প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ছামগুৰিৰ বাসগৃহত উপস্থিত বিধায়ক অখিল গগৈ

d8617f1d 9453 449f bb75 1d1df765036c

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ছামগুৰিৰ আমনিৰ বাসগৃহত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰে আলোচনা হুছেইনৰ। আগন্তুক উপ-নিৰ্বাচনক লৈ দুয়োগৰাকী নেতাৰে ৰুদ্ধদ্বাৰ বৈঠক।

ভৱানীপুৰ সমষ্টিত ৰাইজৰ দলে নিৰ্বাচন নেখেলে বুলি বিধায়ক অখিল গগৈৰ মন্তব্য।কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত আসন বুজাবুজি হ’লে ছখন আসনৰ ভিতৰত দুয়োটা দলে চাৰিখন আসন পোৱাটো নিশ্চিত বুলিউ মন্তব্য কৰে বিধায়ক গগৈয়ে। এঘণ্টা ধৰি দুয়োজন নেতাৰ মাজত আলোচনা বৰ্তমানেও চলি আছে ৰকিবুল হুছেইনৰ বাসগৃহত।

Exit mobile version