Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ইউনেস্ক’ৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত ইটালীৰ ৰন্ধনশৈলী : বিশ্বত প্ৰথমবাৰলৈ এই বিৰল স্বীকৃতি

publisher by publisher
December 12, 2025
in News, world
Reading Time: 1 min read
0
ইউনেস্ক’ৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত ইটালীৰ ৰন্ধনশৈলী : বিশ্বত প্ৰথমবাৰলৈ এই বিৰল স্বীকৃতি
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

ইউনেস্ক’ৰ ঐতিহ্যৰ তালিকাত এইবাৰ পোহৰৰ উৎসৱ দীপাৱলী

তীব্ৰ গৰমত ইউৰোপত মৃত্যু আঠ জন!

Charideo Maidam has been recognized as a World Heritage Site:অসমবাসীৰ বাবে ঐতিহাসিক ক্ষণ

UNESCO:✒️ইটালীৰ বন্ধনশৈলীয়ে ইউনেস্ক’ৰ পৰা দুর্লভসাংস্কৃতিক ঐতিহ্যৰ স্বীকৃতি অর্জন কৰিলে। উল্লেখ্য যে বিশ্বত প্ৰথমবাৰৰ বাবে এখন দেশক এই সম্মান প্রদান কৰা হৈছে। নতুন দিল্লীত অনুষ্ঠিত হৈ থকা ইউনেস্ক’ৰ এক গুরুত্বপূর্ণ সভাই কালি ভাৰতৰ দীপাৱলী উৎসৱক মানৱ জাতিৰ দুর্লভ সাংস্কৃতিক ঐতিহ্যৰ স্বীকৃতি প্রদান কৰে।

ADVERTISEMENT

ইয়াৰ পাছতে ইটালীৰ বন্ধন প্ৰকৰণ শৈলীলৈ সংস্থাটোৱে এই স্বীকৃতি আগবঢ়াইছে ইয়ে বিশ্বৰ প্রেক্ষাপটত দেশখনৰ সম্মান বৃদ্ধিৰ লগতে আন্তর্জাতিক পর্যটকক অধিক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে। ইউনেস্ক’ব এই স্বীকৃতিক লৈ উৎফুল্লিত হৈছে ইটালীৰ প্রধানমন্ত্রী জিঅ’র্জিয়া মেল’নিও।

সামাজিক মাধ্যমত এটা প’ষ্টত প্রধানমন্ত্রীগৰাকীয়ে কয়, ‘বিশ্বত প্ৰথমবাৰৰ বাবে আমি এই স্বীকৃতি লাভ কৰিছো। আমি কোন আৰু আমাৰ পৰিচয় কি তাক এই স্বীকৃতিয়ে সম্মান জনাইছে। আমি ইটালিয়ানসকলৰ বাবে ৰন্ধনশৈলী কেৱল খাদ্য বা বিভিন্ন ৰেচিপিয়ে নহয়, ইয়ে সংস্কৃতি, পৰম্পৰা, কাম আৰু সম্পদক সূচায়।’

এই স্বীকৃতি প্রদানৰ সময়ত ইউনেস্ক’ৱে মতপোষণ কৰে যে ইটালীৰ বন্ধনশৈলী হৈছে বন্ধন প্ৰকৰণৰ পৰম্পৰাৰ এক সাংস্কৃতিক আৰু সামাজিক বান্ধোন। একেদৰে ইটালীৰ চৰকাৰে দেশখনৰ বন্ধন প্রকৰণৰ পৰম্পৰাক এক সামাজিক আচাৰৰূপে অভিহিত কৰি আহিছে। দেশখনৰ চৰকাৰৰ মতে তেওঁলোকৰ বন্ধন প্ৰকৰণৰ শৈলীয়ে পৰিয়ালসমূহ আৰু জন সমষ্টিক বান্ধি ৰাখিছে।

আনহাতে, ইউনেস্ক’ৱে উল্লেখ কৰিছে যে বন্ধন কার্য হৈছে প্রেম প্রকাশৰ এক ভংগিমা। ইটালীৰ লোকসকলে সদায় খাদ্যৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। সপ্তাহটোৰ প্ৰতি দেওবাৰে দুপৰীয়াৰ আহাৰ শিশুৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠজনলৈ সপৰিয়ালে একেলগে গ্ৰহণৰ অলিখিত নিয়ম দেশখনত আছে। ইয়াৰ দ্বাৰা পাৰিবাৰিক বান্ধোনো সৱল হয়।

কাৰণ পৰিয়ালৰ সকলোৱে হাঁহি-ধেমালিৰে দিনৰ আহাৰ গ্ৰহণ কৰে। এই সম্পৰ্কত ৰোমৰ লা ছেপিয়েঞ্জা বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা ইটালীৰ ইউনেস্ক’ অভিযানৰ সহযোগী পিয়েৰ লুইগিয়ে কয়, ‘খাদ্য ৰন্ধাটো হৈছে প্ৰেমৰ ইচাৰা। ইয়াৰ দ্বাৰা আমি কেনেকৈ মৰমৰ আদান-প্রদান কৰো আৰু আনৰ তত্ত্বাৱধান লওঁ সেয়া প্রতিফলিত হয়।’

ৰন্ধা-বঢ়াৰ জৰিয়তে এজনে নিজৰ আৰু আনৰ যতন লোৱাটোও সূচায়। উল্লেখ্য যে ইটালীৰ ৰাষ্ট্ৰীয় জিডিপিৰ ১৫ শতাংশই আহিছে কৃষিজাত খাদ্য যোগান শৃংখলৰ পৰা। গতিকে ইউনেস্ক’ৰ এই স্বীকৃতিয়ে দেশখনৰ কৃষি খণ্ডকো অধিক উজ্জীৱিত কৰাৰ সম্ভাৱনা প্ৰৱল হৈছে। একেদৰে দেশখনত যুগ যুগ ধৰি চলি অহা পৰিয়ালভিত্তিক ৰেস্তোৰাঁসমূহেও অধিক প্রাণ পাব বুলি আশা কৰা হৈছে। শেহতীয়াভাৱে এনে ৰেস্তোৰাঁসমূহ আর্থিক ক্ষেত্রত প্রত্যাহ্বানৰ সন্মুখীন হৈছে। বজাৰত বিৰাজ কৰা আর্থিক জটিলতাই এই ৰেস্তোৰাঁসমূহক প্রত্যাহ্বানৰ সন্মুখনলৈ ঠেলি দিছে। অথচ এনে ৰেস্তোৰাঁসমূহে হৈছে ইটালীৰ ৰন্ধন খাদ্য ব্যৱসায়ৰ ৰাজহাড় স্বৰূপ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১০৩ ইউনেস্ক’ৱে ফ্ৰান্সৰ খাদ্যক ঐতিহ্যৰ তালিকাত অন্তর্ভুক্ত কৰে। একেদৰে এনে স্বীকৃতি স্পেইনৰ আষ্টুৰিয়ান অঞ্চল, ছেনেগালৰ কীবু জেন ডিছ, ব্রাজিলৰ পৰম্পৰাগত খাদ্যয়ো লাভ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ItalyUNESCO
publisher

publisher

Related Posts

Assam

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

September 7, 2026
Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d