অসম জাতীয় পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ কৃষকৰ বিভিন্ন সমস্যাক লৈ প্ৰতিবাদ

বৃহস্পতিবাৰে দিনৰভাগত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে তিনিচুকীয়াটো তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত অসমৰ কৃষকসকলৰ জলন্ত সমস্যাসমূহ সমাধানৰ দাবীত তিনিচুকীয়া চহৰৰ মাজমজিয়াত অৱস্থিত ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিস্থলীত সাব্যস্ত কৰে প্ৰতিবাদী কায্যসূচী ৷

পুৱা ১১ বজাৰ পৰা সাব্যস্ত কৰা দুঘণ্টীয়া প্ৰতিবাদী কায্যসূচীৰ জৰিয়তে কৃষক সকলক পানীযোগান ধৰা, উচিত বীজ প্ৰদান কৰাৰ লগতে বিভিন্ন সুবিধাসমূহ প্ৰদান কৰাৰ দাবী জনায় দলটোৱে ৷

Exit mobile version