Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

নিচাত মতলীয়া কৈশোৰ ! গোচৰৰ সংখ্যা ২৯৮ শতাংশ বৃদ্ধি

ডেৰ কোটি কিশোৰ-কিশোৰী বিভিন্ন ড্ৰাগছ-সুৰাৰ নিচাত আসক্ত

publisher by publisher
October 8, 2021
in India, News
Reading Time: 1 min read
0
নিচাত মতলীয়া কৈশোৰ ! গোচৰৰ সংখ্যা ২৯৮ শতাংশ বৃদ্ধি
1
SHARES
11
VIEWS
ShareShareShareShare

মুম্বাইৰ প্ৰমোদতৰীত ড্ৰাগছ সেৱনৰ অভিযোগত নাৰ্ক’টিক্স কণ্ট্ৰোল ব্যুৰ’ৰ দ্বাৰা গ্ৰেপ্তাৰ হৈছে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ন খানসহ একাধিক । তেওঁলোকৰ পৰা জব্দ কৰা হৈছে ২১ গ্ৰাম চৰছ, ১৩ গ্ৰাম ক’কেইন, ২২টা এমডিএম‌এ বড়ি । ইয়াৰ পৰিপ্ৰেক্ষিততে প্ৰশ্ন‌ই গা কৰি উঠিছে – দেশৰ তৰুণ প্ৰজন্ম‌ই বাৰু ড্ৰাগছ-সুৰাৰ বানত উটি-ভাহি গৈছে নেকি ? নেচনেল ক্ৰাইম ৰেকৰ্ড্‌ছ ব্যুৰ’ৰ প্ৰতিবেদন অনুসৰি, বিগত দুটা দশকৰ ড্ৰাগছ সম্পৰ্কীয় অভিযোগ দাখিলৰ পৰিমাণ বৃদ্ধি পাইছে ২৯৮ শতাংশলৈ । যি পৰিসংখ্যা আচৰিত হোৱাৰ বাবে যথেষ্ট । এই ভয়াৱহ বৃদ্ধিয়েই ইংগিত কৰিছে দেশত ড্ৰাগছৰ বেহা কিমান ৰমৰমীয়াকৈ চলি আহিছে ।

ADVERTISEMENT

অসমতো যে এনে ড্ৰাগছে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে, সেয়া বিগত কিছু মাহতে স্পষ্ট হৈ পৰিছে । ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আৰম্ভ হোৱাৰ লগে লগে পোহৰলৈ আহিছে ৰাজ্যখনত এই নিষিদ্ধ দ্ৰব্য প্ৰচলনৰ উদ্বেগজনক তথ্য । যাৰ কবলত পৰা সকলৰ গৰিষ্ঠসংখ্যকেই তৰুণ প্ৰজন্মৰ ।

RelatedPosts

ফ্ৰান্স–ভাৰত সাংস্কৃতিক বন্ধনত নতুন মাইলষ্টন

Elon Musk’s Starlink:ভাৰতত অচিৰেই আৰম্ভ হ’ব ‘ষ্টাৰলিংক’ৰ ইণ্টাৰনেট সেৱা

পুটিনৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-আমেৰিকাৰ চুক্তি!

২০২০ত বিজেপিৰ সাংসদ ৰাজীৱ প্ৰতাপ ৰুডিৰ এক প্ৰশ্নৰ উত্তৰত তদানীন্তন কেন্দ্ৰীয় মন্ত্ৰী ৰতনলাল কাটাৰিয়াই এক উদ্বেগজনক তথ্য সদৰী কৰিছিল । কেন্দ্ৰীয় মন্ত্ৰীজনে লোকসভাত জনায় যে সেই মুহূৰ্তত দেশৰ এক কোটি ৪৪ লাখ ১৮ বছৰ অনূৰ্ধ্বৰ কিশোৰ-কিশোৰী কোনো নহয় কোনো ড্ৰাগছ অথবা সুৰাৰ আসক্ত । মন্ত্ৰীজনে সদৰী কৰা পৰিসংখ্যা অনুসৰি, ২০২০ত ৪০ লাখ কিশোৰ-কিশোৰী আফিং জাতীয় নিচাত আসক্ত আছিল । আনহাতে, ১৮ বছৰৰ পৰা ৭৫ বছৰ বয়সৰ ভিতৰত আফিং জাতীয় নিচাত আসক্ত লোকৰ সংখ্যা হৈছে এক কোটি ৯০ লাখ । ইনহেলেণ্ট বা নাকেৰে শুঙা নিচাত আসক্তসকলৰ সংখ্যা ১৮ বছৰ অনূৰ্ধ্বসকলৰ ভিতৰত প্ৰায় ৩০ লাখ । ১৮ৰ পৰা ৭৫ বছৰৰ বয়সীয়ালসকলৰ ভিতৰত এই সংখ্যা ৬০ লাখ ।

ছেডেটিভ বা টোপনি অহা ঔষধ জাতীয় নিচাত আসক্ত ১৮ বছৰ অনূৰ্ধ্বৰ ২০ লাখ কিশোৰ-কিশোৰী । ১৮ৰ পৰা ৭৫ বছৰ বয়সৰ এক কোটি ১০ লাখ লোকে ছেডেটিভ গ্ৰহণ কৰে । কেনেবিজ বা গাঞ্জা জাতীয় ড্ৰাগছত আসক্ত ১৮ বছৰ অনূৰ্ধ্ব কিশোৰ-কিশোৰীৰ সংখ্যা হৈছে ২০ লাখ । ১৮ৰ পৰা ৭৫ বছৰ বয়সীয়া লোকৰ মাজত এই সংখ্যা হৈছে দুই কোটি ৯০ লাখ । হেল্যুচিন’জেন বা বিভ্ৰম সৃষ্টিকাৰী ড্ৰাগছত আসক্ত ১৮ বছৰ অনূৰ্ধ্বৰ দুই লাখ । ১৮ৰ পৰা ৭৫ বছৰ বয়সৰ ভিতৰত ২০ লাখে এই মাদক ব্যৱহাৰ কৰে ।

আনহাতে, ক’কেইন সেৱন কৰা ১৮ বছৰৰ তলৰ কিশোৰ-কিশোৰীৰ সংখ্যা দুই লাখ । ইয়াৰ বিপৰীতে ১৮ বছৰৰ ঊৰ্ধ্বৰ ১০ লাখ লোক ক’কেইনত আসক্ত । ইয়াৰ উপৰি আছে সুৰাৰ নিচা । লোকসভাত দাখিল কৰা প্ৰতিবেদনতে কোৱা হৈছে যে দেশত কমেও ৩০ লাখ ১৮ বছৰ অনূৰ্ধ্বৰ কিশোৰ-কিশোৰী সুৰাৰ নিচাত আসক্ত । আনহাতে, ১৮ বছৰৰ ঊৰ্ধ্বৰ ১৫ কোটি ১০ লাখ লোক সুৰাত আসক্ত ।

বিশেষজ্ঞৰ মতে, বিগত দুটা দশকত বিভিন্ন নিচাসক্তৰ পৰিমাণ দ্ৰুতহাৰত বৃদ্ধি পাইছে । এক পৰিসংখ্যা অনুসৰি, বিগত দুটা দশকত নাৰ্ক’টিক ড্ৰাগছ এণ্ড চাইক’ট্ৰ’পিক ছাব্‌ছষ্টেন্সেছ (এনডিপিএছ) আইনত অভিযোগ দাখিলৰ পৰিমাণ বৃদ্ধি পাইছে প্ৰায় ২৯৮ শতাংশ । ১৮ বছৰ অনূৰ্ধ্বসকলৰ ভিতৰত ইয়াৰ বৃদ্ধিও দুগুণৰ অধিক । বিশেষজ্ঞৰ মতে, প্ৰকৃত সংখ্যাটো আৰু বেছি । কাৰণ বিভিন্ন সময়ত ড্ৰাগছ সেৱনৰ ঘটনাৰ অভিযোগ নথিভুক্ত‌ই নহয় । ২০২০ত লোকসভাত দাখিল কৰা পৰিসংখ্যা অনুসৰি, ১৮ বছৰৰ অনূৰ্ধ্বসকলৰ ভিতৰত দেশত সবাতোকৈ বেছি ব্যৱহাৰ আফিংজাতীয় ড্ৰাগছৰ । এই জাতীয় ড্ৰাগছৰ ভিতৰত পৰে আফিং, মৰফিন, হেৰ’ইন, স্মেক আদি ।

নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ প্ৰতিবেদনত কোৱা হৈছে যে অতিমাৰীৰ সময়ত অৰ্থাৎ ২০২০ত এনডিপিএছ আইনত ধৃত লোকৰ সংখ্যা ২১ শতাংশ বৃদ্ধি পাই ২৬৪ জন হৈছে । ২০১৫ত এই সংখ্যা আছিল ১২৩জন আৰু ২০১০ত মাত্ৰ ৮২জন লোকক এই আইনত গ্ৰেপ্তাৰ কৰা হৈছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Drugsindia
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d