱাৰ ঘৰ বিচাৰি নোপোৱাতো বৰ্তমান সময়ত এক ডাঙৰ খবৰ । তেওঁ ঘৰ-মাটি বেচি পলাল নেকি ?’

উল্লেখ্য যে যিজনে ১০ বছৰ কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈ প্ৰতিখন চৰকাৰৰ দিনত বিভিন্ন বিভাগত উপদেষ্টাৰ দায়িত্ব গ্ৰহণ কৰি আহিছে, সেইজনক মহানগৰীৰ স্মাৰ্ট আৰক্ষীয়ে বিচাৰি নোপোৱা বিষয়টোৱে আৰু ৰহস্য ঘনীভূত কৰিছে বুলি সভাপতি বৈশ্য‌ই মন্তব্য কৰে ।

ৰাজ্যপাল মুখীয়ে ড° বুজৰবৰুৱাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব নোৱৰাৰ অন্তৰালত কি গোপন ৰহস্য আছে ?

উপাচাৰ্যৰ ১০ বছৰীয়া কাৰ্যকালত প্ৰায় ১৪শ কোটি টকাৰ দুৰ্নীতি অনিয়ম সংঘটিত কৰা ড° বুজৰবৰুৱাৰ বিৰুদ্ধে ৰাজ্যপাল তথা আচাৰ্য মুখীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অন্তৰালত কি গোপন ৰহস্য আছে কালি সংবাদমেলত হিন্দু যুৱ-ছাত্ৰ পৰিষদে প্ৰশ্ন উত্থাপন কৰে । ড° বুজৰবৰুৱাই বিয়াগোম দুৰ্নীতিৰ জৰিয়তে আত্মসাৎ কৰা ১৪শ কোটিৰ টকা বিভিন্নজনক বিলোৱাৰ বাবেই আজিও তেওঁ বিনা বাধাই ঘুৰি ফুৰিবলৈ সক্ষম হৈছে বুলি প্ৰশ্ন কৰি পৰিষদৰ সভাপতি বৈশ্য‌ই কয়, ‘ইমানবোৰ দুৰ্নীতি সংঘটিত কৰাৰ পাছতো, এই সন্দৰ্ভত প্ৰতিজন মুখ্যমন্ত্ৰী জ্ঞাত হোৱাৰ পাছতো ৰক্ষণাবেক্ষণ দিয়াৰ আঁৰত কি থাকিব পাৰে সেয়া সহজেই অনুমেয় ।’

দুৰ্নীতিৰ শূন্য সহনশীলতাৰ কথা শুনিবলৈহে ভাল : দুৰ্নীতিৰ ৰেট বাঢ়িছে

দুৰ্নীতিৰ শূন্য সহনশীলতাৰ কথা কেৱল শুনিবলৈহে ভাল বুলি হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি বৈশ্য‌ কটাক্ষ কৰি পূৰ্বৰ তুলনাত সম্প্ৰতি দুৰ্নীতিৰ ৰেট বৃদ্ধি হোৱা বুলি অভিযোগ কৰে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে অসমত দুৰ্নীতি ক’ত হোৱা নাই, কি শিতানত হোৱা নাই সকলোৱে জানে । এতিয়া দুৰ্নীতি সকলোতে সমানে হৈ আছে, হ্ৰাস পোৱা নাই । অৱশ্যে বস্তুৰ দাম যিদৰে বৃদ্ধি হৈছে সেইদৰে দুৰ্নীতিৰ ৰেটো বাঢ়িছে বুলি তেওঁ কয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Balen BaishyaHindu Yuva Chatra Parishad AssamJagdish MukhiKamal Malla BujarbaruahKandarpa Kumar DasRanjit Tamuli
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d