Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ভাৰতীয় বজাৰৰ তিনিখন জনপ্রিয় পেট্র’ল-অট’মেটিক ছাব কম্পেক্ট এছইউভি

publisher by publisher
August 22, 2021
in India, News, TechWorld
Reading Time: 1 min read
0
ভাৰতীয় বজাৰৰ তিনিখন জনপ্রিয় পেট্র’ল-অট’মেটিক ছাব কম্পেক্ট এছইউভি
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

ভাৰতত মুকলি কৰা হ’ল নিছান মেগনাইট চাবইম্পেক্ট SUV

অৱশেষত বজাৰত মুকলি কৰিবলৈ দিন ধার্য কৰিলে Nisaan Magniteয়ে

আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল Nisaan Magnite

বাটে-ঘাটে যানজট যিমানেই বৃদ্ধি পাইছে, সিমানেই জনপ্রিয়তা বাঢ়িছে অটমেটিক ট্রেন্সমিচনৰ গাড়ীসমূহৰ। ভাৰতীয় বজাৰত সেয়ে সাম্প্রতিক সময়ত অন্যতম জনপ্রিয় বাহন হৈ পৰিছে ছাব কম্পেক্ট এছইউভিসমূহ। এই গাড়ীসমূহৰ মাজতাে আকৌ পেট্রল মডেলৰ অটমেটিক ট্রেন্সমিচনৰ ভেৰিয়েণ্টৰ সমাদৰ সর্বাধিক হৈছে। বর্তমানে ভাৰতীয় বজাৰত সর্বাধিক জনপ্রিয়তা অর্জন কৰা ১০ লাখ টকাৰ তলৰ পেট্রল অটমেটিক ছাব কম্পেক্ট এছইউভিনাে কোনকেইখন তাকে জানাে আহক..

ADVERTISEMENT

ৰেন’ কিগাৰ

এই গাড়ীখনৰ দাম বজাৰত ইয়াৰ অন্য প্রতিদ্বন্দ্বী মডেলসমূহৰ তুলনাত যথেষ্ট কম। গাড়ীখনত আছে এক লিটাৰৰ পেট্রল ইঞ্জিন। লগতে আছে এএমটি ট্রেন্সমিচনৰ সুবিধা। ৬.৫৯ লক্ষ টকাৰ পৰা দাম আৰম্ভ হােৱা বাহনখন ভাৰতত বর্তমানে সবাতােকৈ সস্তাৰ পেট্রল অটমেটিক ট্রেন্সমিচন এছইউভি। এক লিটাৰৰ পেট্রল ইঞ্জিনযুক্ত পাঁচ স্পীড এএমটি ভেৰিয়েণ্টৰ দাম সর্বাধিক আঠ লক্ষ টকা হােৱাৰ বিপৰীতে এক লিটাৰৰ পেট্রল ইঞ্জিনযুক্ত চিভিটি ভেৰিয়েণ্টৰ দাম ৮.৬০ লক্ষ টকাৰ পৰা ৯.৫৫ লক্ষ টকাৰ ভিতৰত।

নিছান মেগনাইট

কিগাৰৰ দৰেই এক লিটাৰৰ পেট্রল ইঞ্জিনত উপলব্ধ নিছানৰ এই জনপ্রিয় এছইউভিখন। অৱশ্যে কেৱল টার্বো ইঞ্জিনতহে এই গাড়ীখন পােৱা যাব। লগতে থাকিব চিভিটি ট্রেন্সমিচনৰ সুবিধা। ১০ লক্ষ টকাৰাে কম দামত মেগনাইটৰ টপ ভেৰিয়েন্ট ক্রয় কৰিব পাৰিব গ্রাহকে। বাহনখনত আছে এটা ৩৬০ ডিগ্ৰীৰ কেমেৰা, সাত ইঞ্চি বহল টিএফটি ডিজিটেল ড্রাইভাৰ ইনষ্টুমেন্ট ক্লাষ্টাৰ। এইবােৰৰ উপৰি বাহনখনত এয়াৰ পিউৰিফায়াৰ, জেবিএল ছাউণ্ড ছিষ্টেম আৰ ৱায়াৰলেছ চার্জিং আদিৰ দৰে অত্যাধুনিক সা- সুবিধা আগবঢ়াইছে নিছানে। উল্লেখ্য যে নিছান মেগনাইটৰ এক লিটাৰৰ টার্বো পেট্রল ইঞ্জিনযুক্ত চিভিটি ভেৰিয়েন্টখনৰ দাম ৮.১৯ লক্ষ টকাৰ পৰা ৯.৭৫ লক্ষ টকাৰ ভিতৰত।

টাটা নেক্সন

ভাৰতীয় বজাৰত ৰেন’ কিগাৰে মুক্তি লাভ কৰাৰ আগলৈ নিছান মেগনাইট আৰু টাটা নেক্সণ নামৰ মডেল দুখনেই এই শ্ৰেণীৰ সবাতােকৈ সস্তীয়া গাড়ী আছিল। টাটা নেক্সনত আছে ১.২ লিটাৰৰ টার্বো ইঞ্জিনৰ ছয় স্পীড এএমটি ট্রেন্সমিচন। এই ভেৰিয়েন্টসমূহৰ প্ৰাৰম্ভিক দাম ৮.৬ লক্ষ টকা হােৱাৰ বিপৰীতে সর্বাধিক দাম হৈছে ১১.৩ লক্ষ টকা। বাহনখনৰ এক্সএম (এছ) ভেৰিয়েন্টখনত ছানৰুৰাে সুবিধা আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Nissan MagniteTata Nexon
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d