Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

গভীৰ মানসিক সংকটৰ গৰাহত শিশু

publisher by publisher
September 19, 2021
in Health, News
Reading Time: 1 min read
0
গভীৰ মানসিক সংকটৰ গৰাহত শিশু
2
SHARES
18
VIEWS
ShareShareShareShare

আজিৰ শিশু কাইলৈৰ নাগৰিক। সেয়ে আজিৰ শিশুটিৰ ওপৰতে দেশৰ ভৱিষ্যৎ নিৰ্ভৰ কৰে; কিন্তু কাল কৰ’নাই সেই ভৱিষ্যতক লৈয়ে অশনি সংকেত নমাই আনিছে। দীঘলীয়া হৈ গৈ থকা সাম্প্রতিক জটিল পৰিস্থিতিয়ে অধিকাংশ শিশুৰ জীৱনলৈ স্থবিৰতা নমাই আনিছে। দেও দি ফুৰাৰ বয়সত তেওঁলােক মাহৰ পাছত মাহ বন্দী হ’বলগীয়া হৈছে। ঘৰৰ চাৰিবেৰ অথবা চৌহদৰ ভিতৰত।

ADVERTISEMENT

পৰিস্থিতিৰ জটিলতাৰ ফলত কোনাে কাৰণত বাহিৰ ওলাবলগীয়া হ’লেও শিশুসকলে মুক্ত মনেৰে সেই পৰিৱেশ উপভােগ কৰিব পৰা নােৱাৰে। এই সকলােবােৰৰ বিৰূপ প্ৰভাৱ শিশুসকলৰ শাৰীৰিক, মানসিক সর্বদিশতে পৰিছে। বিদ্যালয়, খেলপথাৰ, সৃষ্টিশীল কার্যৰ অনুষ্ঠান সকলােবােৰ বন্ধ হৈ আছে। শিক্ষাৰ নামত বিদ্যালয়ৰ পৰা অনলাইন পাঠদান চলিছে। অনলাইন শিক্ষাই বেছিভাগ ছাত্র-ছাত্রীকে ঢুকি পােৱাত ব্যৰ্থ হৈছে।

RelatedPosts

শিশুটিৰ পেট বিষাইছে নেকি? 

বেলুচিস্তানত ছাত্ৰ-ছাত্ৰীৰে ভৰ্তি স্কুল বাছত বিস্ফোৰণ!

No need to worry about HMPV:এইছএমপিভিক লৈ উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই কিন্তু সাৱধান !

গতিকে যিসকলে সেয়াও শিক্ষক-শিক্ষয়িত্ৰীৰ পৰা লাভ কৰিব পৰা নাই তেনে শিশুসকলৰ জীৱনৰ গতি আৰু অধিক পিছুৱাই গৈছে। এনেদৰে প্ৰতিটো ক্ষেত্ৰতে জীৱনৰ প্রােজ্জ্বল পথত বাৰে বাৰে হেঙাৰৰ সন্মুখীন হৈছে কাইলৈৰ দেশৰ নাগৰিক আজিৰ শিশুসকল। আৰু কিমান দিনলৈ ক’ভিড অতিমাৰীয়ে সৃষ্টি কৰা এই জটিল পৰিৱেশ বাহাল থাকিব তাক কোনেও নাজানে।

শিশুৰ পৰা বৃদ্ধলৈকে সকলােকে ক’ভিডৰ ভয়াৱহতাই স্পর্শ কৰিছে। ক’ভিডে জীৱনত হা-হুমুনিয়াহ বৃদ্ধি কৰিছে; কিন্তু সকলােতকৈ উদ্বেগৰ সৃষ্টি হৈছে শিশুসকলক লৈ। কোমল বয়সতে শিশুৰ জীৱন হেৰুৱাই পেলাইছে বহুতে। বিভিন্ন দিশেৰে তেনে লক্ষণ ফুটি উঠাৰ পাছত অভিভাৱকে চিকিৎসকৰ দ্বাৰস্থ হ’বলৈ বাধ্য হৈছে। এই সন্দৰ্ভত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইছ)ৰ জ্যেষ্ঠ মনােৰােগ বিশেষজ্ঞ ডাঃ বর্ণালী দাসে কয়, ‘প্ৰতিটো বয়সৰ লােকৰ মানসিক সমস্যাৰ আমি সন্মুখীন হৈছাে।

জীৱনক লৈ অনিশ্চয়তাত ভুগি বিভিন্ন মানসিক ৰােগত আক্রান্ত হােৱা লােক আমাৰ কাষ চাপিছে; কিন্তু সেই সকলােৰে ভিতৰত শিশুসকলৰ অৱস্থাই আটাইতকৈ বেয়া। শিশুসকলে তেওঁলােকৰ বয়সত যিবােৰ মানসিক খাদ্য পাব লাগে সেইবােৰৰ পৰা বিগত ডেৰ বছৰে বঞ্চিত হৈ আছে। এই সমস্যাটো প্ৰথমতে মহানগৰীয় বুলি বহুতে ধাৰণা কৰিছিল; কিন্তু সেয়া নহয়। মহানগৰ, চহৰ, সৰু সৰু নগৰ, গ্রামাঞ্চল সকলােতে এই সমস্যাই গা কৰি উঠিছে।

অৱদ্ধ সময়বােৰ বৃদ্ধি হৈ গৈ থকাত জটিলতাও বাঢ়ি গৈ আছে। অতি শীঘ্ৰে যদিহে এই সময়ৰ অন্ত নপৰে তেন্তে দেশৰ ভৱিষ্যতেই সংকটাপূর্ণ হৈ পৰিব।’ ডাঃ দাসে উদ্বেগেৰে কয় যে মানসিক ৰােগৰ চিকিৎসক উপৰি আন আন বিভাগৰাে চিকিৎসকৰ ওচৰত শিশু ৰােগীৰ ভিৰ বাঢ়িছে। প্রসংগক্রমে চকুৰােগ বিশেষজ্ঞ ডাঃ দীপক ভূঞাই কয় যে শিশুসকলৰ মাজত দৃষ্টিহ্ৰাসৰ সমস্যা বৃদ্ধি হৈছে।

ডাঃ বর্ণালী দাসে কয় যে চকুৰ মায়’পীয়া ৰােগত আক্রান্ত শিশুৰ মাত্রা যথেষ্ট বৃদ্ধি হৈছে। অনলাইন শিক্ষা ব্যৱস্থা আৰু ঘৰত থকা বাবে বহু সময় ম’বাইল ফোন, লেপটপ আদিৰ পর্দাৰ সন্মুখত থকাৰ পৰিণতিতে শিশুৰ মাজত দৃষ্টি শক্তি হ্রাসৰ সমস্যা বাঢ়িছে। এইটো মাত্র এটা বেমাৰৰহে উদাহৰণ বুলি উল্লেখ কৰি তেওঁ কয়, ‘আমি যিবােৰ সমস্যা অভিভাৱকৰ পৰা পাইছাে তাৰ ভিতৰত অন্যতম এটা হ’ল শিশুসকলৰ চাৰিত্ৰিক আৰু আচৰণৰ পৰিৱৰ্তন।

বিভিন্ন সৃষ্টিশীল কামৰ প্রতি আগ্রহ থকা শিশুৱে সেই আগ্রহ হেৰুৱাই পেলাইছে। বয়সৰ লগত যি উৎপতীয়া আচৰণ থাকিব লাগিছিল সেয়াও বহু শিশুৰ ক্ষেত্ৰত নােহােৱা হৈছে। উৎপতীয়া স্বভাৱৰ শিশুও অস্বাভাৱিক ধৰণে গহীন হৈ পৰিছে। এই ধৰণৰ চাৰিত্রিক তথা মানসিক পৰিৱৰ্তন শিশুসকলৰ ভৱিষ্যতৰ বাবে ক্ষতিকাৰক। ‘তেওঁ লগতে জনায় যে মেদবহুলতাৰ দিশে আগবাঢ়িছে বহু শিশু।

এয়া তেওঁলােকৰ স্বাস্থ্যৰ বাবে ভাল নহয়। অন্যতম এটা উদ্বেগৰ বিষয় হিচাপে চিকিৎসকগৰাকীয়ে উল্লেখ কৰে যে বহু শিশুৰ মনােযােগ হাস হৈছে। সমাজৰ লগত সম্পর্ক সীমিত হৈ পৰাত শিশুৰ মাজত একাকীত্বৰ মনােভাৱে গা কৰি উঠা বুলিও চিকিৎসকগৰাকীয়ে উদ্বেগ প্রকাশ কৰে।

তেওঁ কয়, ‘শিশুসকলৰ নিজৰ এখন ৰঙীণ পৃথিৱী থাকে। সেইখনৰ পৰা সুদীর্ঘদিন তেওঁলােক আঁতৰি থাকিব লগা হ’লে শাৰীৰিক, মানসিক সকলােতে বিৰূপ প্ৰভাৱ পৰাটো স্বাভাৱিক। আনকি শিশুসকলৰ মাজত কর্মদক্ষতা হ্রাস হােৱাও দেখা গৈছে। এই নেতিবাচক প্রতিক্রিয়াবােৰৰ পৰিণতি তেওঁলােকৰ ভৱিষ্যতৰ বাবে ক্ষতিকাৰক। এনেবােৰ সমস্যা লৈ অভিভাৱক আমাৰ কাষ চাপিছে।’ বন্ধ পৰিৱেশত কটাবলগীয়া হােৱাত একাংশ শিশুই নতুন কিবা এটা নির্ভয়ে গ্রহণ কৰিবলৈ সংকোচ কৰাৰ এক ধৰণৰ মানসিক সমস্যাৰাে উদ্ভৱ হােৱা বুলি চিকিৎসকগৰাকীয়ে উল্লেখ কৰে।

পৰিত্ৰাণৰ উপায় কি?

বিশিষ্ট মনােৰােগ বিশেষজ্ঞগৰাকীয়ে কয় যে এই সময়ত এক বৈপ্লৱিক পৰিৱৰ্তনৰ প্ৰয়ােজন হৈছে। তেনে পৰিৱর্তনেহে সমাজখনক ভাল দিশলৈ লৈ যাব পাৰিব। শিশুসকলৰ ভৱিষ্যৎ ভাল কৰিবলৈ তেওঁলােকক এই সময়ত অভিভাৱকৰ সর্বোত্তম সহযােগিতাৰ প্রয়ােজন। সামাজিক যােগাযােগে শিশুসকলৰ স্বাভাৱিক বিকাশৰ গতি ত্বৰান্বিত কৰিব। সামাজিক যােগাযােগবােৰ পূৰ্বৰ দৰে স্বাভাৱিক কৰাৰ সুযােগ এই সময়ত নাই যদিও পার্মানে তেওঁলােকৰ লগত অভিভাৱকে সময় কটাব লাগে বুলিও ডাঃ দাসে পৰামৰ্শ আগবঢ়ায়।

শিশুসকলক সৃষ্টিশীল কর্ম আৰু কল্পনা কৰিব পৰা পৰিৱেশাে দিবলৈ তেওঁ অভিভাৱকসকলক পৰামর্শ দিয়ে। প্রসংগক্রমে শিশুসকলৰ উপৰি উপার্জন নিয়ােজিত লােকসকলৰ মাজতাে মানসিক সমস্যা বৃদ্ধি হােৱা বুলি মানসিক ৰােগ বিশেষজ্ঞগৰাকীয়ে জনায়। তেওঁ কয় যে ব্যৱসায়-বাণিজ্যত লােকচান, ভৱিষ্যতৰ সুৰক্ষাক লৈ উদ্বেগ, কর্মহীন হােৱাৰ শংকা আদিৰ ফলত সেইসকল লােকৰ মাজত বিভিন্ন মানসিক ৰােগে ক্রিয়া কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ChildrenDepression
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d