Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

publisher by publisher
April 28, 2026
in International, News
Reading Time: 1 min read
0
উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Gunmen Abduct 25 Girls From a High School in Nigeria:নাইজেৰিয়াত অঘটন !

Assam women’s boxer Barnali Baruah Saikia is held hostage in Nigeria:নাইজেৰিয়াত পণবন্দী অসমৰ মহিলা বক্সাৰ বৰ্ণালী বৰুৱা শইকীয়া

গীৰ্জাত বিনামূলীয়া খাদ্য বিতৰণত খবৰ পাইয়ে মানুহৰ ভিৰ ,পদপিষ্ট হয় মৃত প্ৰায় ৩১জন

Nigeria:✒️উত্তৰ-পূৱ নাইজেৰিয়া(Nigeria)ৰ এডামাৱা ৰাজ্য (Adamawa State)ত সংঘটিত এক ভয়ংকৰ সশস্ত্ৰ আক্ৰমণত অন্ততঃ ২৯ জন লোক নিহত হৈছে। ৰাজ্যখনৰ গৱৰ্ণৰে জনোৱা মতে, এখন ফুটবল খেলপথাৰত একত্ৰিত হৈ থকা লোকসকলক লক্ষ্য কৰি দুৰ্বৃত্তই অতৰ্কিতভাৱে গুলীচালনা কৰিছিল।

ADVERTISEMENT

প্ৰাপ্ত তথ্য অনুসৰি, কেমেৰুণ সীমান্তৱৰ্তী অঞ্চলত সংঘটিত এই ঘটনাৰ পাছতে প্ৰশাসনে সতৰ্কতা জাৰি কৰিছে। তথ্য অনুসৰি সন্ত্ৰাসবাদী আৰু স্থানীয় অপৰাধী গেঙৰ মাজত গুলীয়াগুলী সংঘটিত হয়।

ইয়াৰ ফলত অঞ্চলটোত সাম্প্ৰদায়িক সংঘাত বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে, বিশেষকৈ ভূমি অধিকাৰক লৈ দুই ফৈদৰ মাজত ইতিমধ্যে উত্তেজনা চলি থকা পৰিস্থিতিত।

এই ঘটনাৰ পাছতে নাইজেৰিয়া চৰকাৰে ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিছে। উল্লেখযোগ্য যে, দেশখনত সাধাৰণ নিৰ্বাচনলৈ এক বছৰতকৈ কম সময় বাকী থকা অৱস্থাত এই ধৰণৰ হিংসাত্মক ঘটনা বিশেষ উদ্বেগজনক হিচাপে বিবেচিত হৈছে।

ৰাজ্যখনৰ গৱৰ্ণৰ আহমাদু উমাৰু ফিন্টিৰি(Ahmadu Umaru Fintiri)য়ে কয়, “দেওবাৰে দুৰ্বৃত্তই ২৯ জন লোকক হত্যা কৰে। স্থানীয় গমবি চৰকাৰ অধীনস্থ গুয়াকু সম্প্ৰদায়ৰ লোকসকলক লক্ষ্য কৰি এই আক্ৰমণ চলোৱা হৈছিল।”

স্থানীয় বাসিন্দা ফিলিপ আগাবাছে জনোৱা মতে, “আমাৰ লোকসকল ফুটবল খেলপথাৰত সমবেত হৈ আছিল। সেই সময়তে দুৰ্বৃত্তই অস্ত্ৰসহ প্ৰৱেশ কৰি হঠাৎ গুলীচালনা আৰম্ভ কৰে। উপাসনাস্থলী, ঘৰ আৰু বহু মটৰচাইকেলো জ্বলাই দিয়া হয়।”

গৱৰ্ণৰে আৰু কয় যে, “কেবাঘণ্টা ধৰি দুৰ্বৃত্তই নিৰ্বিচাৰে গুলীচালনা চলাই, যাৰ ফলত বহু লোকৰ মৃত্যু হয় আৰু ব্যাপক সম্পত্তি ক্ষতি সাধন হয়।” প্ৰশাসনে এই ঘটনাৰ বাবে বোকো হাৰাম(Boko Haram)ক জগৰীয়া কৰিছে।

ইফালে, সমগ্ৰ ঘটনাৰ দায় স্বীকাৰ কৰিছে ইছলামিক ষ্টেট ৱেষ্ট আফ্ৰিকা প্ৰভিন্স(Islamic State West Africa Province)য়ে। সংগঠনটোৰ দাবী অনুসৰি, “২৫ জন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক নিহত হৈছে, গীৰ্জা জ্বলাই দিয়া হৈছে আৰু প্ৰায় ১০০খন মটৰচাইকেলো ধ্বংস কৰা হৈছে।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: nigeria
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d