ৰাজ্যত বলবৎ হ’ল নতুন এছঅ’পি

a0b16988 12c4 447a 86f3 fe50cfbb56b2

★আজি ১১ বজাৰ পৰাই কাৰ্যকাৰী হব এই নতুন এছিঅ’পি।

★ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাতি আঠ বজাৰলৈকে খুলিব পাৰিব দোকান বজাৰ ।

★ আন্তঃজিলা যাতায়ত সম্পূৰ্ণ মুকলি।

★যাতায়তৰ ক্ষেত্ৰত কমেও এপালি ভেকচিন লোৱা ব্যক্তিয়েহে কৰিব পাৰিব যাতায়ত ।

★১০০ শতাংশ যাত্ৰীৰে আন্তঃজিলা যাতায়তৰ অনুমতি।

★নিশা ন বজাৰ পৰা পোৱা পাঁচ বজালৈকে অব্যাহত থাকিব কাৰফিউ ।

Exit mobile version