প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ সংখ্যক জন্মদিন উপলক্ষে বিজেপিৰ গুমা মণ্ডলৰ স্বচ্ছ ভাৰত অভিযান

WhatsApp Image 2021 09 18 at 6.25.54 PM

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ সংখ্যক জন্মদিন উপলক্ষে অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টীৰ সেৱা আৰু সমৰ্পন কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিজেপিৰ গুমা মণ্ডল সমিতিৰ উদ্যোগত গোসাইগাঁও মহকুমা বাবুবিলত স্থিত পাইপ বজাৰত স্বচ্ছ ভাৰত অভিযান চলায় ।

আজিৰ এই কাৰ্য্যসূচীত মণ্ডল সভাপতি নিলেশ্বৰ ৰায়, সাধাৰণ সম্পাদক ৰঞ্জিত অধিকাৰী, ১১৫ নং বুথৰ সভাপতি নিৰানন্দ ৰায়,‌ বাবুবিল ভিচিডিচিৰ অধক্ষ্য গৌতম ৰায়, সত্যপুৰ ভিচিডিচিৰ অধক্ষ্য সঞ্জয় মুৰ্মু, গুয়াবাৰী টিএলচিচিৰ সদস্য লক্ষ্মীৰাম টুডুৰ লগতে মণ্ডলৰ কৰ্মকৰ্তাসকল উপস্থিত থাকি হাতে হাতে ঝাৰু, পাচি লৈ পাইপ বজাৰৰ চৌহদ পৰিস্কাৰ কৰি স্বচ্ছ ভাৰত অভিযান চলায় ।

Exit mobile version