১৯ বছৰত তৃতীয়বাৰ সৰ্বাধিক উষ্ণ আছিল আগষ্টঃ ২৪ শতাংশ বৃষ্টি হ্ৰাস

hqdefault

কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ২০০২ৰ পাছত বিগত ১৯ বছৰত যোৱা আগষ্টত সবাতোকৈ কম বৃষ্টিপাত দেশত হৈছিল । যোৱা মাহত দেশত স্বাভাৱিক বৃষ্টিপাতৰ তুলনাত ২৪ শতাংশ কম বৃষ্টি হৈছিল ।

আনহাতে, বিগত ১৯ বছৰত আগষ্টত তৃতীয়বাৰৰ বাবে সবাতোকৈ অধিক উষ্ণতা অনুভূত হৈছিল । আগষ্টৰ সময়ছোৱাত মধ্য ভাৰতত দেশত গড় অধিক তাপমান আছিল দ্বিতীয় সৰ্বাধিক ৩১.২৫ ডিগ্ৰী চেলচিয়াছ । আনহাতে, গড় ন্যূনতম তাপমান আছিল ষষ্ঠ সৰ্বাধিক ২৪.৫০ ডিগ্ৰী চেলচিয়াছ ।

Exit mobile version