Sarbananda Sonowal : ৰাজ্যসভাৰ সাংসদ হিচাপে নতুন দিল্লীত অসমীয়াতে শপতগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ

ৰাজ্যসভাৰ সন্মানীয় অধ্যক্ষ এ ভেংকয়া নাইডুৰ কাৰ্যালয়ত আজি কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী তথা অসমৰ সাংসদৰূপে নিৰ্বাচিত সৰ্বানন্দ সোণোৱালে ভাৰতীয় সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আৰু দেশৰ একতা, অখণ্ডতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত দায়ৱদ্ধতা প্ৰকাশ কৰি ঈশ্বৰৰ নাম লৈ অসমীয়া ভাষাত শপতগ্ৰহণ কৰে ।

Exit mobile version