সেৰফানগুৰী ৰামফলবিল আঞ্চলিক আক্ৰাছুৰ তৰফৰ পৰা সদ্যঘোষিত কমতাপুৰ অটোনমাছ কাউঞ্চিলৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনক সম্বৰ্দ্ধনা

09a2ef06 f843 44d9 b20d 6d0969d553aa

আজি সেৰফানগুৰী ৰামফলবিল আঞ্চলিক আক্ৰাছুৰ লগতে সেৰফানগুৰী ৰামফলবিল আঞ্চলিক সন্মিলনীৰ তৰফৰ পৰা সদ্যঘোষিত কমতাপুৰ অটোনমাছ কাউঞ্চিল চমুকৈ কেএচিৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনক সম্বৰ্দ্ধনা জানোৱা হয়।

উক্ত অনুষ্ঠানত উপস্থিত থাকে আঞ্চলিক আক্ৰাছুৰ সভাপতি সত্তা সুন্দৰ ৰায়, সম্পাদক চন্দ্ৰেশ্বৰ ৰায় উপদেষ্টা প্ৰহ্লাদ অধিকাৰী, সন্মিলনীৰ সভাপতি প্ৰমোদ ৰায়, সম্পাদক মনোৰঞ্জন ৰায়,কোকৰাঝাৰ জিলা আক্ৰাছুৰ সম্পাদক, আঞ্চলিক সন্মিলনীৰ সভাপতি, সম্পাদকৰ লগতে আঞ্চলিক আক্ৰাছুৰ উপদেষ্টা আদিকে ধৰি অইন অইন সদস্যসকলৰ লগতে জেষ্ঠ্য ব্যাক্তিসকল । উক্ত অনুষ্ঠানতে জাতিৰ হকে আত্মবলিদান দিয়া শ্বহীদৰ বেদীত মাল্য অৰ্পণ কৰা হয়।

Exit mobile version