ধেমাজিত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

Screenshot 189

● আজি ধেমাজিত ৰাজ্য চৰকাৰৰ ‌কেবিনেট বৈঠক অনুষ্ঠিত হয় ।
● বৈঠকত ক’বাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
● বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদমেল ।
● ধেমাজিৰ বাবে ৪৩৩ কোটি টকা ধাৰ্য কৰা হৈছে ।
● বান নিয়ন্ত্ৰণৰ বাবে ১৫০ কোটি টকা ধাৰ্য ।
● কাগজ কলৰ বাবে সাতশ কোটি টকা সাহায্য দিয়াৰ সিদ্ধান্ত ।
● ট্ৰাইবেল বেল্টৰ মাটি বিক্ৰীক লৈ নতুন সিদ্ধান্ত ।
● ৮৯খন গাঁৱক লৈ নতুন ট্ৰাইবেল বেল্ট গঠন ।
● প্ৰতিমাহে দিছপুৰৰ বাহিৰত এখনকৈ বৈঠক ।
● নৱেম্বৰৰ প্ৰথম সপ্তাহত পৰৱৰ্তী কেবিনেট ।
● বঙাইগাঁৱত হ’ব পৰৱৰ্তী কেবিনেট ।
● ডিচেম্বৰত হাফলঙত হ’ব কেবিনেট বৈঠক ।

Exit mobile version