Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    ‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

    জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

    যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ভাৰতীয় বজাৰৰ তিনিখন জনপ্রিয় পেট্র’ল-অট’মেটিক ছাব কম্পেক্ট এছইউভি

publisher by publisher
August 22, 2021
in India, News, TechWorld
Reading Time: 1 min read
0
ভাৰতীয় বজাৰৰ তিনিখন জনপ্রিয় পেট্র’ল-অট’মেটিক ছাব কম্পেক্ট এছইউভি
3
SHARES
27
VIEWS
ShareShareShareShare

বাটে-ঘাটে যানজট যিমানেই বৃদ্ধি পাইছে, সিমানেই জনপ্রিয়তা বাঢ়িছে অটমেটিক ট্রেন্সমিচনৰ গাড়ীসমূহৰ। ভাৰতীয় বজাৰত সেয়ে সাম্প্রতিক সময়ত অন্যতম জনপ্রিয় বাহন হৈ পৰিছে ছাব কম্পেক্ট এছইউভিসমূহ। এই গাড়ীসমূহৰ মাজতাে আকৌ পেট্রল মডেলৰ অটমেটিক ট্রেন্সমিচনৰ ভেৰিয়েণ্টৰ সমাদৰ সর্বাধিক হৈছে। বর্তমানে ভাৰতীয় বজাৰত সর্বাধিক জনপ্রিয়তা অর্জন কৰা ১০ লাখ টকাৰ তলৰ পেট্রল অটমেটিক ছাব কম্পেক্ট এছইউভিনাে কোনকেইখন তাকে জানাে আহক..

ADVERTISEMENT

ৰেন’ কিগাৰ

RelatedPosts

ভাৰতত মুকলি কৰা হ’ল নিছান মেগনাইট চাবইম্পেক্ট SUV

অৱশেষত বজাৰত মুকলি কৰিবলৈ দিন ধার্য কৰিলে Nisaan Magniteয়ে

আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল Nisaan Magnite

front left side 47এই গাড়ীখনৰ দাম বজাৰত ইয়াৰ অন্য প্রতিদ্বন্দ্বী মডেলসমূহৰ তুলনাত যথেষ্ট কম। গাড়ীখনত আছে এক লিটাৰৰ পেট্রল ইঞ্জিন। লগতে আছে এএমটি ট্রেন্সমিচনৰ সুবিধা। ৬.৫৯ লক্ষ টকাৰ পৰা দাম আৰম্ভ হােৱা বাহনখন ভাৰতত বর্তমানে সবাতােকৈ সস্তাৰ পেট্রল অটমেটিক ট্রেন্সমিচন এছইউভি। এক লিটাৰৰ পেট্রল ইঞ্জিনযুক্ত পাঁচ স্পীড এএমটি ভেৰিয়েণ্টৰ দাম সর্বাধিক আঠ লক্ষ টকা হােৱাৰ বিপৰীতে এক লিটাৰৰ পেট্রল ইঞ্জিনযুক্ত চিভিটি ভেৰিয়েণ্টৰ দাম ৮.৬০ লক্ষ টকাৰ পৰা ৯.৫৫ লক্ষ টকাৰ ভিতৰত।

নিছান মেগনাইট

magnite exterior right front three quarter 3কিগাৰৰ দৰেই এক লিটাৰৰ পেট্রল ইঞ্জিনত উপলব্ধ নিছানৰ এই জনপ্রিয় এছইউভিখন। অৱশ্যে কেৱল টার্বো ইঞ্জিনতহে এই গাড়ীখন পােৱা যাব। লগতে থাকিব চিভিটি ট্রেন্সমিচনৰ সুবিধা। ১০ লক্ষ টকাৰাে কম দামত মেগনাইটৰ টপ ভেৰিয়েন্ট ক্রয় কৰিব পাৰিব গ্রাহকে। বাহনখনত আছে এটা ৩৬০ ডিগ্ৰীৰ কেমেৰা, সাত ইঞ্চি বহল টিএফটি ডিজিটেল ড্রাইভাৰ ইনষ্টুমেন্ট ক্লাষ্টাৰ। এইবােৰৰ উপৰি বাহনখনত এয়াৰ পিউৰিফায়াৰ, জেবিএল ছাউণ্ড ছিষ্টেম আৰ ৱায়াৰলেছ চার্জিং আদিৰ দৰে অত্যাধুনিক সা- সুবিধা আগবঢ়াইছে নিছানে। উল্লেখ্য যে নিছান মেগনাইটৰ এক লিটাৰৰ টার্বো পেট্রল ইঞ্জিনযুক্ত চিভিটি ভেৰিয়েন্টখনৰ দাম ৮.১৯ লক্ষ টকাৰ পৰা ৯.৭৫ লক্ষ টকাৰ ভিতৰত।

টাটা নেক্সন

side view 1573363045 600x400ভাৰতীয় বজাৰত ৰেন’ কিগাৰে মুক্তি লাভ কৰাৰ আগলৈ নিছান মেগনাইট আৰু টাটা নেক্সণ নামৰ মডেল দুখনেই এই শ্ৰেণীৰ সবাতােকৈ সস্তীয়া গাড়ী আছিল। টাটা নেক্সনত আছে ১.২ লিটাৰৰ টার্বো ইঞ্জিনৰ ছয় স্পীড এএমটি ট্রেন্সমিচন। এই ভেৰিয়েন্টসমূহৰ প্ৰাৰম্ভিক দাম ৮.৬ লক্ষ টকা হােৱাৰ বিপৰীতে সর্বাধিক দাম হৈছে ১১.৩ লক্ষ টকা। বাহনখনৰ এক্সএম (এছ) ভেৰিয়েন্টখনত ছানৰুৰাে সুবিধা আছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Nissan MagniteTata Nexon
publisher

publisher

Related Posts

বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

May 11, 2025
‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
India

‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

May 11, 2025
জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
India

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

May 11, 2025
যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 
India

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

May 11, 2025
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d