Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

১০৪ যাত্ৰীসহ সুৰংগত প্ৰৱেশ কৰিয়েই অদৃশ্য হ’ল এখন ৰেল

publisher by publisher
September 21, 2021
in International, News
Reading Time: 1 min read
0
১০৪ যাত্ৰীসহ সুৰংগত প্ৰৱেশ কৰিয়েই অদৃশ্য হ’ল এখন ৰেল
3
SHARES
27
VIEWS
ShareShareShareShare

সেয়া আছিল ১৯১১ৰ কথা। আজিৰ পৰা প্ৰায় ১১০ বছৰৰ পূর্বে অতি ধুমধামেৰে এখন ৰেলৰ চলাচল আৰম্ভ কৰিছিল ইটালীৰ জেনেটি নামৰ এক ৰেল সংস্থাই। উদ্বোধনীৰ দিনা সংস্থাটোৱে সকলাে যাত্রীকে টিকট বিহীনভাৱে যাত্ৰাৰ সুযােগ প্রদান কৰিছিল।

ADVERTISEMENT

এশজন যাত্রী আৰু ছজন ৰেলকর্মীক লৈ ৰেলখনে যাত্ৰা আৰম্ভ কৰিছিল। অথচ সেই ৰেলখনে গন্তব্যস্থল নাপালেগৈ। কোনাে ধৰণৰ দুৰ্ঘটনাৰ খবৰ নাই, কোনেও মাজপথত ৰেলখন ৰখাই থােৱা নাছিল; আশ্চৰ্যকৰভাৱে নিজৰ যাত্রাপথত ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰে সেই যাত্রীবাহী ৰেলখন।

RelatedPosts

জৰুৰীকালীন অৱতৰণৰ সময়ত দুৰ্ঘটনা ! মেক্সিকোত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ কমেও সাতজন লোকৰ মৃত্যু

ইউনেস্ক’ৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত ইটালীৰ ৰন্ধনশৈলী : বিশ্বত প্ৰথমবাৰলৈ এই বিৰল স্বীকৃতি

মেক্সিকোত মহিলাৰ কোলালৈ আহিল ‘এআই’ নিৰ্দেশত নৱজাতক

আজি পর্যন্ত ৰেলখনৰ সন্ধানতাে বাদেই, ৰেলখনৰ কি পৰিণতি হ’ল সেয়াও কোনেও জানিব নােৱাৰিলে। কোনাে ধৰণৰ সন্ধান নােলাল ৰেলত থকা ১০৪জন যাত্রী আৰু ৰেলকর্মীৰ।

১১০ বছৰৰ আগৰ সেই ৰহস্যজনক ঘটনাই আজিও ইটালীবাসীক শিহৰিত কৰি তােলে। ইমানবােৰ যাত্রী লৈ এখন বিশাল ৰেল কিদৰে মুহূৰ্তৰ ভিতৰতে অদৃশ্য হৈ যাব পাৰে, তাৰ কাৰণ বিজ্ঞানীসকলেও বিচাৰি উলিয়াব নােৱাৰিলে।

শুনা যায় যে অনেক অনুসন্ধান চলােৱা সত্ত্বেও ৰেলখনৰ কোনাে চিহ্ন পর্যন্ত কোনেও বিচাৰি উলিয়াব নােৱাৰিলে। তথ্য অনুসৰি, ৰােমৰ এখন ৰেল ষ্টেছনৰ পৰা এশ যাত্রী আৰু ছজন ৰেলকর্মীক লৈ সেইদিনা ৰেলখনে যাত্ৰা আৰম্ভ কৰিছিল। যাত্রীসকলে সেই যাত্রা যথেষ্ট উপভােগ কৰিছিল।

কিয়নাে সংস্থাৰ তৰফৰ পৰা যাত্রীসকলৰ বাবে ৰাজকীয় খাদ্য-সম্ভাৰৰাে ব্যৱস্থা কৰা হৈছিল। এই যাত্রাৰ উদ্দেশ্য আছিল যাত্রীসকলক ইটালীৰ বিভিন্ন অঞ্চল পৰিদর্শন কৰােৱা। এই যাত্রাপথতে ৰেলখনে এটা সুৰংগ পাৰ কৰিবলগীয়া হৈছিল।

ৰেলখনে ঠিকেই সুৰংগৰ ভিতৰত প্ৰৱেশ কৰিলে, অথচ আজিলৈকে সুৰংগৰ পৰা ওলাই নাহিল। পৰৱৰ্তী সময়ত ৰেলখনৰ সন্ধান কৰিবলৈ বহুতেই সুৰংগত প্রৱেশ কৰি অনুসন্ধান চলাইছিল।

তন্ন তন্নকৈ চলাথ কৰিও কোনেও ৰেলখনৰ চিহ্ন পর্যন্ত নাপালে। পাহাৰৰ বুকু খান্দি সৃষ্টি কৰা এই সুৰংগৰ ভিতৰত আনকি আন কোনাে উপপথ বা সুৰংগ নাছিল। আনকি ৰেলখন দুর্ঘটনাগ্রস্ত হােৱাৰ তথ্যও পােৱা নগ’ল।

স্বাভাৱিকতে এই ৰহস্যজনক ঘটনাই সকলােকে চিন্তিত কৰি তুলিছিল। ৰেলখনত কৰ্মচাৰীসহ মুঠ ১০৬জন যাত্রী আছিল। ইয়াৰে দুজনৰ সন্ধান পৰৱৰ্তী সময়ত পােৱা গৈছিল। সুৰংগৰ বাহিৰৰ পৰা তেওঁলােকক উদ্ধাৰ কৰা হৈছিল।

সেই সময়ত প্রকাশিত খবৰ অনুসৰি, দুয়ােজনেই অসংলগ্ন কথা কৈছিল। সেই ঘটনাৰ সন্দৰ্ভত বিশদভাৱে তেওঁলােকে একো কথাই গম পােৱা নাছিল। অৱশ্যে দুয়ােৰে কথাৰ বিষয়বস্তু একেই আছিল। সুৰংগত প্ৰৱেশৰ মুহূর্ততে সমগ্ৰ ৰেলখনক বগা ধোঁৱাই গ্রাস কৰিছিল।

সেই সময়তে হেনাে দুয়ােজনে কোনােমতে ৰেলৰ পৰা জাঁপ দিছিল। তাৰ পাছত আৰু তেওঁলােকৰ একো মনত নাছিল। ইপিনে, প্রথম বিশ্বযুদ্ধৰ সময়ত বােমা পৰাৰ ফলত সুৰংগৰ মুখখন বন্ধ হৈ পৰাত অনুসন্ধান প্রক্রিয়া স্থগিত ৰখা হয়।

অথচ ইয়াৰ বহু বছৰৰ পাছত সন্ধানহীন ৰেলখনক কেন্দ্ৰ কৰি এনে কিছুমান ঘটনা বা তথ্য প্রকাশলৈ আহিবলৈ ধৰিলে, যিবােৰে সকলােকে আশ্চর্যচকিত কৰি তুলিছিল। মেক্সিকোৰ এজন চিকিৎসকে দাবী কৰে যে বহু বছৰৰ পূর্বে মেক্সিকোৰ এখন হাস্পতালত হেনাে সেই ১০৪জন যাত্রীক ভর্তি কৰােৱা হৈছিল।

তেওঁলােক প্রতিজনেই অসংলগ্ন কথা কৈছিল। প্রতিজনেই কোনাে এখন ৰেলৰ কথা উল্লেখ কৰিছিল আৰু সেই ৰেলত উঠিয়ে তেওঁলােক মেক্সিকো উপস্থিত হােৱা বুলিও কৈছিল। আনকি ইটালীৰ বিভিন্ন প্রান্তত, জার্মানী, ৰােমানিয়া আৰু ৰাছিয়াতাে হেনাে বিভিন্ন সময়ত বিভিন্ন মানুহে ঠিক সেই ধৰণৰে এখন যাত্রী থকা ৰেল দেখা পােৱাৰ কথা দাবী কৰিবলৈ আৰম্ভ কৰিছিল।

প্রত্যক্ষদর্শীয়ে ৰেলৰ যি বর্ণনা দিছিল, সেয়া হুবহু সেই অদৃশ্য হােৱা ৰেলখনৰ দৰে আছিল। সেই সময়ত সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি, ৰেলখনে হেনাে ‘টাইম ট্রেভেল’ কৰি ১৮৪০ৰ মেক্সিকোত উপস্থিত হৈছিল। অৱশ্যে এই সকলাে দাবীৰ পক্ষে সুনির্দিষ্ট প্রমাণ পােৱা নগ’ল।

ফলত ৰেলখনক কেন্দ্র কৰি ‘টাইম ট্রেভেল’ৰ যি কাহিনী বিয়পি পৰিছিল, তাতে কোনেও ছীল-মােহৰ নিদিলে। তথাপি ৰেলখনৰ কি হ’ল বা ৰেলত থকা ১০৪জন যাত্রীয়েই বা ক’লৈ গ’ল, তাৰ কোনাে শুংসূত্র নােলাল। সময় আগবঢ়াৰ লগে লগে এই প্রশ্নও প্ৰৱল হৈ পৰিছে। তৎসত্ত্বেও বন্ধ সুৰংগৰ ভিতৰতে বন্দী হৈ ৰ’ল সেই ‘ভৌতিক ৰেলখনৰ ৰহস্য।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: (train mysterious disappearance)ItalyMexico
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d