Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকস্মিক জটিল সংকট!

    ঘৰুৱা ৰন্ধন গেছৰ নাটনি চৰকাৰে নাকচ কৰিলেও বজাৰত গ্ৰাহকৰ হাহাকাৰ

    ইৰানৰ বিদ্যালয়ত মাৰাত্মক ক্ষেপণাস্ত্ৰ আক্ৰমণ

    Moral Policing incident in Jakhalabondha:কলিয়াবৰৰ জখলাবন্ধাত মৰেল পুলিচিঙৰ বলি এজন লোক

    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    Meghalaya police attacked in Haryana:হাৰিয়ানাৰ নুহত মেঘালয় আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্রমণ

    যুদ্ধ শান্ত হোৱাৰ কোনো ইংগিত নাই

    যুদ্ধ শান্ত হোৱাৰ কোনো ইংগিত নাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

ডায়েবেটিচ নিয়ন্ত্ৰণত ৰাখিবলৈ খাদ্য তালিকাত ৰাখক এই সাতটা প্ৰাকৃতিক উপাদান

publisher by publisher
August 19, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
ডায়েবেটিচ নিয়ন্ত্ৰণত ৰাখিবলৈ খাদ্য তালিকাত ৰাখক এই সাতটা প্ৰাকৃতিক উপাদান
3
SHARES
27
VIEWS
ShareShareShareShare

এবাৰ ডায়েবেটিচ হ’লে, গোটেই জীৱন ইয়াৰ স’তে যুঁজিব লাগে। ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন প্ৰচেষ্টা কৰিব লাগিব যাতে ইয়াৰ ফলত হৃদৰোগ, ষ্ট্ৰোক, বৃক্কৰ ৰোগ, আদিৰ সমস্যা নহয়। যদি শৰীৰত ইনচুলিন পৰ্যাপ্ত পৰিমাণে প্ৰস্তুত নহয় বা ইনচুলিন সঠিকভাৱে ব্যৱহাৰ কৰা নহয় তেনেহ’লে ডায়েবেটিচ হোৱাৰ সম্ভাৱনা থাকে।

ADVERTISEMENT

যদি ডায়েবেটিচ ৰোগ ধৰা পৰে, আপুনি চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ গ্ৰহণ কৰাৰ লগতে প্ৰাকৃতিকভাৱে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰিব পৰা খাদ্য খোৱা উচিত।এই সাতটা খাদ্য ডায়েবেটিচ ৰোগীয়ে খাদ্যত অন্তৰ্ভুক্ত কৰিব পাৰে ।

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

(১) নিম – বহু বছৰ ধৰি, সকলোৱে শাৰীৰিক সুস্থতাৰ বাবে নীমৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। ছাল বিশুদ্ধকৰণ, দাঁত আৰু ছালৰ সমস্যাৰ পৰা আৰম্ভ কৰি বিষমুক্তকৰণলৈকে বিভিন্ন ক্ষেত্ৰত নিম উপকাৰী। নিমত ফ্লেভোনইড, গ্লাইকোচাইড আৰু ট্ৰাইটাৰপেনইড নামৰ ৰসায়ন থাকে, যি গ্লুকোজৰ বিকাশ প্ৰতিহত কৰে। নিম শুকুৱাই পাউডাৰ হিচাপে, ইয়াক দিনত দুবাৰকৈ চাহ, পানী বা খাদ্যৰ স’তে খাব পাৰে।

(২) কেৰেলা – সামগ্ৰিক সুস্বাস্থ্যৰ বাবে তিতা খোৱাটো উপকাৰী । ই হৈছে এক ডায়েবেটিচ-প্ৰতিৰোধী পাচলি, য’ত চাৰাটিন আৰু মোমৰ্ডিচিন থাকে, যি ডায়েবেটিচ ৰোগীসকলক ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

(৩) আদা – আদা সকলোৰে ঘৰত সহজে উপলব্ধ । অসাধাৰণ গুণাগুণেৰে সমৃদ্ধ আদাই ইনচুলিন নিঃসৰণ নিয়ন্ত্ৰণ কৰিব পাৰে। চিকিৎসকৰ মতে চাহৰ স’তে আদা মিহলি কৰি খাব পাৰি। ইয়াৰ উপৰিও, আদা আৰু হালধি গুৰি মিহলি কৰিও গাখীৰ খাব পাৰি।

(৪) ক’লা জামু – ডায়েবেটিচত ভুগি থকা ৰোগীসকলৰ বাবে ক’লা জামু হৈছে এক আশ্চৰ্যকৰ ফল। এই জামুত জামোবলিন নামৰ এটা উপাদান থাকে। বেছিভাগ ক্ষেত্ৰতে এই উপাদানটো জামুত পোৱা যায়। ই ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ক’লা জামুয়ে ইনচুলিন সংবেদনশীলতা বৃদ্ধি কৰি ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও ইম্পিয়াৰ্ড ফাষ্টিং গ্লুকোজ নিয়ন্ত্ৰণ কৰাত এই ক’লা জামু কাৰ্যকৰী হয়

(৫) মেথি – মেথিয়ে শৰীৰত গ্লুকোজ সহনশীলতা বৃদ্ধি কৰে। ই দ্ৰৱ্য আঁহেৰে সমৃদ্ধ। ধীৰ গতিৰ পাচন প্ৰক্ৰিয়া আৰু কাৰ্বোহাইড্ৰেট শোষণৰ জৰিয়তে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে।

(৬) ডালচেনি হৈছে আন এক উপাদান, যি ইনচুলিন ছেনচিতি বা সংবেদনশীলতা বৃদ্ধি কৰে আৰু ইনচুলিনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। অৰ্থাৎ, শৰীৰে ইনচুলিন ভালদৰে ব্যৱহাৰ কৰিব পাৰে। দিনত দুবাৰকৈ ২৫০ মিগ্ৰা ডালচেনি খাবলৈ পৰামৰ্শ দিয়া হয়।

(৭) জিনচেং – ই হৈছে গছৰ শিপা, যিটো উত্তৰ আমেৰিকাত পোৱা যায়। জিনচেঙে ইনচুলিন নিশ্চিহ্নতা উন্নত কৰে। মেথি আৰু ক’লা বেৰীৰ দৰে, ই ইনচুলিন নিঃসৰণ বৃদ্ধি কৰে আৰু এই হৰমনৰ প্ৰতি কোষৰ প্ৰতিক্ৰিয়া অধিক উন্নত কৰে। জিনচেং প্ৰতিদিনে তিনি গ্ৰামত খাব পাৰি।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DiabetesHealth
publisher

publisher

Related Posts

আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ
Lifestyle

March 9, 2026
এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ
Lifestyle

এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

March 9, 2026
সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে
Lifestyle

সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

March 7, 2026
কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই
Lifestyle

কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

March 5, 2026
ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?
Lifestyle

ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

February 28, 2026
গাখীৰৰ লগত ফল খালে কি হয়?
Lifestyle

গাখীৰৰ লগত ফল খালে কি হয়?

February 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d