Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

খুমটাইৰ সমষ্টিৰ অন্তৰ্গত গেলেকীয়াল গাঁও

স্বাধীনতাৰ ৭৪ বছৰৰ পাছতাে বিভিন্ন সমস্যাৰে জৰ্জৰিত এখন গাঁও

publisher by publisher
October 1, 2021
in Assam, India, News
Reading Time: 1 min read
0
খুমটাইৰ সমষ্টিৰ অন্তৰ্গত গেলেকীয়াল গাঁও
5
SHARES
47
VIEWS
ShareShareShareShare

অসমৰ বুৰঞ্জী প্রসিদ্ধ অঞ্চল সমূহৰ ভিতৰত খুমটাই বিধান সভা সমষ্টিৰ অন্তৰ্গত গেলেকীয়াল গাঁওখনে আহােম ৰাজত্বকালৰ পৰা এক গৌৰৱজ্জল স্বাক্ষৰ বহন কৰি আহিছে ৷

ADVERTISEMENT

গেলেকীয়াল গাঁও খন খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাজহ গাঁৱত অন্তভুক্ত নহ’লেও আহােম সকলৰ ৰাজত্ব কালৰ এখন গাঁও যে আছিল তাৰ যথেষ্ট উদাহৰণ আছে ।

RelatedPosts

Minal Saikia: পথ উদ্বোধন কৰিবলৈ অহা খুমটাইৰ বিধায়ক মৃণাল শইকীয়াক জবাবদিহি কৰিলে ৰাইজে 

Golaghat:খুমটাইত অধিক ভয়াৱহ হাতী-মানুহৰ সংঘাত

খুমটাইৰ আধাৰসত্ৰত এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ

কিন্তু কালচক্ৰত এই গাঁওখন সমীপৰ এটা অংশ ঠেঙাল কছাৰী স্বায়ত্ত শাসিত অঞ্চলত আৰু এটা অংশ বৰুৱাগাঁও অংশত অন্তভুক্ত হয়। এই গাঁওত বাস কৰা লােক সকল আহােম আৰু চুতীয়া সম্প্রদায় হয়।

প্রায় ১৯৫ ঘৰ গৃহস্থিয়ে বসবাস কৰা গাঁওখনত আহােম ৰাজত্ব কালৰ বহুতাে স্মৃতি বিজড়িত হৈ আছে। গাঁওখনৰ কুমুদ বৰা নামৰ এগৰাকী প্রবক্তাই জানিবলৈ দিয়া মতে, গেলেকীয়াল শব্দটো ‘গেৰেকীয়া’শব্দৰ পৰা আহিছে।

কিয়নাে শৰাইঘাট যুদ্ধৰ সময়ত আহােম সেনাপতি বীৰ লাচিত বৰফুকনৰ জন্ম গাঁও বােকাখাত মহকুমাৰ পানীদিঙিয়াৰ গাতে লাগি থকা গেলেকীয়াল গাঁৱত প্রথমে চুতীয়া সম্প্রদায়ৰ মানুহ সংস্থাপিত কৰি যুদ্ধ সঞ্জুলি তৈয়াৰ কৰিবৰ বাবে মাটি গেৰেকায় মাটিৰ পৰা যুদ্ধ সজুলি তৈয়াৰ কৰি গাঁৱখনৰ সমীপৰ কমাৰগাঁৱত কমাৰ শাল বহুৱাই যুদ্ধৰ নিপুন সজুলি তৈয়াৰ কৰিছিল।

মাটি গেৰেকায় যুদ্ধ সজুলি তৈয়াৰ কৰাৰ বাবে এই গাঁও খনৰ নাম গেলেকীয়াল হ’ল বুলি প্রবাদ আছে। আনহাতে গেলেকীয়াল গাঁৱতেই যে আহােম ৰাজত্ব কালত যুদ্ধ সজুলি তৈয়াৰ কৰিবলৈ মাটি গেৰেকাইছিল তাৰ কথা ৰজাদিনীয়া ইতিহাস প্রসিদ্ধ গেলা পুখুৰীটোৱেই তাৰ প্ৰমাণ৷

আনহাতে গাঁওখনৰ উত্তৰ দিশত শিল্পী আইদেউ সন্দিকৈ জন্ম গাঁও পানীদিহিঙীয়াত থকা জিলিমিলি পুখুৰী আৰু গাঁওখনত থকা গেলাপুখুৰী এই দুয়ােটা পুখুৰী যে ৰজাদিনীয়া পুখুৰী এই কথা সর্বজনবিদিত।

ইফালে গেলাপুখুৰীক লৈ মানুহৰ মুখে মুখে চলা এটা প্রবাদ আছে যে এই ৰজাদিনীয়া পুখুৰীটোত এখন সােণৰ নাও আছিল। কোনাে এটা সময়ত ধনশিৰি নদীৰ প্ৰবল বানপানীয়ে পুখুৰীটোৰ উত্তৰ ফালৰ পাৰটো ভাঙি পুখুৰীটোত থকা সােণৰ নাওখন উটাই লৈ গৈছিল।

কিন্তু গাঁওখনৰ কিছু ব্যক্তিৰ মতে ,এই গেলাপুখুৰীত আহােম ৰাজত্বকালত লাে গেৰেকাইছিল। ইয়াৰ উপৰিও গেলেকীয়াল নামৰ উৎপত্তি সম্পৰ্কত কিংবদন্তি আছে যে বছা গেলেকাৰ পৰা আৰু শিৱসাগৰ গেলেকীৰ পৰা মানুহ আহি বাস কৰা বাবে এই গাঁও খনৰ নাম গেলেকীয়াল হৈছে।

কিন্তু ইয়াৰ কোনাে তথ্য প্রমাণ কাৰাে হাতত নাই।কেৱল মুখ ৰােচক কথাহে আছে। আনহাতে এই গেলেকীয়াল গাঁৱতে ইতিহাস প্রসিদ্ধ মুক্তিয়া খাট অৱস্থিত। তুংখুঙীয়া ফৈদৰ ৰজা ৰাজেশ্বৰ সিংহৰ দিনত ডা-ডাঙৰীয়া,বিদ্যান পণ্ডিত, পুৰােহিত সকলক আর্থিক ভাৱে চলিবলৈ একো একোটা এলেকা ৰজাই দান হিচাপে আগবঢ়াইছিল।

তাৰ মাজতে খেতি বাতি কৰি চলিবলৈ কিছু খেতি মাটি দান কৰিছিল। সেই খেতি মাটিখিনিকে তেতিয়াৰ দিনত খাট বােলে৷ ৰজা ৰাজেশ্বৰ সিংহই শাক্ত ধৰ্মৰ প্ৰচাৰৰ বাবে বিশেষ ভুমিকা পালন কৰিছিল আৰু সেই বাবে ৰজাই পুৰােহিত পণ্ডিত, ধর্মগুৰুসকলক এনেদৰে খাট দান কৰিছিল।

১৬০০ শতিকাৰ মধ্যভাগত ৰজাই দিহিং সত্ৰৰ সত্ৰাধিকাৰক এই মুক্তিয়া খাটটো দান কৰিছিল। সত্ৰাধিকাৰ গৰাকীয়ে এই খাটটো পৰিচালনা কৰিবৰ বাবে গেলেকীয়াল গাঁৱৰে প্রয়াত মুহিধৰ শইকীয়াক মুক্তিয়া পাতি দিছিল।

ইফালে মুক্তিয়া খাটটো পৰিচালনা কৰাৰ বাবে বর্তমান সময়ত উক্ত ভূমি মুক্তিয়া খাট বুলি আজিও জনাজাত হৈ আছে। ইয়াৰ উপৰিও ঐতিবাহক গেলেকীয়াল গাঁৱৰ প্ৰয়াত ব্যক্তি সকল ভাৰত স্বাধীনতা আন্দোলনত বিশেষ ভূমিকা আছে।

এই নমস্য ব্যক্তি সকলৰ ভিতৰত প্রয়াত গেলাে চুতীয়া দেশৰ নাম লবই লাগিব। তেখেতে গাঁৱে ভূঞে ঈশ্বৰ গুণানুকীৰ্তন কৰি ঘূৰি ফুৰিছিল বাবে সকলাে তেখেতক গেলাে পাঠেক বুলি কৈছিল।

তেখেতে মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত বিভিন্ন আন্দোলনত অংশগ্রহণ কৰি বৃটিছ শাসনত তিনিমাহ কাৰাবাস খাটিছিল। বিপ্লৱী বীৰ শংকৰ বৰুৱা দেৱে গেলাে চুতীয়া বাসগৃহত থাকিয়েই স্বাধীনতা আন্দোলনৰ আচনি প্রস্তুত কৰিছিল।

কিন্তু দেশে স্বাধীনতা লাভ কৰাৰ পূর্বেই তেখেতৰ মৃত্যু হৈছিল। তেখেতৰ মৃত্যুৰ পাছত তেওঁৰ পুত্র ঘনকান্ত চুতীয়াই পিতৃৰ আদৰ্শক অনুকৰণ কৰি স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল।

মুক্তিযােদ্ধা প্রয়াত ঘনকান্ত চুতীয়াক সকলােৱে ঘনাই ‘পণ্ডিত ‘বুলি চিনি পাইছিল কাৰণ তেওঁ জ্যোতিষ শাস্ত্ৰত পাৰ্গত আছিল। এইজনা শ্বহীদৰ ঘৰতেই ভাৰত ত্যাগ আন্দোলনৰ গােপন বৈঠক বহিছিল।

এইগৰাকী ঘনাই পণ্ডিতে বৃটিছ চৰকাৰৰ ৰােষত পৰি জেলৰ ভাত খাব লগা হৈছিল। জেলৰ পৰা ওলাই আহি পুনৰ ভাৰত ত্যাগ আন্দোলনত দেহ কেহে খাটি দেশ স্বাধীন কৰিছিল আৰু সময়ত অসম চৰকাৰৰ মুক্তিযােদ্ধা পেঞ্চন পাই পৰিয়াল পােহপালন দিছিল।

হে মহান সকলক আমি আজিও গেলেকীয়াল বাসী হিচাপে স্মৰণ কৰাৰ লগতে গৌৰান্বিত বুলি কয় প্রবক্তা কুমদ বৰাই। আনহাতে গাঁওখনৰ জ্যেষ্ঠ ব্যক্তি তথা গাঁওখনৰ একমাত্র ধর্মীয় উপসনা অনুষ্ঠান নামঘৰৰ নামঘৰীয়া প্রফুল্ল বৰাই কয় যে,এটা সময়ত গেলেকীয়াল বুলি ক’লে সমগ্ৰ ৰাজ্যতে চিনি পাইছিল হুচৰি,ভাওনা,নাট আদিৰে শংকৰী কলা সংস্কৃতিৰ এক গৱেষণাৰ পথাৰ নিচিনাকৈ।

এই কলা সংস্কৃতিৰ গৱেষক আছিল প্রয়াত ডিচেম্বৰ বৰা| তেখেতে শংকৰী কলা সংস্কৃতিৰ বিকাশৰ উদ্দেশ্যৰে জন্ম দিছিল ৰূপ সন্ধানী কলা সংঘ নামেৰে এটি অনুষ্ঠানৰ৷ আনহাতে মহাপুৰুষ গুৰুজনাৰ অনুপম সৃষ্টি ভাওনা গেলেকীয়াল গাঁৱৰ এক সুনাম আছে।

৬০ দর্শকতে প্রয়াত ডিমেশ্বৰ বৰা আৰু অৱসৰ প্রাপ্ত শিক্ষক পৰমানন্দ গগৈয়ে কৃত্রিম পােহৰৰে ভাওনাত পােহৰৰ ব্যৱস্থা কৰি দৰ্শকক চমকিত কৰিছিল। আনহাতে গাঁওখনৰ বহু নমস্য ব্যক্তিৰ কেৱল কলা সংস্কৃতিৰ পথাৰখনত জড়িত আছিল এনে নহয়।

নিজৰ গাঁৱৰ লগতে দাঁতিকাষৰীয়া অঞ্চল সমূহত অনুষ্ঠান প্রতিষ্ঠান কৰি সমাজলৈ যথেষ্ট বৰঙণি যােগাই আহিছিল। গাঁওখনৰ নমস্য ব্যক্তি সকলৰ প্ৰচেষ্টাতে ১৯৪৩ চনত গেলেকীয়াল প্রাথমিক বিদ্যালয় স্থাপন কৰিছিল।

গাঁওখনৰ মাজেৰে বুৰঞ্জী প্রসিদ্ধ ধােদৰ আলিৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংযােগী গেলেকীয়াল ন-আলি পথ নির্মাণ কৰিছিল। ১৯৯০ চনত গেলেকীয়াল গাঁও মধ্য ইংৰাজী বিদ্যালয় স্থাপন কৰিছিল যদিও আজি পর্যন্ত চৰকাৰী কৰণৰ ক্ষেত্ৰত ৰাজ্যৰ কোনাে এখন চৰকাৰে গুৰুত্ব প্রদান নকৰাত গাঁও খনৰে উচ্চ শিক্ষিত শিক্ষক সকলে দিন হাজিৰা কৰি দিন অতিবাহিত কৰিছে।

আনহাতে গেলেকীয়াল গাঁৱতেই বৰ্তমান সময়ত কে’বাজনাে মহাবিদ্যালয়ৰ প্ৰবক্তা, অধ্যক্ষ , শিক্ষক-শিক্ষয়িত্ৰী , খেলুৱৈ, সাংবাদিক, আদর্শ কৃষক ,ক্ষুদ্ৰ চাহ খেতিয়ক, চিকিৎসাকর্মী, সাংস্কৃতিক কর্মী আছে।

কিন্তু স্বাধীনতাৰ ৭৪ বছৰ পাছতাে কোনাে, এখন চৰকাৰে গাঁওখনৰ দৰিদ্র সীমাৰেখাৰ তলৰ বাসকৰা লােক সকলৰ সমস্যাৰ ক্ষেত্ৰত গুৰুত্ব প্রদান নকৰিলে বুলি দুখ মনেৰে বয়ােজেষ্ঠ বৰাই আৰু কয় যে, বর্তমান সময়তাে গাওঁখনৰ বহু সংখ্যক লােকে লাভ কৰা নাই প্রধানমন্ত্রী আৱাস গৃহ যােজনাৰ গৃহ। গাঁওখনৰ.সৰহসংখ্যক লােক কৃষি লগত জড়িত যদিও আজি পর্যন্ত বহু সংখ্যক প্রকৃত কৃষকে লাভ কৰা নাই চৰকাৰৰ কৃষি আচঁনিৰ ধন।

আনহাতে বিশুদ্ধ খােৱাপানীৰ পৰা আজিও বঞ্চিত গাঁওখনৰ ৰাইজৰ গাঁওখনৰ মূল পথ বাদে প্রায়বােৰ পথ উপ পথ জৰাজীর্ণা বর্তমান সময়তাে আৰ্চেনিকযুক্ত দমকলৰ পানী ঘৰতে নির্মাণ কৰা সাধাৰণ বালি এঙাৰৰ ফিল্টাৰত পানী চেকি সেৱন কৰি আহিছে একাংশ গাঁওবাসীয়ে।

গাঁওখনৰ মূলপথৰ চাৰি কিলােমিটাৰ ভিতৰত আজিও জৰাজীর্ণ প্রায় দুই কিলােমিটাৰ পথ তাৰে দুই কিলােমিটাৰ পথ ২০২০ চনৰ আৰম্ভণিতে খুমটাই সমষ্টিৰ বিধায়ক গৰাকী কৃপাত পকীকৰণৰ হয়।

আনহাতে গাঁও পঞ্চায়তৰ আচনিৰ পৰাও বঞ্চিত একাংশ গাঁওবাসী ।গাঁওখনৰ পথ উপ পথ সমূহ আজিও জৰাজীৰ্ণ হৈ আছে। ৰাইজে গঠিৰ ধন ভাঙি মেৰামতি কৰে পথ উপ পথ সমূহ৷ গাঁওখনৰ প্রায় ১৫০ বছৰ অধিক হােৱা দুখন গাঁওৰ ৰাইজৰ একমাত্র ধর্মীয় অনুষ্ঠান নামঘৰটোলৈ চৰকাৰৰ অসম দর্শন আঁচনিত অন্তভুক্ত নােহােৱাত ক্ষোভিত ৰাইজ।

ইয়াৰ উপৰিও সমস্যাৰ জৰ্জৰিত গাঁওখনৰ প্ৰধান সমস্যাটো হৈছে। আহােম চুতীয়া সম্প্রদায়ে বাস কৰা গাঁওবাসী ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদত অন্তভুক্ত হৈ থকাতাে ।কাৰণ গাঁওখনৰ এটা অংশৰ প্ৰায় ১০০ ৰাে অধিক গৃহস্থি ঠেঙাল স্বায়ত্ত শাসিত পৰিষদ অন্তভুক্ত হৈ আছে যদিও এপাছি শাকত এটা জালুক দিয়াৰ দৰে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হয় গাঁওবাসী সেয়েহে গাঁওবাসীৰ আশা গাঁওখনত বসবাস কৰা আহােম চুতীয়া সম্প্রদায় লােক সকলক ঠেঙাল স্বায়ত্ত পৰিষদৰ পৰা অন্তভুক্ত হৈ থকা গাঁওখনৰ এটা অংশ স্বায়ত্ত পৰিষদৰ আঁতৰাই পৰিবৰ্তনকামী চৰকাৰ খনে গাঁওবাসীক কৃপাদৃষ্টি কৰিবলৈ আশাবাদী গাঁওবাসী ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Khumtai
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d