বজালীত ভূমাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

বজালীত ভূমাফিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান চলাইছে ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে তৎপৰ বজালী আৰক্ষী ।

প্ৰায় ২০জন মাটিৰ দালালক পাটাছাৰকুছি থানাত আৱদ্ধ কৰি শোধা-পোচা কৰে ।

দুৱাৰ বন্ধ কৰি সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ আৰক্ষীৰ ।

পাটাছাৰকুচি থানাত উত্তেজনা । থানাৰ ভিতৰত একাংশ লোকক বহুৱাই ৰাখিছে আৰক্ষীয়ে ।

থানাত আৱদ্ধ বহু লোকৰ ভিতৰত আছে বহু সম্ভ্ৰান্ত সমাজসেৱী ।

Exit mobile version