প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ সংখ্যক জন্মদিন উপলক্ষে বিজেপিৰ কচুগাঁও মণ্ডল সমিতিৰ চাফাই অভিযান

WhatsApp Image 2021 09 19 at 6.59.16 PM

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ সংখ্যক জন্মদিন উপলক্ষে অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টীৰ সেৱা আৰু সমৰ্পন ২০ দিনীয়া কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিজেপিৰ কচুগাঁও মণ্ডল সমিতিৰ উদ্যোগত আজি গোসাইগাঁও মহকুমাৰ ভাওৰাগুৰীত বজাৰ, মন্দিৰ, স্কুল চৌহদ স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে সেৱা আৰু সমৰ্পন কাৰ্যসূচী অনুষ্ঠিত কৰে ।

ADVERTISEMENT

আজিৰ এই কাৰ্য্যসূচীত মণ্ডল উপ সভাপতি পাৰ্থ পাল, পুষ্প নাথ বৰ্মন, যুৱ মৰ্চা সাধাৰণ সম্পাদক সুমিত সূত্ৰধৰ, মহিলা মৰ্চা উপ সভাপতি ৰিংকী সাহা প্ৰমূখ্যে মন্ডল কৰ্ম কৰ্তাসকল উপস্থিত থাকে । সকলোৱে হাতে-হাতে ঝাৰু-পাচি লৈ মন্দিৰ, স্কুল, বজাৰৰ চৌহদ পৰিস্কাৰ কৰি আজিৰ এই কাৰ্যসূচী সম্পন্ন কৰে ।

Exit mobile version