Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কোচ ৰাজবংশীকে ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ সদিচ্ছা নাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ : বিশ্বজিৎ ৰায়

publisher by publisher
September 15, 2021
in Assam, India, News
Reading Time: 1 min read
0
কোচ ৰাজবংশীকে ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ সদিচ্ছা নাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ : বিশ্বজিৎ ৰায়
8
SHARES
75
VIEWS
ShareShareShareShare

অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে আন পাঁচ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী কাৰ্যকৰী কৰাত পূৰ্বৰ কংগ্ৰেছ দলৰ চৰকাৰৰ দৰে বৰ্তমান কেন্দ্ৰ আৰু অসমত থকা বিজেপি নেতৃত্বাধীন চৰকাৰ দুখনৰো যে মুঠেও সদিচ্ছা নাই সেই কথা পুনৰায় প্ৰমাণিত হ’ল যোৱা ১৩ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীত সংবাদমেলযোগে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ বক্তব্যত । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অধ্যয়ন কৰি থকা বাবে বিলম্ব হ’ব বুলি প্ৰকাশ কৰে ।

ADVERTISEMENT

আজি এক প্ৰেছ বিবৃতিযোগে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক তথা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাাছু)ৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে কেন্দ্ৰ আৰু অসমত শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰক জনজাতিকৰণক লৈ হেতালি খেলা বাবে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । লগতে গৰিহণা দি কয়, ‘বিগত ২০১৪ৰে পৰা অনুষ্ঠিত প্ৰতিটো অসম বিধানসভা আৰু লোকসভাৰ নিৰ্বাচনত বিজেপি দলে কোচ ৰাজবংশীৰ লগতে অসমৰ অইন পাঁচ জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাভুক্ত কৰিম বুলি নিৰ্বাচনী ইস্তাহাৰ, নিৰ্বাচনী ঘোঘণা পত্ৰ, নিৰ্বাচনী সভাসমূহত বিজেপিৰ শীৰ্ষ নেতাসকলে উদ্যাক্ত ভাষণেৰে ৰাজহুৱা প্ৰতিশ্ৰুতি দিয়াতেই ক্ষান্ত নেথাকি বাতৰি কাকতত বিজ্ঞাপনো দিছিল । অসম আৰু কেন্দ্ৰত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হলেই কংগ্ৰেছ চৰকাৰে ৬০ বছৰে সমাধান কৰিব নোৱাৰা দাবী বিজেপি চৰকাৰে ছয় মাহত সমাধা কৰিব ৷ কিন্তু দুৰ্ভাগ্যৰ কথা ছয় মাহতো দূৰৰে কথা কেন্দ্ৰ আৰু ৰাজ্যত শাসন কৰা বিজেপি নেতৃত্বাধীন উভয় চৰকাৰৰ পাঁচ বছৰ কাল উকলি দ্বিতীয়টো কাৰ্যকালত ভৰি দিলে যদিও জনজাতিকৰণৰ প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি হৈয়ে থাকিল ।’

RelatedPosts

Himanta Biswa Sarma:যুদ্ধকালীন পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰৰ চতুৰ্থ বর্ষপূর্তিত নহয় কোনো বিশেষ অনুষ্ঠান

Leaders of six ethnic groups angry over non-tribalisation: জনজাতিকৰণ ! প্ৰতাৰণাৰ ১১ বছৰ

Richest CM in India has a net worth of 930 crore. দেশৰ ধনাঢ্য মুখ্যমন্ত্ৰী দহ গৰাকী কোন কোন

উক্ত প্ৰেছ বাৰ্তাতেই বিশ্বজিৎ ৰায়ে বিজেপি চৰকাৰক কঠোৰভাৱে সমালোচনা কৰি কয় যে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰে যিদৰে কোচ ৰাজবংশী আৰু আন পাঁচ জনগোষ্ঠীক নিৰ্বাচনী প্ৰতিশ্ৰুতি দি বৈতৰণী পাৰ হ’বলৈ মিছা প্ৰতিশ্ৰতিৰে আভুৱা ভৰি প্ৰতাৰণা কৰিছিল, একেদৰে বিজেপি চৰকাৰেও কোচ ৰাজবংশী আৰু আন পাঁচ জনগোষ্ঠীৰ আবেগক লৈ হেতালি খেলিলে । বিগত ২০১৪ৰ ১৯ এপ্ৰিল তাৰিখে বঙাইগাঁও জিলাৰ কাকৈজনা আৰু মঙলদৈত বৰ্তমানৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ কৰিবলৈ আহি মুকলিভাৱে উদ্যাক্ত কণ্ঠৰে কৈছিল অসমক প্ৰতিনিধিত্ব কৰি ড° মনমোহন সিং ভাতৰৰ প্ৰধান মন্ত্ৰী হ’ল কিন্তু অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ আহৰি নাপালে । প্ৰধানমন্ত্ৰী মোডীয়ে কৈছিল বিজেপিক এবাৰ কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ মোকা দিয়ক। বিজেপি যদি কেন্দ্ৰত চৰকাৰ গঠন কৰে অসমৰ ছয় জনগোষ্ঠীক ছয় মাহৰ ভিতৰত জনজাতিকৰণৰ মৰ্যাদা দিয়া হ’ব । কিন্তু সেই প্ৰতিশ্ৰুতি এতিয়া ধোৱাচাঙত পৰিণত হ’ল । অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, জনজাতি পৰিক্ৰমা মন্ত্ৰীয়ে কেতিয়াবা এজনীয়া আৰ্হি প্ৰস্তুত কমিট, কেতিয়াবা পাঁচ জনীয়া কমিটি গঠন কৰি, কেতিয়াবা কয় বিষয়টো গৃহমন্ত্ৰীৰ টেবুলত বিবেচনাধীন হৈ আছে, কেতিয়াবা কয় জনজাতিকৰণ বিষয়টো ৯০% সমাপ্ত হৈছে, কেতিয়াবা কয় জনজাতি মন্ত্ৰণালয়ত বিধেয়ক প্ৰস্তুত হৈ আছে । কাৰো কথাৰ সতে কৰো কোনো ধৰণৰ সংগতি নাই ।

ইয়াৰ উপৰি ২০১৯ত ততাতৈয়াকৈ ৰাজ্যসভাত জনজাতিকৰণৰ বিধেয়ক দাখিল কৰিছিল আৰু তাৰ পৰৰ্ৱতী সময়ত কেন্দ্ৰীয় চৰকাৰে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবী সমাধা কৰিবলৈ অসম মন্ত্ৰীসভাৰ তদানীন্তন স্বাস্থ্য, বিত্ত আৰু শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ হিচাবে লৈ পাঁচজনীয়া মন্ত্ৰী গোট গঠন কৰি দিছিল । উক্ত কমিটিয়ে ছয় জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰে আনুষ্ঠানিক বৈঠক কৰি কেন্দ্ৰীয় চৰকাৰলৈ আৰ্হি প্ৰস্তুত কৰি প্ৰেৰণৰ কথা ঘোষনা কৰিছিল যদিও অসমত ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰ বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হল যদিও চৰকাৰ গঠন হোবা আজি চাৰিমাহ হল যদিও আজিকোপতি জনজাতিকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ মন্ত্ৰীগোটে প্ৰতিবেদনেই দাখিল নকৰিলে ৷ শেহতীয়াকৈ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ ৰাজহুৱা বক্তব্যই প্ৰমাণ কৰিলে ২০১৯ত ৰাজ্য সভাত উত্থাপন কৰা জনজাতিকৰণ বিধেয়ক ভুৱা আৰু অসমত কা বিৰোধী আন্দোলনক মষিমূৰ কৰাৰ এক নিকৃষ্ট ষড়যন্ত্ৰ আছিল ।

কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে মনত ৰখা ভাল কোচ ৰাজবংশী সকলোক জনজাতিকৰণৰ সকলো বৈশিষ্ট্য আছে বুলি ভাৰতৰ ৰাষ্ট্ৰীয় মহাপঞ্জীয়ক, অনুসূচিত জনজাতিকৰণ ৰাষ্ট্ৰীয় আয়োগ, অসমৰ চৰকাৰৰ জনজাতি গৱেষণা কেন্দ্ৰ আৰু অসম চৰকাৰৰ অনুমোদনৰ ভিত্তিত ১৯৯৬ত ভাৰতৰ তদানীন্তন মহামহিম ৰাষ্ট্ৰপতি ড° শংকৰ দয়াল শৰ্মাই এক অধ্যাদেশ যোগে অসমৰ কোচ ৰাজবংশী সকলোক ভৈয়াম জনজাতি হিচাবে স্বীকৃতি প্ৰদান কৰিছিল ৷ গতিকে অসমৰ কোচ ৰাজবংশী সকলোক ভৈয়াম জনজাতিৰ মৰ্যাদা দিবলৈ নতুনকৈ কোনো গবেষণা বা অনুমোদনৰ প্ৰয়োজন নাই । বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী তথা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে গঠিত মন্ত্ৰী গোটৰ অধ্যক্ষ ড° হিমন্ত বিশ্ব শৰ্মাক অসমৰ কোচ ৰাজবংশীৰ লগতে পাঁচ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কে অসম চৰকাৰৰ স্থিতি ৰাজহুৱাকৈ প্ৰকাশ কৰিবলৈ মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে আহ্বান জনায় ।

বিশ্বজিৎ ৰায় স্পষ্ট কৰি দিয়ে য়ে বিজেপি চৰকাৰে যদি কোচ ৰাজবংশী সকলোক আগন্তুক লোকসভা নিৰ্বাচনৰ আগতে জনজাতিকৰণ নকৰে তেতিয়াহলে লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰা হব বুলি সকীয়াই দিয়াই নহয় জাতিৰ স্বাৰ্থত প্ৰয়োজন বোধে বিশ্বজিৎ ৰায়ে জংঘললৈ যাবলৈ প্ৰস্তুত বুলিও প্ৰকাশ কৰে । সেইদৰে জাতিৰ স্বাৰ্থত চৰকাৰৰে হাত উজান সুবিধাবাদী স্থিতি গ্ৰহণ কৰি জনজাতিকৰণৰ কাম ৯০% হোৱা বুলি দম্ভালি মাৰা নেতাসকলে নিজৰ ব্যক্তি স্বাৰ্থ ত্যাগ কৰি জাতিৰ স্বাৰ্থত চৰকাৰৰ প্ৰতাৰণা, বঞ্চনাৰ বিৰুদ্ধে আৰু জাতিৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ৰাজপথত ওলায় আহি আন্দোলন কৰিবলৈও আহ্বান জনায়। অন্যাথা সেইসকল নেতা এদিন ৰাইজৰ কাঠগৰাত বিচাৰৰ সন্মুখীন হ’ব লাগিব ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AKRSUbiswajit raiHimanta Biswa Sarma
publisher

publisher

Related Posts

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 
India

May 11, 2025
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d