Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Rajkanya Baruah : শাসকীয় বিধায়েকৰ হেঁচাত আইনৰ সুৰুঙা উলিয়াই দিছিল আৰক্ষীয়ে

মেডিকেল ব'ৰ্ডে নাপালে আইচিইউত চিকিৎসাধীন হোৱাৰ কাৰণ

publisher by publisher
October 7, 2021
in Assam, India, News
Reading Time: 1 min read
0
Rajkanya Baruah : শাসকীয় বিধায়েকৰ হেঁচাত আইনৰ সুৰুঙা উলিয়াই দিছিল আৰক্ষীয়ে
15
SHARES
148
VIEWS
ShareShareShareShare

সুৰামত্ত হৈ বাহন চলাই আঠজনকৈ শ্ৰমিকক মহটিয়াই নিয়া বহুচৰ্চিত মডেল ৰাজকন্যা বৰুৱাক অৱশেষত আজি গ্ৰেপ্তাৰ কৰিলে দিছপুৰ আৰক্ষীয়ে । অসুস্থতাৰ অজুহাত দি থানাত হাজিৰ নোহোৱা বৰুৱাই জিএন‌আৰচিৰ হাস্পতালৰ আইচিইউত ভৰ্তি হৈ থকাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে মহানগৰ আৰক্ষীয়ে গঠন কৰা মেডিকেল ব’ৰ্ডে কালি তেওঁ চিকিৎসাধীন হৈ থকাৰ কোনো কাৰণ নাই বুলি প্ৰতিবেদন দাখিল কৰাৰ পাছতে মডেলগৰাকীক দিছপুৰ আৰক্ষীয়ে দুপৰীয়া গ্ৰেপ্তাৰ কৰে ।

ADVERTISEMENT

তাৰ পাছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত স্বাস্থ্য পৰীক্ষা কৰোৱাই তেওঁক সোধ-পোছ অব্যাহত ৰাখে । তেওঁৰ বিৰুদ্ধে ঘটনাৰ পাছত ৰুজু কৰা গোচৰত ভাৰতীয় দণ্ড বিধিৰ ৩০৮/৩২৬ ধাৰা সংযোজন আৰু নতুন গোচৰৰ ভিত্তিতে কালি দিছপুৰ আৰক্ষীয়ে ৰাজকন্যাক জিএন‌আৰচি হাস্পতালৰ পৰা গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰাব আৰু তেওঁক সাত দিনৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষী সূত্ৰই সদৰী কৰিছে ।

RelatedPosts

Gaurav Gogoi:গৌৰৱ গগৈৰ সোমবাৰৰ সংবাদমেলৰ পাছতে অতিৰিক্ত নিৰাপত্তা প্ৰদান অসম আৰক্ষীৰ

HSLC Examination Started:আজিৰে পৰা আৰম্ভ হ’ল মেট্রিক পৰীক্ষা

Match fixing:সংকটত অসমৰ চাৰি ক্ৰিকেটাৰ !

ইফালে, কালি দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়তো ৰাজকন্যাই জোৰ জুলুমকৈ আইচিইউৰ পৰা আৰক্ষীয়ে চিকিৎসাৰ বাবে উলিয়াই অনা বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ ব্যক্ত কৰে । ৰাজকন্যাই থানাৰ চৌহদত তেওঁৰ হাতত ম’বাইল ফোনটো থকা হ’লে এটা ফোনকলতে ওলাই যাব পাৰিলেহেঁতেন বুলি দম্ভালি মাৰে । পাছত অৱশ্যে যুৱতীগৰাকীৰ মাতৃয়ে এয়া অধিবক্তাক উদ্দেশ্য কৰি কৈছিল বুলি কয় । ইয়াৰ উপৰি ৰাজকন্যা ২০১৭ৰ পৰা মানসিকভাৱে সুস্থ নহয় বুলি মাতৃয়ে উল্লেখ কৰে ।

উল্লেখ্য যে সান্ধ্য আইন ভংগ কৰি দুপৰ নিশা সুৰামত্ত হৈ বাহন চলাই আঠজনকৈ শ্ৰমিকক খুন্দা মাৰি আহত কৰা যুৱতীগৰাকীয়ে এক দিনাই জামিন লাভ কৰাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হয় আৰু অসম আৰক্ষী ব্যাপক সমালোচনাৰ সন্মুখীন হয় । ইয়াৰ পাছতে মহানগৰ আৰক্ষী আয়ুক্তালয়ে দিছপুৰ আৰক্ষীৰ দুজনকৈ বিষয়াক ৰিজাৰ্ভ ক্ল’জ কৰি দুৰ্ঘটনা সংঘটিত কৰা যুৱতীগৰাকীক মঙলবাৰে থানাত হাজিৰ হ’বলৈ জাননী জাৰি কৰিছিল যদিও অসুস্থতাৰ অজুহাত দি পৰিয়ালে হাজিৰ হ’বলৈ ১৪ দিনৰ সময় বিচাৰিছিল ।

ইয়াৰ পাছতে আৰক্ষীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ চিকিৎসকক লৈ এখন মেডিকেল ব’ৰ্ড গঠন কৰি দিয়ে । এই ব’ৰ্ডে কালি জিএন‌আৰচি হাস্পতালত ৰাজকন্যাৰ স্বাস্থ্য পৰীক্ষা কৰি তেওঁক আইচিইউত ভৰ্তি হৈ থকা বা চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ কোনো কাৰণ নাই বুলি প্ৰতিবেদন দাখিল কৰে । ইয়াৰ পাছতে আৰক্ষীয়ে যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য যে এই সমগ্ৰ বিষয়ত জিএন‌আৰচি হাস্পতাল কৰ্তৃপক্ষ‌ও তদন্তৰ আওতালৈ আহিব বুলি মহানগৰ আৰক্ষীৰ আয়ুক্ত হৰমিত সিঙে সদৰী কৰিছে । ঘটনাৰ সন্দৰ্ভত শীৰ্ষ আৰক্ষী বিষয়াজনে কয়, ‘তেওঁক তদন্তৰ বাবে থানালৈ আহিবলৈ জাননী দিয়া হৈছিল । মাতৃয়ে যুৱতীগৰাকীৰ স্বাস্থ্য ভাল নহয় আৰু আইচিইউত ভৰ্তি হৈ থকা বাবে দুসপ্তাহ তদন্তত সহযোগিতা কৰিব নোৱাৰিব বুলি জনালে । এই সন্দৰ্ভত আমি এখন মেডিকেল ব’ৰ্ড গঠন কৰিছিলো আৰু সেই ব’ৰ্ডে তেওঁ সুস্থ বুলি প্ৰতিবেদন দিলে ।’ সমান্তৰালভাৱে ৰাজকন্যাৰ বিৰুদ্ধে ইতিমধ্যে ৰুজু হৈ থকা গোচৰত ৩০৮/৩২৬ দুটা ধাৰাত সংযোজন কৰা হৈছে বুলি আৰক্ষী আয়ুক্তজনে সদৰী কৰি তেওঁৰ বিৰুদ্ধে নতুন গোচৰো ৰুজু কৰা হৈছে বুলি কয় ।

ৰাজকন্যাক গ্ৰেপ্তাৰ কৰাৰ পাছতে দিছপুৰত জোকাৰণি

বহু প্ৰভাৱশালী ব্যক্তিৰে ঘনিষ্ঠ ৰাজকন্যাক গ্ৰেপ্তাৰৰ পাছতে দিছপুৰত জোকাৰণিৰ সৃষ্টি হৈছে । কোনো মন্ত্ৰী বিধায়কৰ হেঁচাত দিছপুৰ আৰক্ষীয়ে ৰাজকন্যাক মুকলি আকাশৰ তললৈ আহিবলৈ সুযোগ প্ৰদান কৰিছিল তাক লৈ সৰব চৰ্চা অব্যাহত আছে । চৰ্চিত খবৰ অনুসৰি, শাসকীয় দলৰ এজন বিধায়কৰ হেঁচাতে দিছপুৰ আৰক্ষীয়ে গোচৰটোত কঠোৰ ধাৰা বলৱৎ কৰা নাছিল । এই বিধায়কজনে এজন শীৰ্ষ আৰক্ষীৰ বিষয়ালৈ ফোন কৰি তাৰ বাবে হেঁচা প্ৰয়োগ কৰে । সেই শীৰ্ষ আৰক্ষী বিষয়াজনে সংশ্লিষ্ট আৰক্ষী বিষয়াক ফোন কৰি গোচৰটোৰ স্থিতি যিমান পাৰে কৰিবলৈ নিৰ্দেশ দিছিল; কিন্তু ৰিজাৰ্ভ ক্ল’জ কৰা এই দুই বিষয়াকে অভিযুক্ত কৰি আৰক্ষী আয়ুক্তালয়ে সমগ্ৰ ঘটনাটোৰ পৰা এৰাই চলিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপিত হৈছে ।

সম্প্ৰতি ৰাজকন্যাক অসুস্থ বুলি চিকিৎসা প্ৰদান কৰি থকা হাস্পতালখন তদন্তৰ আওতালৈ আহিব বুলি আৰক্ষী আয়ুক্তই স্পষ্ট কৰিলেও সেই বিধায়ক, শীৰ্ষ আৰক্ষী বিষয়া তদন্তৰ আওতালৈ আহিব নে নাই সাম্প্ৰতিক সময়ত ই এক গুৰুত্বপূৰ্ণ প্ৰশ্ন । ইফালে, শাসকীয় দলৰ বিধায়কজনৰ উপৰি বিলাসী হোটেলত আপ্যায়নৰ দায়িত্বত থকা ৰাজকন্যাৰ লগত ৰাজ্য চৰকাৰৰ এজন মন্ত্ৰীৰো অতি ঘনিষ্ঠ বুলি ব্যাপক চৰ্চা চলিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam PoliceGMCHRajkanya Baruah
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d