Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যৰ সংবাদ মেল

publisher by publisher
September 14, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যৰ সংবাদ মেল
5
SHARES
51
VIEWS
ShareShareShareShare

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰ নিমাত, নীৰৱ কিয় ?
২০১৪ৰ দেশৰ সাধাৰণ নিৰ্বাচনত অসমবাসীক দিয়া প্ৰতিশ্ৰুতি, ২০১৬ত অসম বিধানসভাৰ নিৰ্বাচনৰ সময়ত চৰকাৰ গঠন কৰিয়েই ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা দিয়া হ’ব বুলি পুনৰাই কৰা ঘোষণাৰ আজি কেন্দ্ৰত প্ৰধানমন্ত্ৰী মোদীৰ একেৰাহে সাত বছৰীয়া শাসন আৰু জনজাতীয় মূলৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পাঁচ বছৰীয়া শাসনৰ পাছত ড০ হিমন্ত বিশ্ব শৰ্মাৰ ১২৩ দিনীয়া চৰকাৰৰ শাসন চলিছে ।

ADVERTISEMENT

অলপতে বিজেপি চৰকাৰৰ কেন্দ্ৰীয় জনজাতীয় বিভাগৰ মন্ত্ৰী আহি গ’ল । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জনালে, এতিয়া হেনো মোদী ডাঙৰীয়াৰ গৱেষণাগাৰত এই সন্দৰ্ভত গৱেষণাহে চলিছে ।

RelatedPosts

Nagaon:বটদ্ৰৱা থানত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

Piyanka Gandhi Vadra:হিমন্ত বিশ্ব চৰকাৰৰ বিৰুদ্ধে অভিযোগনামা মুকলি প্ৰিয়ংকাৰ

PIL:মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত পি আই এল দাখিল প্ৰাক্তন উপ-ৰাজ্যপাল সহ ১২ গৰাকী বিশিষ্ট ব্যক্তিৰ

এদিন এই জনজাতিকৰণৰ দাবীত দিল্লী-দিছপুৰ সৰ্বত্ৰতে কিমান আন্দোলন হ’ল । অন্ততঃ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে আগবঢ়াই থোৱাৰ পৰাও দেখোন একোৱেই আগনাবাঢ়িলে ।

অসমত শান্তি আহিছেনে ?

অসম অশান্ত অঞ্চল আইন ১৯৫৫ কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মৰ্মে অসম এতিয়া শান্ত । অসমত এতিয়া কোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্য্যকলাপ নাই । তেনেহ’লে অশান্ত অঞ্চল আইনৰ ম্যাদ পুনৰাই বৃদ্ধি কৰা হ’ল কিয় ? দেশৰ লগতে অসমতো উপনিবেশিক শাসন বৰ্তাই ৰাখিবৰ কাৰণে এই পদক্ষেপ নেকি ? ইতিমধ্যে বাকৰুদ্ধ হৈ পৰা গণতান্ত্ৰিক ব্যৱস্থাৰো ভূমিকা নিশ্চিহ্ন কৰাৰ পথত নেকি ?

মহানগৰবাসীৰ বিশুদ্ধ খোৱা পানী কেতিয়া ?

গুৱাহাটী মহানগৰৰ প্ৰায় ২২ লাখ মানুহক জলজীৱন আঁচনিৰ জৰিয়তে বিশুদ্ধ খোৱা পানী যোগানৰ ৬৩৬১ কোটি টকীয়া প্ৰকল্প “কমিচন”ৰ ভাগ বটৰাৰ অন্ত কেতিয়া পৰিব ? এই ক্ষেত্ৰত স্বচ্ছতা ৰক্ষা হ’বনে ? একে কেইগৰাকী নেতাৰ নেতৃত্বতে চলিছে পিঠা ভগোৱা কাৰবাৰ । প্ৰধানমন্ত্ৰী মোডীয়ে মহানগৰবাসীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা হ’বনে ? মহানগৰবাসীয়ে প্ৰকৃততে বিশুদ্ধ খোৱা পানী কেতিয়া পাব, দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ ওলোৱা হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে এই ক্ষেত্ৰত স্থিতি স্পষ্ট কৰক ।

নাও দুৰ্ঘটনা কাৰ ভুলৰ বাবে ?

প্ৰকৃততে জল পৰিবহণ বিভাগটো কোনে চলায়, মন্ত্ৰীয়ে, বিভাগীয় আয়ুক্ত-সচিবে, সঞ্চালকে নে লেছী তথা ঠিকাদাৰে ? ২০১৮ৰ উত্তৰ গুৱাহাটীত হোৱা নাও দুৰ্ঘটনাত শাস্তি প্ৰদান কৰা বিষয়াজনক পুনৰ নিমাতী ঘাটৰ দৰে অতিশয় ব্যস্ত ঘাটত কিয় নিযুক্তি দিলে ? এয়াই বিজেপিৰ শাসনৰ স্বচ্ছতা তথা নিৰপেক্ষ নীতি নেকি ?

বিভাগীয় মন্ত্ৰীৰ কাৰ্য্যালয়ৰ ঠিকনা নিমাতী ঘাট হৈছে নেকি ? মাজুলীবাসীৰ জীৱনৰ স’তে হেতালি খেলা ৰৌ-বৰালিৰ ক্ষেত্ৰত দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি বেলেগ নেকি ? পুঠি খলিহনা নহয় প্ৰথমতে এনে অক্ষমণীয় অপৰাধৰ বাবে মন্ত্ৰী হিচাপে চন্দ্ৰমোহন পাটোৱাৰীয়ে পদত্যাগ কৰি আদৰ্শৰ চানেকি দিয়ক ? মুখ্যমন্ত্ৰীৰ ১০ কোটি টকীয়া ৰৌ ৰৌ জাহাজ বন্ধ ৰখাৰ কাৰণ কি ? তেল কিনিবলৈ পইচাৰ অভাৱ নে এখন ইঞ্জিন মুক্ত নাওৰ মালিকৰ স্বাৰ্থ ৰক্ষা ! লাইফ জেকেটৰ যোগানৰ ক্ষেত্ৰতো কিবা খেলি মেলি আছিল নেকি ?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Apurba Kumar BhattacharjeeHimanta Biswa SarmaSarbananda Sonowal
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d