Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

    অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

    ৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত

    Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

    Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

জাৰ্মানীৰ পথত পিজ্জা বিক্ৰী কৰিছে আফগানিস্তানৰ প্ৰাক্তন মন্ত্ৰী ছাদাতে

publisher by publisher
August 25, 2021
in News
Reading Time: 1 min read
0
জাৰ্মানীৰ পথত পিজ্জা বিক্ৰী কৰিছে আফগানিস্তানৰ প্ৰাক্তন মন্ত্ৰী ছাদাতে
2
SHARES
20
VIEWS
ShareShareShareShare

জাৰ্মানীৰ পথত পিজ্জা বিক্ৰী কৰিছে আফগানিস্তানৰ প্ৰাক্তন মন্ত্ৰীয়ে ! এই ছবি প্ৰকাশ্যত আনিছে সংবাদ মাধ্যম ‘অল জজিৰা আৰৱে’ । ছৈয়াদ আহমেদ শ্বাহ ছাদাতে ২০১৮ত ঘানি মন্ত্ৰীসভাত যোগ দিয়ে । কিন্তু পৰৱৰ্তী সময়ত মতানৈক্যৰ বাবে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰি জাৰ্মানীলৈ আহে । ধন শেষ হৈ যোৱাৰ ফলত তেওঁ পিজ্জা ডেলিভাৰীৰ কাম কৰিবলগীয়া হয় ।

ADVERTISEMENT

২০১৮ত আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিৰ মন্ত্ৰীসভাত যোগাযোগ আৰু প্ৰযুক্তি মন্ত্ৰী হিচাপে যোগ দিয়ে ছাদাতে । দুবছৰ আফগানিস্তানত মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰাৰ পাছত ঘানিৰ স’তে মতানৈক্যৰ বাবে তেওঁ পদত্যাগ কৰে । বিগত বৰ্ষৰ ডিচেম্বৰত ছাদাত জাৰ্মানীৰ লিপজিগত আছিল । তাতেই তেওঁ অৰ্থৰ অভাৱত পিজ্জা ডেলিভাৰীৰ কাম কৰিবলগীয়া ।

RelatedPosts

এইবাৰ প্রতিৰোধৰ অন্ত পেলাব পানশ্বিৰে ? মাছুদৰ আত্মসমর্পণৰ সম্ভাৱনা

চুক্তি অনুসৰি ৩১ ডিচেম্বৰৰ পূৰ্বে তালিবানে চৰকাৰ গঠন কৰিব নোৱাৰিবঃ প্ৰতিবেদন

তালিবানৰ দ্বাৰা হত্যাৰ ভয়ত পলায়ন কৰিছিল আশ্ৰফ ঘানিয়ে

ছাহাদে এক সংবাদ মাধ্যমক জনোৱা অনুসৰি, অৰ্থ শেষ হৈ যোৱাৰ বাবে বাধ্যত পৰি তেওঁ পিজ্জা ডেলিভাৰীৰ কাম কৰিবলগীয়া হয় । অক্সফ’ৰ্ডৰ দুটা স্নাতকোত্তৰ ডিগ্ৰীধাৰী ছাদাতে দীৰ্ঘদিন ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ একাধিক বহুজাতিক সংস্থাৰ উচ্চ পদত কাম কৰিছিল । আফগান চৰকাৰৰ স’তেও তেওঁৰ কাম কৰাৰ অভিজ্ঞতা আছে । তেওঁ টেলিকম ক্ষেত্ৰত ২৩ বছৰ কাম কৰিছিল । কামৰ সূত্ৰে ছৌদিসহ বিশ্বৰ ১৩খন দেশ ভ্ৰমণ কৰিছে । ২০১৮ত চাকৰি ত্যাগ কৰি আফগান মন্ত্ৰীসভাত যোগ দিয়ে । ২০২০ত সকলো ত্যাগ কৰি জাৰ্মানীলৈ যাত্ৰা কৰে । তেতিয়াৰ পৰাই পিজ্জা ডেলিভাৰীৰ কাম কৰে ।

সংবাদ মাধ্যমক ছাদাতে কয়, তেওঁৰ জীৱনযাত্ৰা এছিয়া আৰু আৰৱৰ ক্ষমতাশালীসকলৰ স’তে মিলালে নহ’ব । বৰঞ্চ নিজৰ জীৱনকেই এই ক্ষেত্ৰত অনুঘটক হিচাপে চিহ্নিত কৰিছে ঘানি চৰকাৰৰ প্ৰাক্তন যোগাযোগ আৰু প্ৰযুক্তি মন্ত্ৰীজনে ।

আফগানিস্তানত ঘানি চৰকাৰৰ পতনৰ আশংকা কৰিছিল নেকি ? দেশ পৰিচালনাৰ কাম এৰি লিপজিগৰ ৰাস্তাত পিজ্জা ডেলিভাৰীৰ কাম কৰা প্ৰাক্তন আফগান মন্ত্ৰীজনে কয়, ‘ঘানি চৰকাৰৰ ইমান দ্ৰুত পতন হ’ব বুলি ম‌ই ভবা নাছিলো ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ashraf GhaniSyed Ahmed Shah Sadat
publisher

publisher

Related Posts

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
News

April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম
News

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

April 25, 2026
৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত
News

৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

April 25, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত
News

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত

April 25, 2026
Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত
News

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

April 25, 2026
Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে
News

Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d