Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

MORIGAON DISTRICT ESTABLISHED DAY : বৰ্তমান মৰিগাঁও জিলাখন ৰাষ্ট্ৰা-পথৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজ্যখনৰ উন্নত জিলাসমূহৰ সমপৰ্যায়ৰঃ মন্ত্ৰী পীযুষ হাজৰীকা

নৱেম্বৰত মুখ্যমন্ত্ৰীয়ে মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ শিলান্যাস কৰিব,

publisher by publisher
October 15, 2022
in Assam, India, News
Reading Time: 1 min read
0
MORIGAON DISTRICT ESTABLISHED DAY : বৰ্তমান মৰিগাঁও জিলাখন ৰাষ্ট্ৰা-পথৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজ্যখনৰ উন্নত জিলাসমূহৰ সমপৰ্যায়ৰঃ মন্ত্ৰী পীযুষ হাজৰীকা
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

New Rajbhawan : বিকাশৰ বাবে এদিন, খাৰঘূলিত নতুন ৰাজভৱনৰ ভূমিপূজন-শিলান্যাস

Guwahati : পাথৰকুৱাৰী বিষ্ণু ৰাভা জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন

National Children’s Science Exhibition :৪৯ সংখ্যক ৰাষ্ট্ৰীয় বাল-বৈজ্ঞানিক প্ৰদৰ্শনী ২০২২ ৰ উদ্বোধনি অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখী

MORIGAON DISTRICT ESTABLISHED DAY : ১৪ আৰু ১৫ অক্টোবৰত দুদিনীয়াকৈ আয়োজন কৰা মৰিগাঁও জিলা দিৱসৰ আজিৰ, অসমৰ ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখী মুখ্য অতিথি হিচাপে উপস্থিত থকা মুকলি সভা অনুষ্ঠানত, ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী তথা মৰিগাঁও জিলাৰ জাগীৰোড বিধানসভা সমষ্টিৰ বিধায়ক পীযুষ হাজৰীকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে | অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই কেইবছৰমানৰ আগলৈকে অসমৰ পিছপৰা জিলা হিচাপে একাংশই ক’ব খোজা মৰিগাঁও জিলাখন বৰ্তমানে ৰাজ্যখনৰ অন্যতম উন্নত জিলালৈ উন্নীত হৈ থকাৰ কথা প্ৰকাশ কৰে | উন্নয়নৰ একোটা অন্যতম মাপকাঠি, ৰাষ্ট্ৰা-পথৰ প্ৰসংগৰে মন্ত্ৰী গৰাকীয়ে কয় যে বৰ্তমানৰ মৰিগাঁও জিলাৰ ৰাষ্ট্ৰা-পথবোৰ যথেষ্ট উন্নত আৰু ৰাজ্য চৰকাৰে আতকধুনীয়াকৈ এইবোৰ নিৰ্মাণ কৰিছে |

ADVERTISEMENT

এসময়ত ৰাজ্যখনৰ আটাইতকৈ বেছি বানপানী হোৱা প্ৰথম তিনিখন জিলাৰ ভিতৰত থকা মৰিগাঁও জিলাত চলিত বৰ্ষত বানৰ প্ৰকোপ হ্ৰাস হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে লাহৰীঘাটত প্ৰায় ১৪ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰি এইবাৰ জলসম্পদ বিভাগে মৰিগাঁৱত বানৰ প্ৰকোপ হ্ৰাস কৰিবলৈ প্ৰয়াস কৰি বহুখিনি সফল হৈছে | শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ জল সম্পদ বিভাগে এচিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে ৩৭০০ কোটি টকাৰ ঋণ লাভ কৰা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে এই ঋণৰ প্ৰায় ৪৩৯ কোটি টকা মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া ৰোধৰ বাবে ব্যয় কৰা হ’ব আৰু ২০২৩ বৰ্ষৰ ডিচেম্বৰ মাহত এই কাম আৰম্ভ কৰা হ’ব | প্ৰায় ডেৰ বছৰে জলসম্পদ মন্ত্ৰী হিচাপে অসমৰ সকলো জিলা ভ্ৰমণ কৰি হোৱা অভিজ্ঞতাৰে বানপানীতকৈ খহনীয়া বেছি ভয়ংকৰ বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে শেহতীয়াকৈ দুদিনমান জাগীৰোড সমষ্টিৰ মায়ং ১ নং মোৰকটা অঞ্চলত প্ৰায় ৯২ টা পৰিয়াল ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ গ্ৰাসত পৰিছে |

ভাষণ প্ৰসংগত মন্ত্ৰী হাজৰীকাই কয় যে কেইবছৰমানৰ আগতে মৰিগাঁও জিলাত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা অনুসৰি জিলাখনত এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে সকলোখিনি কাম প্ৰায় সমাপ্ত হৈছে | অহা নৱেম্বৰ মাহত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে মৰিগাঁও জিলাত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ শিলান্যাস কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে | আনহাতে মুখ্যমন্ত্ৰীগৰাকীৰ একেটা প্ৰস্তাৱিত ভ্ৰমণতে জিলাখনৰ জাগী ভকতগাঁও অঞ্চলত প্ৰায় ৭৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব লগা নতুন দলঙখনৰো আধাৰশিলা স্থাপন কৰিব বুলি মন্ত্ৰী পীযুষ হাজৰীকাই উল্লেখ কৰে |

আনহাতে জাগীৰোডত নিৰ্মীয়মান উৰণীয়া সেঁতুখনত কাৰীকৰি বিসংগতি হোৱা বুলি একাংশ ব্যক্তিয়ে বিভিন্ন মাধ্যমত মন্তব্য কৰি থকাৰ কথাটো উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে তেঁওৰ লগত থকা তথ্য অনুসৰি নিৰ্মীয়মান উৰণীয়া সেঁতুখনত কোনোধৰণৰ কাৰীকৰি বিসংগতি নাই, মাথো ৰেল বিভাগৰ পৰা চুড়ান্ত পৰ্যায়ৰ ড্ৰয়িং নিদিয়াৰ কাৰণেহে নিৰ্মাণৰ কাম আগবঢ়াব পৰা নাই | তাৰোপৰি অসমৰ এটা অন্যতম ব্যস্ত ৰেলপথৰ ওপৰেৰে নিৰ্মাণ হ’ব লগা বাবেও দীঘলীয়া পৰিকল্পনা কৰিহে উৰণীয়া সেঁতুৰ চুড়ান্ত কামখিনি কৰিব পৰা যাব বুলি তেঁও জ্ঞাত হোৱাৰ কথা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে |

বক্তব্যৰ শেষৰফালে মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে মৰিগাঁও জিলাখনক অসমৰ এখন অন্যতম উন্নত জিলালৈ পৰ্যবসিত কৰাৰ বাবে সকলোখিনি কাম কৰিবলৈ প্ৰয়াস কৰা হ’ব | মৰিগাঁও ষ্টেডিয়ামৰ উন্নয়ন, সংহত উপায়ুক্ত কাৰ্যালয় নিৰ্মাণ, জিলা পুঁথিভৰাল আৰু প্ৰেক্ষাগৃহৰ উন্নয়ন আদি কামবোৰ পৰ্যায়ক্ৰমে বিধায়ক ৰমাকান্ত দেউৰীৰ সৈতে মিলি কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে | আজিৰ বক্তব্যৰ প্ৰথমতেই মন্ত্ৰী হাজৰীকাই দুদিনীয়াকৈ আয়োজিত মৰিগাঁও জিলা দিৱসৰ অনুষ্ঠান আতকধুনীয়াকৈ আয়োজন কৰাৰ বাবে জিলা প্ৰশাসনৰ শলাগ লোৱাৰ লগতে সমূহ জিলাবাসীকে জিলা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ESTABLISHED DAYJagdish MukhiMORIGAON DISTRICTPiyush Hazarika
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d