দুশ্চিন্তাত ভুগিছে ,ষ্ট্ৰোকত আক্রান্ত হ’লেই মৃত্যু, বিপদৰ পৰা হাত সাৰিবলৈ খাদ্যৰ তালিকাত ৰাখক এই পাঁচটা খাদ্য

healthy foods good for oral health

সৰুৰ পৰা ডাঙৰলৈকে যিকোনো বয়সতে মানুহ ষ্ট্ৰোক হব পাৰে । আপুনি জানেনে যে প্ৰতি ৪০ ছেকেণ্ডত এজন ব্যক্তি ষ্ট্ৰোকত আক্রান্ত হৈছে ? এজন ব্যক্তিৰ ষ্ট্ৰোক হোৱাৰ কাৰণ হৈছে অত্যাধিক চিন্তা কৰা। কিন্তু চিকিৎসকৰ মতে, মস্তিষ্কৰ কোষবোৰৰ মাজত ৰক্ত সঞ্চালনৰ অভাৱৰ বাবে এনে হয়। তথ্য অনুসৰি উচ্চ ৰক্তচাপ, উচ্চ কলেষ্টেৰল আৰু ধূমপানৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰত ৪৯ শতাংশ লোক ষ্ট্ৰোকত ভুগি আছে। বিশেষজ্ঞসকলৰ মতে, যদি এজন ব্যক্তিয়ে ৰক্ত সঞ্চালন সঠিকভাৱে নিয়ন্ত্ৰণ কৰে তেন্তে এই ভয়ংকৰ ৰোগ পৰিহাৰ কৰিব পাৰি। অৱশ্যে, ইয়াৰ বাবে কিছুমান মৌলিক ঘৰুৱা প্ৰতিকাৰ আছে, যিবোৰ কেৱল তেতিয়াহে পৰিহাৰ কৰা হ’ব যদি আপুনি আপোনাৰ দৈনন্দিন আহাৰত কিছু পৰিৱৰ্তন কৰে। এই খাদ্যৰ তালিকাত কি আছে চাওক

★হাই ফাইবাৰ সমৃদ্ধ দুগ্ধজাত খাদ্য হাৰ্টৰ বাবে ভাল নহয়। ইয়াক সলনি আপুনি ফেটযুক্ত খাদ্য এৰি আপুনি দৈ খাব পাৰে ।ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ আছে যি হাৰ্টৰ বাবে অতি উপকাৰী ।

★পটাছিয়াম উচ্চ পৰিমাণৰ খাদ্য খোৱা মহিলাসকলৰ ষ্ট্ৰোকৰ আশংকা আনতকৈ কম হয়। কল হৈছে পটাছিয়াম থকা খাদ্য। শাৰীৰিক শক্তি বৃদ্ধিৰ বাবে কলও যথেষ্ট উপকাৰী।

★ষ্ট্ৰোকৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মিঠা আলুও যথেষ্ট উপকাৰী। ইয়াত আঁহ আৰু পটাছিয়াম থাকে যি স্বাস্থ্যৰ বাবে অতি ভাল।

★হাৰ্ট এটেক্ , স্টোকৰ আশংকা হ্ৰাস কৰিবলৈ প্ৰতিদিনে আপোনাৰ খাদ্যত ৰাখিব জলকীয়া । জলকীয়াই আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিন চিৰ অভাৱ পূৰণ কৰিব পাৰে।

03-Vegetable

★ফাইবাৰ সমৃদ্ধ ও’তছ শৰীৰৰ এলডিএল কলেষ্টৰেল হ্ৰাস কৰাত সহায় কৰে।

Exit mobile version