Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

    গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান

    ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

    নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

এইবাৰ প্রতিৰোধৰ অন্ত পেলাব পানশ্বিৰে ? মাছুদৰ আত্মসমর্পণৰ সম্ভাৱনা

publisher by publisher
August 25, 2021
in News
Reading Time: 1 min read
0
এইবাৰ প্রতিৰোধৰ অন্ত পেলাব পানশ্বিৰে ? মাছুদৰ আত্মসমর্পণৰ সম্ভাৱনা
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

তালিবানৰ আক্ৰমণত পুনৰ ৰক্তাক্ত পাকিস্তান!

অনাত্মীয় নাৰীক পুৰুষে স্পৰ্শ কৰিব নোৱৰাকৈ ফতোৱা তালিবানৰ

পাকিস্তানত তালিবানৰ আক্ৰমণ ! গ্রেনেড আক্ৰমণত মৃত পাঁচজন

আফগানিস্তানৰ একমাত্র বিৰোধী ঘাটি পানশ্বিৰ দখল কৰিব পাৰে তালিবানে । মঙলবাৰে ব্রিটেনৰ এক সংবাদপত্র‌ই জনাইছে, আন্তর্জাতিক সহায়তা আৰু সম্পদৰ অভাৱত আন্তসমর্পণ কৰিব পাৰে নৰ্ডার্ন এলায়েন্সৰ নেতা আহমেদ মাছুদে । পানশ্বিৰৰ তাজিক নেতাৰ এক ঘনিষ্ঠ সূত্র‌ই প্রকাশ কৰে যে, শান্তি প্রতিষ্ঠাৰ বাবে ইতিমধ্যেই তালিবান নেতৃত্বৰ স’তে আলোচনা আৰম্ভ হৈছে মাছুদৰ । অৱশ্যে মাছুদৰ শিবিৰৰ তৰফৰ এতিয়াও এই দাবীৰ সত্যতা স্বীকাৰ কৰা নাই ।

ADVERTISEMENT

মাছুদৰ লগতে পানশ্বিৰ আৰু ওচৰ-পাজৰৰ অঞ্চলবোৰত তালিবান বিৰোধী প্রতিৰোধৰ নেতৃত্বত আছে আফগানিস্তানৰ প্রাক্তন ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিৰ চৰকাৰৰ উপ ৰাষ্ট্ৰপতি আমৰুল্লা ছালেহ্‌ । নিজকে আফগানিস্তানৰ ‘ভাৰপ্রাপ্ত ৰাষ্ট্ৰপতি’ হিচাপে দাবী কৰা ছালেহ্‌ৰ ‘গতিবিধি’ক লৈ কোনো খবৰ প্ৰকাশ পোৱা নাই ।

সোমবাৰে তালিবানৰ মুখপাত্র জবিউল্লা মুজাহিদে দাবী কৰিছিল, তালিব যোদ্ধাসকলে পানশ্বিৰ আগুৰি লৈছে । শীঘ্রই এই অঞ্চল তেওঁলোকৰ অধীনস্থ হ’ব । ইয়াৰ আগতে কাবুলৰ সুৰক্ষাৰ দায়িত্বপ্রাপ্ত তালিবান নেতা তথা হক্কানি নেটৱর্কৰ নেতা খলিল হক্কানিয়ে কয়, ‘‘আহমেদ মাছুদৰ স’তে ম‌ই কথা পাতিছো । তেওঁ আফগানিস্তানৰ শান্তি প্রতিষ্ঠাৰ বাবে অস্ত্র সম্বৰণৰ ইচ্ছা প্ৰকাশ কৰিছে ।’’ ৩২ বছৰীয়া মাছুদেও কিছুসংখ্যক সংবাদমাধ্যমক জনাইছে, ৰক্তপাত নহ’বৰ বাবে তেওঁ তালিবানৰ স’তে আলোচনত মিলিত হ’বলৈ প্ৰস্তুত । যদিও ইয়াৰ ভিতৰতে পানশ্বিৰ, বাঘলান, পাৰোৱানসহ কিছুসংখ্যক প্রদেশত তালিবান আৰু নৰ্ডার্ন এলায়েন্সেৰ তীব্র যুদ্ধৰ খবৰ পোহৰলৈ আহিছে ।

মাছুদৰ পিতৃ আহমেদ শাহ মাছুদ প্রায় আঢ়ৈ দশক আগতে তালিবান বিৰোধী নৰ্ডার্ন এলায়েন্সৰ প্রতিষ্ঠা কৰিছিল । সেই সময়তো পানশ্বিৰ দখল কৰিব নোৱাৰিলে তালিবানে । ২০০১-ত টুইট টাৱাৰৰ আক্ৰমণৰ দুদিন পূৰ্বে সাংবাদিকৰ ছদ্মবেশত আল কায়দাৰ মানৱবোমা আক্ৰমণত তেওঁ নিহত হয় । আহমেদৰ বাহিনীয়ে এইবাৰ উত্তৰ-মধ্য আফগানিস্তানত তালিবানক তীব্ৰ প্রতিৰোধ পাৰিব পাৰে বুলি ধাৰণা কৰা হৈছিল ।

পানশ্বিৰ উপত্যকাত এতিয়াও মাছুদ অনুগত ৬,০০০ তাজিক যোদ্ধা আছে বুলি স্থানীয় সংবাদমাধ্যমৰ খবৰ । তদুপৰি হেজাৰ আফগান সেনা আৰু উজবেক ‘যুদ্ধা’ (ৱাৰ লর্ড) ৰশিদ দোস্তমৰ অনুগত মিলিশিয়া যোদ্ধাসকলেও আছে তালিবান প্রতিৰোধৰ যুদ্ধত । কিন্তু শেষ পর্যন্ত মাছুদ অস্ত্র সমর্পণ কৰিলে সমগ্ৰ আফগানিস্তানেই তালিবান ৰাজ নিৰংকুশ হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ahmad Shah MassoudAmrullah SalehAshraf GhaniTaliban
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

ভাৰতত ইন্ধনৰ মাধমাৰ অৱধাৰিত
India

ভাৰতত ইন্ধনৰ মাধমাৰ অৱধাৰিত

October 4, 2026
সোণৰ দামে অচিৰেই তিনি লাখৰ ঘৰ স্পৰ্শ কৰাৰ আশংকা
International

সোণৰ দামে অচিৰেই তিনি লাখৰ ঘৰ স্পৰ্শ কৰাৰ আশংকা

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d