তালিবানৰ কেবিনেটত নাথাকে মহিলা

005f65ff 69f2 438d 9e39 fcf52a6ac318

আজি ঘোষণা হব পাৰে আফগানিস্তানত তালিবানৰ চৰকাৰ। অৱশ্যে ইয়াত নাথাকে মহিলা। তালিবানৰ পুৰ্বৰ চৰকাৰৰ কাঠোৰপন্থী নেতা আব্বাছ স্থানেকজায়ে এই সম্ভাৱনা প্ৰকাশ কৰিছে।

হেৰাটত একাংশ আফগান মহিলাই একপ্ৰকাৰ নজীৰবিহিন ভাৱে চৰকাৰত মহিলাসকলৰ অন্তৰ্ভুক্তিৰ লগতে কৰ্মৰ অধিকাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে।

মহিলাৰ দলটোৱে কয়, শিক্ষা, কর্মসংস্থাপন, সুৰক্ষা আমাৰ অধিকাৰ।

আমি ভয় নকৰো। আমি একত্ৰিত।

Exit mobile version