Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

কাবুলত আমেৰিকাৰ শেষ ড্ৰ’ন আক্ৰমণত নিহত আমেৰিকাবাসী ! বিড়ম্বনাত বাইডেন

publisher by publisher
September 11, 2021
in International, News
Reading Time: 1 min read
0
কাবুলত আমেৰিকাৰ শেষ ড্ৰ’ন আক্ৰমণত নিহত আমেৰিকাবাসী ! বিড়ম্বনাত বাইডেন
7
SHARES
71
VIEWS
ShareShareShareShare

বিগত ২৯ আগষ্টত আফগানিস্তানৰ মাটিত শেষ আঘাত হানিছিল আমেৰিকাই । কোৱা হৈছিল, কাবুল বিমানবন্দৰ অঞ্চলত আত্মঘাতী আক্ৰমণ সংঘটিত কৰা আইএছ-কে সংগঠনৰ পৰিকল্পনাকাৰীক হত্যা কৰা হৈছে । কিন্তু পৰৱর্তী সময়ত নিউ য়র্ক টাইমছ-ৰ ভিডিঅ’ বিশ্লেষণত ধৰা পৰিছে, আইএছ-কে সন্ত্ৰাসবাদী নহয়, আমেৰিকান ড্র’ন ছ’জাই তেওঁলোকৰ নিজৰ মানুহকেই আঘাত হানিছে ! ঘটনাত বিড়ম্বনাত পৰিছে বাইডেন প্রশাসন ।

ADVERTISEMENT

২৬ আগষ্ট কাবুল বিমানবন্দৰ অঞ্চলত আত্মঘাতী আক্ৰমণ চলাইছিল আইএছ-কেয়ে । এই ঘটনাত প্ৰায় ১৭০ জন আফগান নাগৰিক আৰু আমেৰিকাৰ ১০ জন নাগৰিকৰ মৃত্যু হয় । ২৯ আগষ্টত ইয়াৰ ‘প্ৰতিশোধ’ লয় আমেৰিকাই । পেন্টাগনে জনায়, ভৱিষ্যতে যাতে এনে আক্ৰমণ সংঘটিত নহয় তাৰ বাবে ড্র’ন আক্ৰমণ চলোৱা হৈছে ।

RelatedPosts

পাকিস্তানৰ বিমান আক্ৰমনৰ পাছতে তালিবানৰ হুংকাৰ— “আক্ৰমণ বন্ধ নকৰিলে উড়াই দিম ইছলামাবাদ, কৰাচি”

বিশ্বৰ প্ৰথমখন জলশূন্য চহৰ হ’ব কাবুল! ভূগৰ্ভস্থ পানীৰ অভাৱক লৈ উদ্বেগ বাঢ়িছে

AI Fashion show: PM Modi, Joe Biden, Elon Musk, Donald Trump, Vladimir Putin walk the Fake Fashion show Ramp:গেটছৰ পৰা মোদীলৈকে বিশ্বৰ শীর্ষ নেতাৰ এআই ফেশ্বন শ্ব’ পাতিলে মাস্কে

আমেৰিকাই আফগানিস্তান ত্যাগ কৰাৰ সময়ত বাইডেন প্রশাসনৰ ‘ফাইনেল এছল্ট’ক লৈ মাতামাতি কম হয়নি।

কিন্তু সপ্তাহান্তত জানিবলৈ পোৱা যায়, আইএছ-কে-ৰ যিজন পৰিকল্পনাকাৰীক নিঃশেষ কৰাৰ দাবী জনাইছিল আমেৰিকাই, তেওঁ এতিয়াও সু-শৰীৰে আছে । ইয়াৰ পৰিৱৰ্তে আমেৰিকাৰ ড্র’ন আক্ৰমণত মৃত্যু হৈছে আমেৰিকাৰেই এজন সহযোগী আফগানৰ ।

৩১ আগষ্ট আফগানিস্তান ত্যাগ কৰাৰ আগতে, ২৯ আগষ্ট কাবুলত আমেৰিকাৰ সেই শেষ ড্র’ন আক্ৰমণত মৃত্যু হৈছিল প্ৰায় ১০ জনৰ । পাছত জানিবলৈ পোৱা যায়, নিহতসকলৰ ভিতৰত কেইটিমান শিশুও আছে ।

সংবাদ সংস্থা এএফপি-ক কাবুলৰ বাসিন্দা আইমল আহমেদিয়ে জনাইছিল, ‘‘আমেৰিকাৰ ড্র’ন আক্ৰমণত মোৰ ভাতৃ এজমাৰাই আহমেদিৰ মৃত্যু হৈছে । মোৰ কনিষ্ঠ কন্যা, ভাগীন, ভাগ্নীয়েও আমেরিৰিকাৰ ড্র’ন আক্ৰমণত প্রাণ হেৰুৱাইছে । আক্ৰমণৰ সময়ত এজমাৰাই গাড়ী চলাই আছিল ।’’

সংবাদ সংস্থা এএফপি-য়ে জনায়, ইলেকট্রিকেল ইঞ্জিনিয়াৰ এজমাৰাই আহমেদি কেলিফ’র্নিয়াৰ এটা সংস্থাত চাকৰি কৰিছিল । আফগান পৰিস্থিতি অশান্ত হোৱাৰ পাছত আন আন আফগানৰ দৰে এজমাৰাইও আমেৰিকাত বসবাসৰ অনুমতি বিচাৰিছিল । লক্ষ্য আছিল যিকোনো প্ৰকাৰে আফগানিস্তান ত্যাগ কৰা ।

ভিডিঅ’ বিশ্লেষণ প্রকাশ্যত অহাৰ পাছত নতুনকৈ প্রশ্ন উত্থাপন হৈছে, আমেৰিকাৰ ড্র’ন আক্ৰমণক লৈ । লগতে একাধিক বিস্ফোৰণৰ যি তত্ত্ব দিছে আমেৰিকাৰ সেনা বিষয়াসকলে, তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে এই দৈনিক সংবাদপত্রৰ ভিডিঅ’ বিশ্লেষণে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ISKJoe BidenKabul
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d