Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চিকিৎসা মহাবিদ্যালয়-দন্ত চিকিৎসা মহাবিদ্যালয়ত ৭০ গৰাকী টীচিং-ন’ন টীচিং ফেকাল্টীক নিযুক্তি পত্ৰ বিতৰণ স্বাস্থ্যমন্ত্ৰীৰ

নতুন চৰকাৰৰ চাৰিমহীয়া কাৰ্যকালত স্বাস্থ্য খণ্ডত ১৯৪১ গৰাকীক নিযুক্তি প্ৰদান, পুনৰ ৮৮৫৫ পদত নিযুক্তিৰ বাবে ছেপ্টেম্বৰতে প্ৰকাশ পাব বিজ্ঞাপন

publisher by publisher
September 4, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
চিকিৎসা মহাবিদ্যালয়-দন্ত চিকিৎসা মহাবিদ্যালয়ত ৭০ গৰাকী টীচিং-ন’ন টীচিং ফেকাল্টীক নিযুক্তি পত্ৰ বিতৰণ স্বাস্থ্যমন্ত্ৰীৰ
2
SHARES
18
VIEWS
ShareShareShareShare

ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডত আজি নতুনকৈ ৭০ গৰাকীক নিযুক্তি দিয়ে ৰাজ্য চৰকাৰে । খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত শণিবাৰে আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই চৰকাৰী দন্ত-চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱক্তা পদত ৩১ গৰাকী আৰু চিকিৎসা মহাবিদ্যালয়ৰ অশৈক্ষিক অনুষদ (ন’ন-টীচিং ফেকাল্টী)ৰ ৩৯টা পদত বাচনি লাভ কৰা এই নৱনিযুক্ত প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰ প্ৰদান কৰে ।

ADVERTISEMENT

স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গুৱেল, আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং, আয়ুক্ত (খাদ্য সুৰক্ষা আৰু পৰিদৰ্শন) মনালিছা গোস্বামী, বিশেষ সচিব কৃষ্ণা গোহাঁই, এনএইচএমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মনন, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ ৰথীন্দ্ৰ ভূঞা, স্বাস্থ্যসেৱা সঞ্চালক (পৰিয়াল কল্যাণ) মুনীন্দ্ৰ নাথ নাটেকে ধৰি বিভাগটোৰ শীৰ্ষবিষয়াবৰ্গই অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ৰাজ্যৰ একাধিক নতুন চিকিৎসা মহাবিদ্যালয়ৰ ন’ন টীচিং ফেকাল্টীৰ পাঁচগৰাকী ক্লিনিকেল ছাইক’ল’জীৰ প্ৰৱক্তা, ১৮গৰাকী মেডিকেল ছ’চিয়েল ৱৰ্কাৰ, ছয়গৰাকী চাইক্ৰিয়াট্ৰিক ছ’চিয়েল ৱ’ৰ্কাৰ, সাতগৰাকী জুনিয়ৰ ফীজিচিষ্ট, ৩গৰাকী চাইল্ড চাইক’ল’জিষ্ট আৰু চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়ৰ বাবে ৩১গৰাকী প্ৰৱক্তাক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ।

RelatedPosts

HC rejected the bail application of Monalisa Goswami:তদানীন্তন পর্যটন সঞ্চালক মনালিছা গোস্বামীৰ জামিন আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ

State Election Officer Pressmeet in Janata bhawan:ফেব্ৰুৱাৰীৰ শেষত ঘোষণা হ’ব ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন !

Illegal recruitment in tourism dept:বক্রপথেৰে নিযুক্তি দিবলৈ বৃদ্ধি কৰিছিল প্ৰাৰ্থীৰ নম্বৰ পর্যটন বিভাগত নিযুক্তি কেলেংকাৰিৰ ন ন তথ্য

WhatsApp Image 2021 09 04 at 6.07.14 PM

নৱ নিযুক্তসকলক সম্বোধি অনুষ্ঠানৰ মুখ্য অতিথি স্বাস্থ্যমন্ত্ৰী মহন্তই কয়, ‘মানৱ সেৱাৰ বাবে আগবাঢ়ি অহা আপোনালোক প্ৰতিগৰাকীকে ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডলৈ আদৰণি জনাইছো । এখন কল্যাণকামী ৰাষ্ট্ৰৰ চৰকাৰৰ অংশ হিচাপে জনসাধাৰণক নিঃস্বাৰ্থ ভাৱে সেৱা আগবঢ়োৱাটোৱেই আমাৰ সকলোৰে দায়িত্ব । আমাৰ সমাজ বস্তুবাদী হৈ গৈ আছে আৰু বহুসময়ত ব্যৱসায়িক মানসিকতায়ো চিকিৎসা সেৱাৰ ক্ষেত্ৰখনক কম-বেছি পৰিমাণে প্ৰদূষিত কৰা পৰিলক্ষিত হয়। আজি নিযুক্তি লাভ কৰা প্ৰতিগৰাকীয়েই এনে প্ৰদূষণৰ পৰা নিজকে মুক্ত ৰাখি স্বাস্থ্য বিভাগৰ সুনাম বৃদ্ধিৰ প্ৰয়াসৰত হ’ব বুলি আমি আশাবাদী।’

WhatsApp Image 2021 09 04 at 6.07.10 PM 2

এই অনুষ্ঠানৰ মঞ্চৰ পৰাই স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে নৱ নিযুক্তসকলৰ লগতে ৰাজ্যত চিকিৎসা সেৱাত নিয়োজিতসকলক মনৰ পচন্দৰ স্থানলৈ বদলি বিচাৰি স্বাস্থ্য বিভাগৰ কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি ফূৰাৰ পৰা আঁতৰি থাকিবলৈও সোঁৱৰাই দিয়ে । স্বাস্থ্যমন্ত্ৰী মহন্তই কয়, ‘আমাৰ স্বাস্থ্য বিভাগত প্ৰতিগৰাকী চিকিৎসক-চিকিৎসাকৰ্মীয়েই জনসাধাৰণৰ সেৱাৰ বাবেহে নিয়োজিত হৈ আছে । এই কথা প্ৰত্যেকেই আগন্তুক দিনত সদায়ে মনত ৰখা উচিত । আপোনালোকক যি ঠাইতেই নিযুক্তি দিয়া হৈছে, তাতেই ৰাইজক নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ মানসিকভাৱে প্ৰস্তুত হৈ আছে বুলি আমি আশা কৰিছো । কোনেও যাতে যোগদানৰ বাবে পচন্দৰ স্থান বিচাৰি স্বাস্থ্য বিভাগত লাগি নাথাকেহি, তাৰ বাবে আজিয়েই সকলোকে আমি কৈ থ’ব বিচাৰিছো । ৰাইজক সেৱা কৰিবলৈ য’তে সুবিধা পাইছে, তাতে সম্পূৰ্ণভাৱে আত্মনিয়োগ কৰিবলৈ আপোনালোক সকলোকে আহ্বান জনাইছো ।”

WhatsApp Image 2021 09 04 at 6.07.10 PM 1

আগন্তুক চাৰি-পাঁচ বছৰতে অসমত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সংখ্যা ২৩খনলৈ বৃদ্ধি পাব বুলি জানিবলৈ দি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসমত স্বাস্থ্যসেৱা খণ্ডৰ গুণগত মান উন্নীত কৰাৰ লগতে চিকিৎসা আন্তঃগাঁথনিও ক্ষিপ্ৰতাৰে সম্প্ৰসাৰিত কৰি দেশৰ আগশাৰীৰ ৰাজ্যসমূহৰ শাৰীলৈ তোলাৰ বাবে ফলপ্ৰসু কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ অংশ হিচাপে ৰাজ্যত বৰ্তমান আঠখনকৈ নতুন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নিৰ্মাণকাৰ্য বহুখিনি আগবাঢ়িছে আৰু পুনৰ নতুনকৈ আৰু পাঁচখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰো নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে আৰম্ভ হ’ব ।
WhatsApp Image 2021 09 04 at 6.07.10 PM

নতুন চৰকাৰখনে যোৱা ১০ মে’ত দায়িত্বভাৰ গ্ৰহণৰ পাছতে যোৱা চাৰিটা মাহত স্বাস্থ্য বিভাগে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত ১৬৬গৰাকী বিশেষজ্ঞ চিকিৎসক, ৪৮২গৰাকী এমবিবিএছ চিকিৎসক, ৩২৭গৰাকী সামূহিক স্বাস্থ্য বিষয়া আৰু ৮৯৬গৰাকী ষ্টাফ নাৰ্ছ নিযুক্তি দিয়া লবুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অতি কম দিনৰ ভিতৰতে আন ৩০০গৰাকী চিকিৎসককো স্বাস্থ্য সেৱা খণ্ডত নিযুক্তি দিয়া হ’ব বুলি তেওঁ সদৰি কৰে ।

WhatsApp Image 2021 09 04 at 6.07.09 PM 1

স্বাস্থ্যমন্ত্ৰী মহন্তই ঘোষণা কৰে, ‘আজিৰ ৭০ গৰাকীকে ধৰি মুঠ ১,৯৪১গৰাকী চিকিৎসক, স্বাস্থ্যকৰ্মী, টেকনিচিয়ানক ইতিমধ্যে এইখন চৰকাৰৰ চাৰিমহীয়া কাৰ্যকালত নিযুক্তি দিয়াৰ পাছত স্বাস্থ্যসেৱা খণ্ডত নতুনকৈ ৮৮৫৫টা পদত নিযুক্তিৰ বাবেও চলিত ছেপ্টেম্বৰতে আনুষ্ঠানিকভাৱে বিজ্ঞাপন প্ৰকাশ কৰা হ’ব ।’

WhatsApp Image 2021 09 04 at 6.07.09 PM

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Anurag GoelKeshab MahantaMonalisa GoswamiSiddhartha Singh
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d