Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কোচ ৰাজবংশীকে ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ সদিচ্ছা নাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ : বিশ্বজিৎ ৰায়

publisher by publisher
September 15, 2021
in Assam, India, News
Reading Time: 1 min read
0
কোচ ৰাজবংশীকে ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ সদিচ্ছা নাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ : বিশ্বজিৎ ৰায়
8
SHARES
81
VIEWS
ShareShareShareShare

অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে আন পাঁচ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী কাৰ্যকৰী কৰাত পূৰ্বৰ কংগ্ৰেছ দলৰ চৰকাৰৰ দৰে বৰ্তমান কেন্দ্ৰ আৰু অসমত থকা বিজেপি নেতৃত্বাধীন চৰকাৰ দুখনৰো যে মুঠেও সদিচ্ছা নাই সেই কথা পুনৰায় প্ৰমাণিত হ’ল যোৱা ১৩ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীত সংবাদমেলযোগে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ বক্তব্যত । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অধ্যয়ন কৰি থকা বাবে বিলম্ব হ’ব বুলি প্ৰকাশ কৰে ।

ADVERTISEMENT

আজি এক প্ৰেছ বিবৃতিযোগে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক তথা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাাছু)ৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে কেন্দ্ৰ আৰু অসমত শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰক জনজাতিকৰণক লৈ হেতালি খেলা বাবে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । লগতে গৰিহণা দি কয়, ‘বিগত ২০১৪ৰে পৰা অনুষ্ঠিত প্ৰতিটো অসম বিধানসভা আৰু লোকসভাৰ নিৰ্বাচনত বিজেপি দলে কোচ ৰাজবংশীৰ লগতে অসমৰ অইন পাঁচ জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাভুক্ত কৰিম বুলি নিৰ্বাচনী ইস্তাহাৰ, নিৰ্বাচনী ঘোঘণা পত্ৰ, নিৰ্বাচনী সভাসমূহত বিজেপিৰ শীৰ্ষ নেতাসকলে উদ্যাক্ত ভাষণেৰে ৰাজহুৱা প্ৰতিশ্ৰুতি দিয়াতেই ক্ষান্ত নেথাকি বাতৰি কাকতত বিজ্ঞাপনো দিছিল । অসম আৰু কেন্দ্ৰত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হলেই কংগ্ৰেছ চৰকাৰে ৬০ বছৰে সমাধান কৰিব নোৱাৰা দাবী বিজেপি চৰকাৰে ছয় মাহত সমাধা কৰিব ৷ কিন্তু দুৰ্ভাগ্যৰ কথা ছয় মাহতো দূৰৰে কথা কেন্দ্ৰ আৰু ৰাজ্যত শাসন কৰা বিজেপি নেতৃত্বাধীন উভয় চৰকাৰৰ পাঁচ বছৰ কাল উকলি দ্বিতীয়টো কাৰ্যকালত ভৰি দিলে যদিও জনজাতিকৰণৰ প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি হৈয়ে থাকিল ।’

RelatedPosts

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিহু-দুৰ্গা পূজাত বিনামূলীয়া LPG চিলিণ্ডাৰঃ ৰাইজক ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বৰাকত বিজেপিয়ে ন খনৰ পৰা ১১ খন আসন লাভ কৰিব

উক্ত প্ৰেছ বাৰ্তাতেই বিশ্বজিৎ ৰায়ে বিজেপি চৰকাৰক কঠোৰভাৱে সমালোচনা কৰি কয় যে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰে যিদৰে কোচ ৰাজবংশী আৰু আন পাঁচ জনগোষ্ঠীক নিৰ্বাচনী প্ৰতিশ্ৰুতি দি বৈতৰণী পাৰ হ’বলৈ মিছা প্ৰতিশ্ৰতিৰে আভুৱা ভৰি প্ৰতাৰণা কৰিছিল, একেদৰে বিজেপি চৰকাৰেও কোচ ৰাজবংশী আৰু আন পাঁচ জনগোষ্ঠীৰ আবেগক লৈ হেতালি খেলিলে । বিগত ২০১৪ৰ ১৯ এপ্ৰিল তাৰিখে বঙাইগাঁও জিলাৰ কাকৈজনা আৰু মঙলদৈত বৰ্তমানৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ কৰিবলৈ আহি মুকলিভাৱে উদ্যাক্ত কণ্ঠৰে কৈছিল অসমক প্ৰতিনিধিত্ব কৰি ড° মনমোহন সিং ভাতৰৰ প্ৰধান মন্ত্ৰী হ’ল কিন্তু অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ আহৰি নাপালে । প্ৰধানমন্ত্ৰী মোডীয়ে কৈছিল বিজেপিক এবাৰ কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ মোকা দিয়ক। বিজেপি যদি কেন্দ্ৰত চৰকাৰ গঠন কৰে অসমৰ ছয় জনগোষ্ঠীক ছয় মাহৰ ভিতৰত জনজাতিকৰণৰ মৰ্যাদা দিয়া হ’ব । কিন্তু সেই প্ৰতিশ্ৰুতি এতিয়া ধোৱাচাঙত পৰিণত হ’ল । অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, জনজাতি পৰিক্ৰমা মন্ত্ৰীয়ে কেতিয়াবা এজনীয়া আৰ্হি প্ৰস্তুত কমিট, কেতিয়াবা পাঁচ জনীয়া কমিটি গঠন কৰি, কেতিয়াবা কয় বিষয়টো গৃহমন্ত্ৰীৰ টেবুলত বিবেচনাধীন হৈ আছে, কেতিয়াবা কয় জনজাতিকৰণ বিষয়টো ৯০% সমাপ্ত হৈছে, কেতিয়াবা কয় জনজাতি মন্ত্ৰণালয়ত বিধেয়ক প্ৰস্তুত হৈ আছে । কাৰো কথাৰ সতে কৰো কোনো ধৰণৰ সংগতি নাই ।

ইয়াৰ উপৰি ২০১৯ত ততাতৈয়াকৈ ৰাজ্যসভাত জনজাতিকৰণৰ বিধেয়ক দাখিল কৰিছিল আৰু তাৰ পৰৰ্ৱতী সময়ত কেন্দ্ৰীয় চৰকাৰে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবী সমাধা কৰিবলৈ অসম মন্ত্ৰীসভাৰ তদানীন্তন স্বাস্থ্য, বিত্ত আৰু শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ হিচাবে লৈ পাঁচজনীয়া মন্ত্ৰী গোট গঠন কৰি দিছিল । উক্ত কমিটিয়ে ছয় জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰে আনুষ্ঠানিক বৈঠক কৰি কেন্দ্ৰীয় চৰকাৰলৈ আৰ্হি প্ৰস্তুত কৰি প্ৰেৰণৰ কথা ঘোষনা কৰিছিল যদিও অসমত ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰ বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হল যদিও চৰকাৰ গঠন হোবা আজি চাৰিমাহ হল যদিও আজিকোপতি জনজাতিকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ মন্ত্ৰীগোটে প্ৰতিবেদনেই দাখিল নকৰিলে ৷ শেহতীয়াকৈ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ ৰাজহুৱা বক্তব্যই প্ৰমাণ কৰিলে ২০১৯ত ৰাজ্য সভাত উত্থাপন কৰা জনজাতিকৰণ বিধেয়ক ভুৱা আৰু অসমত কা বিৰোধী আন্দোলনক মষিমূৰ কৰাৰ এক নিকৃষ্ট ষড়যন্ত্ৰ আছিল ।

কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে মনত ৰখা ভাল কোচ ৰাজবংশী সকলোক জনজাতিকৰণৰ সকলো বৈশিষ্ট্য আছে বুলি ভাৰতৰ ৰাষ্ট্ৰীয় মহাপঞ্জীয়ক, অনুসূচিত জনজাতিকৰণ ৰাষ্ট্ৰীয় আয়োগ, অসমৰ চৰকাৰৰ জনজাতি গৱেষণা কেন্দ্ৰ আৰু অসম চৰকাৰৰ অনুমোদনৰ ভিত্তিত ১৯৯৬ত ভাৰতৰ তদানীন্তন মহামহিম ৰাষ্ট্ৰপতি ড° শংকৰ দয়াল শৰ্মাই এক অধ্যাদেশ যোগে অসমৰ কোচ ৰাজবংশী সকলোক ভৈয়াম জনজাতি হিচাবে স্বীকৃতি প্ৰদান কৰিছিল ৷ গতিকে অসমৰ কোচ ৰাজবংশী সকলোক ভৈয়াম জনজাতিৰ মৰ্যাদা দিবলৈ নতুনকৈ কোনো গবেষণা বা অনুমোদনৰ প্ৰয়োজন নাই । বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী তথা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে গঠিত মন্ত্ৰী গোটৰ অধ্যক্ষ ড° হিমন্ত বিশ্ব শৰ্মাক অসমৰ কোচ ৰাজবংশীৰ লগতে পাঁচ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কে অসম চৰকাৰৰ স্থিতি ৰাজহুৱাকৈ প্ৰকাশ কৰিবলৈ মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে আহ্বান জনায় ।

বিশ্বজিৎ ৰায় স্পষ্ট কৰি দিয়ে য়ে বিজেপি চৰকাৰে যদি কোচ ৰাজবংশী সকলোক আগন্তুক লোকসভা নিৰ্বাচনৰ আগতে জনজাতিকৰণ নকৰে তেতিয়াহলে লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰা হব বুলি সকীয়াই দিয়াই নহয় জাতিৰ স্বাৰ্থত প্ৰয়োজন বোধে বিশ্বজিৎ ৰায়ে জংঘললৈ যাবলৈ প্ৰস্তুত বুলিও প্ৰকাশ কৰে । সেইদৰে জাতিৰ স্বাৰ্থত চৰকাৰৰে হাত উজান সুবিধাবাদী স্থিতি গ্ৰহণ কৰি জনজাতিকৰণৰ কাম ৯০% হোৱা বুলি দম্ভালি মাৰা নেতাসকলে নিজৰ ব্যক্তি স্বাৰ্থ ত্যাগ কৰি জাতিৰ স্বাৰ্থত চৰকাৰৰ প্ৰতাৰণা, বঞ্চনাৰ বিৰুদ্ধে আৰু জাতিৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ৰাজপথত ওলায় আহি আন্দোলন কৰিবলৈও আহ্বান জনায়। অন্যাথা সেইসকল নেতা এদিন ৰাইজৰ কাঠগৰাত বিচাৰৰ সন্মুখীন হ’ব লাগিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AKRSUbiswajit raiHimanta Biswa Sarma
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d