বোকাখাতত ২,৪৭৯টা গঁড়ৰ খড়্গ দহন

E 39RlvVEAoNj0e

● আজি বোকাখাতত ২,৪৭৯টা গঁড়ৰ খড়্গ দহন কৰা হয় ।
● বিশ্ব গঁড় দিৱসৰ দিনাই বৃহৎ পদক্ষেপ চৰকাৰৰ ।
● মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, গঁড়ৰ খড়্গৰ কোনো ঔষধি গুণ নাই ।
● গঁড়ৰ খড়্গক লৈ ভুল ধাৰণা লৈ আছে বহুতে ।
● মৃত নহয়, জীৱন্ত গঁড়ৰ খড়্গৰহে মূল্য আছে ।

● ক্ৰমাৎ গঁড়ৰ চোৰাংচিকাৰীৰ সংখ্যা কমি আহিছে ।
● খড়্গ নহয়, জীৱন্ত গঁড় সংৰক্ষণ কৰা আমাৰ দায়িত্ব ।
● আইনী প্ৰক্ৰিয়াৰ বাবে ৯৪টা খড়্গ ৰখা হৈছে ।
● এই খড়্গ সংগ্ৰহালয়ত ৰখা হ’ব ।
● গঁড়ৰ খড়্গ বিক্ৰী কৰি চৰকাৰ চলাব নোৱাৰে ।

Exit mobile version