Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Bank : কোনটো বেংকৰ এটিএমৰ সৰ্বাধিক লেনদেনৰ সীমা কি ? জানাে আহক..

publisher by publisher
September 26, 2021
in India, News
Reading Time: 1 min read
0
Bank : কোনটো বেংকৰ এটিএমৰ সৰ্বাধিক লেনদেনৰ সীমা কি ? জানাে আহক..
4
SHARES
35
VIEWS
ShareShareShareShare

ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই)ৰ দ্বাৰা জাৰি কৰা নিয়ম অনুসৰি, দেশৰ বিভিন্ন চৰকাৰী বা বেচৰকাৰী বেংকে নিজ নিজ গ্রাহকক এক নির্দিষ্ট সংখ্যক বাৰৰ বাবেহে বিনামূলীয়াকৈ এটিএমৰ পৰা ধন উলিওৱাৰ সুবিধা প্রদান কৰিব পাৰে। তাতকৈ অধিক ব্যৱহাৰ কৰিলে এক নির্দিষ্ট মূল্যৰ টকা কর্তন কৰা হয় গ্রাহকৰ পৰা। মুখ্যতঃ সমগ্র দেশতে এটিএম সেৱা উন্নত কৰাৰ বাবে এই সিদ্ধান্ত লৈছিল ভাৰতীয় ৰিজাৰ্ভ বেংকে। সমান্তৰালভাৱে প্ৰতিটো বেংকৰ এটিএমৰ পৰা দৈনিক সর্বাধিক কিমান পৰিমাণৰ ধনৰ লেনদেন হ’ব তাৰাে সীমা বান্ধি ৰখা হৈছে। প্ৰতিটো বেংকৰ এটিএমৰ পৰা এই নির্দিষ্ট পৰিমাণৰ ধনৰ বাহিৰে, এটকাও বেছিকৈ উলিয়াব নােৱাৰি। বেংকসমূহৰ এটিএমৰ সৰ্বাধিক লেনদেন ওপৰত এবাৰ চকু ফুৰাও আহকচোন।

ভাৰতীয় ষ্টেট বেংক

ভাৰতৰ সর্ববৃহৎ চৰকাৰী বেংকিং প্রতিষ্ঠান ভাৰতীয় ষ্টেট বেংক চমুকৈ এছবিআইৰ এটিএমৰ পৰা সাধাৰণ গ্রাহকে দৈনিক ন্যূনতম ১০০ টকা আৰু সৰ্বাধিক ২০ হেজাৰ টকা উলিয়াব পাৰে। আনহাতে যদি গ্রাহকজনৰ হাতত এছবিআইৰ গ্ল’বেল ইণ্টাৰনেচনেল কার্ড থাকে, তেন্তে তেওঁ দৈনিক ৪০ হেজাৰ টকা উলিয়াব পাৰে। একেদৰে যদি কাৰােবাৰ হাতত এছবিআই গােল্ড ইণ্টাৰনেচনেল কার্ড থাকে, তেন্তে সর্বাধিক ৫০ হেজাৰ টকা পর্যন্ত উলিয়াব পাৰে।

পঞ্জাৱ নেচনেল বেংক

এই বেংকৰ সকল গ্রাহকৰ হাতত প্লেটি ডেবিট কার্ড থাকে তেওঁলােকে উক্ত কাৰ্ডৰ মাধ্যমেদি দৈনিক সর্বাধিক ৫০ হেজাৰ টকা বেংকটোৰ এটিএমৰ পৰা উলিয়াব পাৰে। আনহাতে, পিএনবি মাষ্টাৰ ডেবিট কার্ড বা ক্লাছিক ৰূপে কাৰ্ডৰ মাধ্যমেদি এদিনত সর্বাধিক ২৫ হেজাৰ টকালৈ উলিয়াব পাৰে।

এইছডিএফচি বেংক

আন বেংকৰ তুলনাত এইছডিএফচি বেংকৰ এটিএমৰ পৰা দৈনিক ধন উলিওৱাৰ সীমা বহুত বেছি। এই বেংকৰ এটিএমৰ পৰা প্রতিদিনে এক লাখ টকা পর্যন্ত উলিয়াব পাৰি। অৱশ্যে, এই সুবিধা কেৱল প্লেটিনাম ডেবিট কার্ড থকা গ্রাহকসকলৰ বাবেহে উপলব্ধ। অন্য ডেবিট কার্ড গ্রাহকৰ বাবে প্রযােজ্য নহয় এই সুবিধা।

আইচিআইচিআই বেংক

ADVERTISEMENT

আইচিআইচিআই বেংকৰ অফিচিয়েল ৱেবছাইটত দিয়া তথ্য অনুসৰি, বেংকটোৰ গ্ৰাহকে এটিএমৰ পৰা প্লেটিনাম চিপ কাৰ্ডৰ মাধ্যমেদি প্রতিদিনে সর্বাধিক এক লাখ টকালৈকে উলিয়াব পাৰে। আনহাতে, ভিছা ছিগনেচাৰ ডেবিট কার্ডৰ দ্বাৰা দৈনিক উলিয়াব পাৰি ১.৫ লাখ টকা। উল্লেখ্য যে আৰবিআইৰ বৰ্তমানৰ নীতি অনুসৰি, গ্রাহকে যদি এমাহত এক নির্দিষ্ট সংখ্যাতকৈ অধিকবাৰৰ বাবে এটিএম ব্যৱহাৰ কৰে তেন্তে তাৰ পাছত প্রতিবাৰেই এটিএম ব্যৱহাৰৰ বাবে এক নির্দিষ্ট পৰিমাণৰ মাচুল পৰিশােধ কৰিব লাগে। মেট্র’ চহৰসমূহত এই সংখ্যা তিনিবাৰ। আনহাতে, মেট্র’ চহৰৰ বাহিৰত বিনামূলীয়া এটিএম সেৱা ব্যৱহাৰৰ সংখ্যা পাঁচবাৰ।

RelatedPosts

Guwahati:বেংক কৰ্মচাৰীৰ কৰ্মদিন সপ্তাহত পাঁচদিন কৰাৰ দাবীত দেশজুৰি ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নছৰ প্ৰতিবাদ কাৰ্যসূচী

পুনৰ দেশত হ’ব নেকি বিমুদ্ৰাকৰণ ? ৫০০ টকাৰ নোট নিষিদ্ধ কৰাৰ আহ্বান নাইডুৰ 

এছবিআইৰ এটিএম ব্যৱহাৰৰ নিয়ম হ’ল সলনি 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: HDFC BankICICI BankPNBSBI
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d