◆বন্ধৰ ফলত স্তব্ধ হৈ পৰিল ওদালগুৰিৰ স্বাভাৱিক জনজীৱন ।
◆বিটিআৰ চুক্তিৰ পাছত প্ৰথমবাৰৰ বাবে বন্ধ ঘোষণা।
◆’All Bodo People’s’ৰ নামত ঘোষণা হৈছিল এই ১২ ঘণ্টীয়া বন্ধ।
◆কালিৰে পৰা বিভিন্ন মাধ্যমযোগে প্ৰচাৰ হৈছিল এই ঘোষণা পত্ৰ।
◆আজি পুৱা ছয় বজাৰ পৰা সন্ধিয়া ছয় বজালৈ এই বন্ধ ঘোষণা।
◆কোকৰাঝাৰত সংঘটিত এনকাউণ্টাৰৰ বাবে এই বন্ধ ঘোষণা কৰা হৈছে।
◆দুগৰাকী বড়ো যুৱকক ভু্ৱা উগ্ৰপন্থী সজাই এনকাউণ্টাৰ কৰাৰ অভিযোগ।
◆বৰ্তমানলৈ ওদালগুৰিত শান্তিপূৰ্ণভাৱে চলি আছে এই বন্ধ।
◆বন্ধৰ পৰা ৰেহাই দিয়া হৈছে শিক্ষানুষ্ঠান আৰু ফাৰ্মাচী।