Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Environment

দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিৰ ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰাৰ দাবী

মুখ্যমন্ত্ৰীক ২৫ টাৰো অধিক ৰাজহুৱা সংগঠনৰ স্বাক্ষৰযুক্ত পত্ৰ প্ৰেৰণ পশ্চিম গুৱাহাটী সচেতন নাগৰিক সচেতন মঞ্চৰ 

publisher by publisher
September 12, 2021
in Assam, India, News
Reading Time: 1 min read
0
দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিৰ ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰাৰ দাবী
3
SHARES
26
VIEWS
ShareShareShareShare

৩৭ নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা কিছু নিলগৰ পশ্চিম বৰগাঁওৰ বেলৰতলত দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত ১০ আগষ্টৰ পৰা গুৱাহাটী পৌৰ নিগমে ( জি এম চি ) ৰাষ্ট্রীয় সেউজ ন্যায়ধিকৰণৰ ( এন জি টি ) নিৰ্দেশ উলংঘা কৰি দৈনিক প্ৰায় ৫০০ মেট্ৰিক টন গেলা পঁচা দূষিত আৱৰ্জনা পেলাই দীপৰ বিলৰ পানী প্ৰদূষিত কৰাকে ধৰি বৃহত্তৰ অঞ্চলটোৰ ১৬ খনতকৈ অধিক গাঁওৰ পৰিবেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি অহা বিষয়টোক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে । আনকি ইয়াক লৈ বিগত কেইদিনত দীপৰ বিলৰ দুয়োপাৰে ক্ৰমে পশ্চিম বৰগাঁও আৰু পামহীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ লগতে সভা অনুষ্ঠিত হৈছে ।

ADVERTISEMENT

আনকি অঞ্চলটোৰ ১৬, খন গাঁওৰ ৰাইজে ডাম্পিং গ্ৰাউণ্ড উঠাই নিনিলে চন্দ্ৰপুৰৰ দৰে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে । ইফালে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো এন জি টিৰ নিৰ্দেশ উলংঘা কৰি কোনো কাৰণতে ৰাইজ আৰু দীপৰ বিলৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিবলৈ দিয়া নহব বুলি সতৰ্ক কৰি দিছে । দৰকাৰ হলে জি এম চিয়ে ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে ১৬ খন ভুক্তভোগী গাঁওৰ ৰাইজক লৈ গঠন কৰা পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চৰ সৈতে বিষয়টো সমাধান সূত্ৰ উলিয়াব লাগে বুলি আহ্বান জনাইছিল ।

RelatedPosts

Nagaon:বটদ্ৰৱা থানত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

Piyanka Gandhi Vadra:হিমন্ত বিশ্ব চৰকাৰৰ বিৰুদ্ধে অভিযোগনামা মুকলি প্ৰিয়ংকাৰ

PIL:মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত পি আই এল দাখিল প্ৰাক্তন উপ-ৰাজ্যপাল সহ ১২ গৰাকী বিশিষ্ট ব্যক্তিৰ

অৱশেষত বিধায়কৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় জি এম চিয়ে মঞ্চক ২৬ আগষ্টত ডাম্পিং গ্ৰাউণ্ড সম্বন্ধে আলোচনাৰ বাবে নিমন্ত্ৰণ জনাইছিল । মঞ্চৰ সভাপতি তৰুণ বৰগোঁহাই, কার্যকৰী সভাপতি সুশীল টেৰণ, সম্পাদক তৰুণ চন্দ্ৰ তালুকদাৰ, সাংগঠনিক সম্পাদক প্ৰমোদ কলিতাৰ নেতৃত্বত যোৱা আঠজনীয়া এটি সঁজাতি দলে জি এম চিৰ পানবজাৰস্থিত মুখ্য কাৰ্যালয়ত আয়ুক্ত দেৱাশীষ শৰ্মাৰ সৈতে এক বৈঠকত মিলিত হয় ।

বৈঠকত অতিৰিক্ত আয়ুক্ত পুলক মহন্ত কে ধৰি কে’বাজনো বিষয়া – অভিযন্তা উপস্থিত আছিল । আনহাতে বৈঠকত জি এম চিৰ আয়ুক্ত দেৱাশীষ শৰ্মাই মঞ্চৰ সঁজাতি দলটোক ডাম্পিং গ্ৰাউণ্ডত আৱৰ্জনা পেলোৱা বিষয়টো সমাধানৰ বাবে এক মাহৰ সময়সীমা বিচাৰে আৰু আগন্তুক দিনত বৈজ্ঞানিক পদ্ধতিৰে ডাম্পিং গ্ৰাউণ্ডত আৱৰ্জনা নিষ্কাশন কৰা হব বুলি বুলি সদৰি কৰে । কিন্ত ইয়াৰ বিপৰীতে মঞ্চৰ সজাতি দলটোৱে কোনো কাৰণতে পশ্চিম বৰাগাঁওৰ বেলৰতলত এন জি টিৰ নীতি নিৰ্দেশনা উলংঘা কৰি ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিবলৈ দিয়া নহব বুলি জি এম চি কৰ্তৃপক্ষক অৱগত কৰাত আলোচনা আধৰুৱা হৈ ৰয় । অৱশ্যে আগন্তক দিনত দুয়ো পক্ষই সহমতৰে বিষয়টো সমাধানৰ বাবে চেষ্টা চলাব বুলি মত ব্যক্ত কৰে ।

ইতিমধ্যে সেই সময়সীমাৰ আধা দিন উকলি যোৱাৰ পাছতো জি এম চি কৰ্তৃপক্ষই অনাগত দিনত ডাম্পিং গ্ৰাউণ্ড সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিব তাক জানিব পৰা হোৱা নাই । ইফালে দীপৰ বিলৰ সমীপত পুনৰ ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে আৰু এই সিদ্ধান্ত বাতিল কৰাৰ দাবীত মঞ্চই দীপৰ বিলৰ চাৰিওফালে থকা অঞ্চলৰ ২৫ টাৰো অধিক ৰাজহুৱা আৰু সামাজিক – সাংস্কৃতিক সংগঠন , স্বেচ্ছাসেৱী সংগঠন , এন জি অ , ক্লাব আদিয়ে ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিল কৰা , মৰা ভৰলুৰ দূষিত পানী পামহী কেনেলৰে দীপৰ বিলত পেলোৱা কাৰ্য বন্ধ কৰাৰ দাবীত একেলগে এখন পত্ৰত স্বাক্ষৰ কৰিছিল ।

সেই ৰাজহুৱা সংগঠনৰ স্বাক্ষৰযুক্ত পত্ৰখন মঞ্চৰ কাৰ্যকৰী সভাপতি সুশীল টেৰণ, সম্পাদক তৰুণ তালুকদাৰ আৰু সহকাৰী সাংগঠনিক সম্পাদক দীপক টেৰাঙে ১০ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীক প্ৰদান কৰে । মুখ্যমন্ত্ৰীৰ অনুপস্থিতিত তেওঁৰ বিশেষ কৰ্তব্যৰত বিষয়াই পত্ৰখন গ্ৰহণ কৰে । তেনেদৰে পত্ৰখনৰ প্ৰতিলিপি সিদিনাই অসম চৰকাৰৰ মুখ্য সচিব, গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী, বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী , পশ্চিম গুৱাহাটীৰ বিধায়ক, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত, জি এম চিৰ আয়ুক্ত, জি এম ডি এৰ মুখ্য কাৰ্যবাহী বিষয়াকো প্ৰদান কৰা হয় ।

আনহাতে মুখ্যমন্ত্ৰীক প্ৰদান কৰা পত্ৰখনত ডাম্পিং গ্ৰাউণ্ডটোৱে কৰিব পৰা ক্ষয় ক্ষতি আৰু এইক্ষেত্ৰত এন জি টিয়ে দীপৰ বিলৰ পৰিবেশ সংৰক্ষণৰ বাবে দিয়া নিৰ্দেশনাৰ বিষয়ে উল্লেখ কৰি তেওঁৰ হস্তক্ষেপ কামনা কৰা হৈছে । আনহাতে উৎপল কুমাৰ দাস , বলেশ্বৰ ৰংপীকে ধৰি মঞ্চৰ কেবাজনো কৰ্মকর্তাই সদৰি কৰা অনুসৰি ডাম্পিং গ্ৰাউণ্ডত পেলোৱা আৱৰ্জনাৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধই ইতিমধ্যে বৃহত্তৰ অঞ্চলটোৰ আকাশ বতাহ চানি ধৰিছে ।

বিশেষকৈ বিয়লিৰ পাছত বতাহ বলিলে দেউছটাল, পামহী, মইনাখোৰোং, আদি অঞ্চলৰ লোক নাকত ৰুমাল অঞ্চলটোত চলা ফিৰা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CM AssamGMCHimanta Biswa Sarmangtদীপৰ বিলপামহী কেনেলমৰা ভৰলুৰ দূষিত পানী
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d