গুগলে বন্ধ কৰিছে পিক্সেল ৪এ ৫জি, পিক্সেল ৫, উন্মোচন পাব পিক্সেল ৬

■ গুগলৰ পিক্সেল ৫এ (৫জি) উন্মোচন পোৱাৰ পাছত, পিক্সেলৰ অন্য দুটা ডিভাইচ পিক্সেল ৪এ ৫জি আৰু পিক্সেল ৫ বন্ধ কৰি দিয়া হৈছে ।
■ দ্য ভাৰ্জৰ অনুসৰি, গুগলৰ অনলাইন ষ্টোৰত দুয়োটা মডেলে ছ’ল্ড আউট বুলি দেখুওৱা হৈছে ।
■ গুগলে জনায় যে পিক্সেলৰ আহিবলগীয়া স্মাৰ্টফোন পিক্সেল ৬ আৰু পিক্সেল ৬ প্ৰ’ত চাৰ্জাৰ উপলব্ধ নহ’ব ।

Exit mobile version