COVID Vaccine : পর্তুগালত অহা সপ্তাহত বয়স্ক লােকে লাভ কৰিব বুষ্টাৰ প্ৰতিষেধক

covidvaccine1 327257834

পর্তুগালত অহা সপ্তাহৰ পৰা ৬৫ বৰ্ষৰ উৰ্বৰ নাগৰিকসকলে লাভ কৰিব কৰনাৰ তৃতীয় পালি প্রতিষেধক। প্রথম পর্যায়ত দেশখনত অতি কম ৰােগ প্ৰতিৰােধক ক্ষমতা থকা ৮০ বর্ষৰ উৰ্বৰ লােকক কৰ’নাৰ বুষ্টাৰ প্রতিষেধক দিয়া হ’ব।

ADVERTISEMENT

দক্ষিণ ইউৰােপীয় ৰাষ্ট্র পর্তুগাল হৈছে বিশ্বৰ ভিতৰতে সর্বাধিক কৰ’নাৰ টিকাকৰণ সম্পন্ন কৰা দেশ। যােৱা মাহৰ পৰা দেশখনত ৰােগ প্ৰতিৰােধক ক্ষমতা কম থকা ১৬ বছৰ উৰ্বৰ লােকসকলৰাে ক’ভিড টিকাকৰণ আৰম্ভ কৰা হৈছিল।

পর্তুগালৰ স্বাস্থ্য মন্ত্রণালয়ে প্রকাশ অনুসৰি, ক’ভিডৰ প্রতিষেধকৰ দ্বিতীয়পালি লাভৰ ছমাহৰ পাছত তৃতীয় অর্থাৎ বুষ্টাৰ প্রদান কৰিব পাৰি।

Exit mobile version