Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

No need to worry about HMPV:এইছএমপিভিক লৈ উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই কিন্তু সাৱধান !

ল'বলগীয়া সাৱধানতাৰ কিটিপ দিলে বিশেষজ্ঞ চিকিৎসকে

publisher by publisher
January 7, 2025
in India, News
Reading Time: 3 mins read
0
No need to worry about HMPV:এইছএমপিভিক লৈ উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই কিন্তু সাৱধান !
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

সাগৰলৈ জাহাজ চলাচল কৰিব পৰাকৈ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা খান্দিলে চীনে

Former Chinese Defence Ministers Wei Fenghe and Li Shangfu:দুর্নীতি কৰাৰ অভিযোগত চীনৰ দুই প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্রীক মৃত্যুদণ্ড

একেৰাহে ৪০ ঘণ্টা হৃৎস্পন্দন বন্ধ থকাৰ পাছতো বাচিল ব্যক্তি

No need to worry about HMPV:

চুবুৰীয়া চীনত এইছএমপিভিৰ সংক্রমণ বিয়পি পৰাৰ সমান্তৰালভাৱে ভাৰততো এই ভাইৰাছ তিনিটিকে শিশুৰ দেহত সংক্রমিত হোৱাৰ পাছত ভয়ৰ কোনো কাৰণ নাই বুলি কেন্দ্রীয় চৰকাৰে আশ্বস্ত কৰিলেও পতিয়ন যোৱা নাই সাধাৰণ লোক। ইতিমধ্যে উদ্বিগ্ন হৈছে দেশবাসী।

ADVERTISEMENT

এই ভাইৰাছ ক’ভিডৰ দৰে প্রাণঘাতী নেকি বুলিও প্রশ্ন উঠিছে।এই পৰিপ্ৰেক্ষিতত বিভিন্ন বিশেষজ্ঞ চিকিৎসকে দেশজুৰি ল’বলগীয়া সাৱধানতা সম্পর্কে পৰামৰ্শ দিছে। এনে পৰামৰ্শ অনুসৰি এইছএমপিভি ক’ভিডৰ দৰে নতুন ভাইৰাছ নহয়। এই ভাইৰাছ আমাৰ দেহৰ বাবে পূর্ব পৰিচিত। শীতকালত বিভিন্ন দেশত প্রকোপ বৃদ্ধি পোৱা ইনফ্লুৱেঞ্জা বা অন্যান্য ভাইৰাছৰ ভিতৰত এইছএমপিভিও অন্যতম।

পাঁচ-ছদিনাৰ মূৰকত নিজে নিজে এই ৰোগ নিৰাময় হয়। সাধাৰণ ভাষাত ক’বলৈ গ’লে চর্দি বা কাহ যদি হয় অথবা ঠাণ্ডা যদি লাগে যি কোনোবিধ ভাইৰাছৰ বাবে হ’ব পাৰে। চিকিৎসকে কয় যে অতি বেছি আক্রান্ত নহ’লে এনে সৰু-সুৰা বেমাৰৰ আঁৰত কোনটো ভাইৰাছ আছে সেয়া চিনাক্ত কৰিবলৈ মানুহে তৎপৰ নহয়। প্রতি বছৰৰ শীতকালত দেশৰ ভাইৰাছৰ সংক্ৰমণ যি হাৰত বৃদ্ধি পায়, এইবাৰো তেনেই হৈছে।

চিকিৎসকে কয়, ‘অস্বাভাবিক কোনো ঘটনা চকুত পৰা নাই। চীনত এই ভাইৰাছক লৈ যথেষ্ট হুলস্থূলৰ সৃষ্টি হৈছে। কিন্তু ক’ভিডৰ পাছত আমাৰ দেশতো সতর্কতা বৃদ্ধি পাইছে। চাৰিৰ পৰা ১৪ বছৰ বয়সৰ শিশুসকল অধিক আক্রান্ত হ’ব পাৰে। তদুপৰি যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম তেওঁলোকৰ বাবে ইয়াৰ সংক্ৰমণ চিন্তাৰ কাৰণ হ’ব পাৰে।’ চিকিৎসকে জনোৱা মতে, সদ্যোজাত শিশু যিদৰে ক’ভিডৰ সময়ত বিশেষ আক্রান্ত হোৱা নাই, একেদৰেই এইছএমপিভিৰ ক্ষেত্ৰতো নৱজাত যথেষ্ট সুৰক্ষিত।

চাৰি বা ততোধিক বয়সৰ শিশুসকল যদি জ্বৰ-চর্দি বা কাহত আক্রান্ত হয়, তেন্তে এই সময়ত তেওঁলোক বিদ্যালয়লৈ যাব নালাগে। বন্ধ গাড়ী, শ্রেণীকোঠা অথবা মানুহৰ ভিৰ থকা বাছ-ৰে’লকে ধৰি অন্যান্য বাহনত থাকা সময়ত মাস্ক পৰিধান কৰি থাকিব লাগে শিশুৱে। অৱশ্যে যদি কোনো শিশু থেলাছেমিয়া বা কৰ্কটৰ দৰে জটিল ৰোগত আক্রান্ত হয়, তেন্তে এই ভাইৰাছৰ সংক্রমণে মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে। সেয়েহে অধিক সতর্ক হোৱাৰ প্রয়োজন আছে। শিশুসকলে আহাৰ গ্ৰহণ কৰাৰ পূৰ্বে যাতে হাত চাবোনেৰে ধোৱে সেই দিশলৈ অভিভাৱকে দৃষ্টি ৰাখিব লাগিব।

পৰিচ্ছন্নতাই সংক্রমণ ৰোধ কৰিব পাৰে বুলিও কয় বিশেষজ্ঞ চিকিৎসকে। ক’ভিডৰ সময়ৰ দৰেই বাহিৰৰ পৰা ঘৰলৈ আহিলে পোছাক সলনি কৰি তথা হাত-মুখ চাবোনেৰে ধুই পিতৃ-মাতৃ বা অন্যান্যসকল শিশুৰ ওচৰ চপা উচিত বুলি সদৰী কৰি দিছে চিকিৎসকে। মন কৰিবলগীয়া যে এই ভাইৰাছ হাঁচি আৰু কাহৰ জৰিয়তে যিহেতু বিয়পে সেয়েহে সাৱধান হ’ব লাগে।

কাহিলে বা হাঁচিয়ালে মুখমণ্ডল এখন ৰুমাল আদিৰে ঢাকি ৰাখিব লাগে। সঘনাই চাবোন, পানী অথবা এলক’হলযুক্ত ছেনিটাইজাৰৰে হাত ধুব লাগে। যথেষ্ট পৰিমাণে পানী আৰু সুষম আহাৰ গ্ৰহণ কৰিব লাগে।

সংক্রমণ হ্ৰাসৰ বাবে বতাহ চলাচলৰ উপযুক্ত ব্যৱস্থা ৰাখিব লাগে। তদুপৰি ৰোগাত্ৰান্তৰ স’তে সংস্পর্শলৈ আহিব নালাগে। সঘনাই চকু, নাক আৰু মুখত হাত দিব নালাগে। ৰাজহুৱা স্থানত থু, খেকাৰ পেলাব নালাগে আৰু চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ দৰব গ্রহণ কৰিব নালাগে। এই মুহূর্তলৈ এইছএমপিভিৰ বাবে কোনো নির্দিষ্ট ‘এন্টিভাইৰেল’ দৰব অথবা ভেকচিন নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ChildrenChinahmpv virusWHO
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d