Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ATMAৰ অধীনত ২৩০ গৰাকী চুক্তিভিত্তিক কৰ্মীক নিযুক্তি পত্ৰ প্ৰদান কৰিলে অতুল বৰাই

publisher by publisher
March 12, 2026
in Assam, News
Reading Time: 1 min read
0
ATMAৰ অধীনত ২৩০ গৰাকী চুক্তিভিত্তিক কৰ্মীক নিযুক্তি পত্ৰ প্ৰদান কৰিলে অতুল বৰাই
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

অসমৰ কৃষি বিভাগৰ অধীনত থকা Agricultural Technology Management Agency (ATMA)ৰ জৰিয়তে ২৩০ গৰাকী নৱনিযুক্ত প্ৰাৰ্থীক আজি আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা (Atul Bora)য়ে এই নিযুক্তি প্ৰদান কৰে।

ADVERTISEMENT

এই নৱনিযুক্ত বিষয়াসকলে উপ-প্ৰকল্প সঞ্চালক, গাণনিক তথা কেৰাণী, কম্পিউটাৰ প্ৰগ্ৰেমাৰ, খণ্ড প্ৰযুক্তি প্ৰবন্ধক, প্ৰযুক্তি প্ৰবন্ধক আৰু সহকাৰী প্ৰযুক্তি প্ৰবন্ধককে ধৰি বিভিন্ন পদত যোগদান কৰিছে।

তেওঁলোকৰ যোগদানৰ ফলত প্ৰশিক্ষণ, প্ৰদৰ্শনী আদি কাৰ্যসূচীৰ জৰিয়তে আধুনিক কৃষি প্ৰযুক্তি, বৈজ্ঞানিক পদ্ধতি আৰু উন্নত কৃষি সুবিধা পোনপটীয়াকৈ কৃষকসকলৰ ওচৰলৈ লৈ যোৱাত সহায় হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

এই উপলক্ষে মন্ত্ৰী অতুল বৰা (Atul Bora)য়ে কয় যে কৃষি অসমৰ অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ আৰু কৃষকসকলৰ সবলীকৰণৰ বাবে ৰাজ্য চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ। এই নতুন নিযুক্তিৰ জৰিয়তে অসমৰ কৃষি খণ্ডক অধিক গতিশীল, কাৰ্যক্ষম আৰু কৃষকৰ অনুকূল কৰি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

মন্ত্ৰীগৰাকীয়ে নৱনিযুক্ত সকলো বিষয়াক অভিনন্দন জনাই তেওঁলোকে নিষ্ঠা আৰু দায়বদ্ধতাৰে অসমৰ কৃষকসকলৰ সেৱা আগবঢ়াব বুলি আশা প্ৰকাশ কৰে।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন কৃষি আঁচনি সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত Agricultural Technology Management Agency (ATMA)য়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। নৱনিযুক্ত বিষয়াসকলৰ যোগদানৰ ফলত এই আঁচনিসমূহৰ ৰূপায়ণ অধিক গতিশীল হ’ব বুলি আশা কৰা হৈছে।

অনুষ্ঠানত কৃষি বিভাগৰ আয়ুক্ত সচিব তথা কৃষি উৎপাদন আয়ুক্ত(Aruna Rajoria)অৰুণা ৰাজোৰিয়া, কৃষি সঞ্চালক পি. উদয় প্ৰবীণ(P. Uday Praveen), উদ্যান শস্য সঞ্চালক Nripen Das,State Agricultural Management and Extension Training Institute (SAMETI)ৰ সঞ্চালক ৰাজীৱ কুমাৰ ভূঞা (Rajiv Kumar Bhuyan )সহ কৃষি বিভাগ, SAMETI আৰু ATMAৰ বহু বিষয়াই উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d