◆ ওদালগুৰিত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা
◆ উপনিৰ্বাচনৰ বাবে গোসাইগাওঁ সমষ্টিৰ প্ৰাৰ্থী ঘোষণা বিপিএফৰ
◆ গোসাইগাঁৱত বিপিএফৰ প্ৰাৰ্থী হ’ব ধ্ৰুব কুমাৰ ব্ৰহ্ম নাৰ্জাৰী
◆ সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰ স’তে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতা কৰাৰ ইংগিত বিপিএফ সভাপতি হাগ্ৰামা মহিলাৰীৰ
◆ বিজেপিৰ স’তে মিত্ৰতা হোৱাৰ কথাও ঘোষণা মহিলাৰীৰ
◆ ভৱানীপুৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপিএফে সহায় কৰাৰ আশ্বাস ।
গোসাইগাঁৱত বিপিএফৰ প্ৰাৰ্থী ধ্ৰুব কুমাৰ ব্ৰহ্ম নাৰ্জাৰী
-
By publisher

- Categories: Assam, India, News, Politics
- Tags: BPFDhruba Kumar Brahma NarzaryGossaigaon
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025