গেৰুৱা বসন পিন্ধা প্ৰাক্তন বিধায়ক ফনীধৰ তালুকদাৰ বাইক ৰেলীৰে সমষ্টিত

গেৰুৱা বসন পিন্ধাৰ পিছত প্ৰথমবাৰৰ বাবে নিজ সমষ্টিত পদাৰ্পন প্ৰাক্তন বিধায়ক ফনীধৰ তালুকদাৰৰ |

বিশাল বাইক ৰেলীৰে ভৱানীপুৰ সমষ্টিৰ সীমান্তৱৰ্তী তালতলৰ পৰা আদৰে বিজেপিৰ কৰ্মীসকলে |

ফনী তালুকদাৰক সংগ দিয়ে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী বিমলা বৰা, বিজেপি নেতা ৰাতুল শৰ্মা, জয়ন্ত দাসকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতাই |

ভৱানীপুৰ সমষ্টিৰ মাজেৰে বিশাল বাইক ৰেলীৰে অংশগ্ৰহণ কৰিব গাতিৰ এক জনসভাত |

ভৱানীপুৰ সমষ্টিৰ গাতিত অনুষ্ঠিত হ’ব লগা জনসভাতে অংশগ্ৰহণ কৰিব কেউগৰাকী নেতাই |

Exit mobile version