যৌতুক অবিহনে শ্বাহৰূখ খানৰ কন্যা ছুহানাক বিবাহৰ প্ৰস্তাৱ যুৱকৰ

Suhana Khan 1200

অভিনেতা শ্বাহৰূখ খানৰ পূত্র এই সময়ত জেলত। ড্ৰাগছৰ গােচৰত কাৰাগাৰলৈ গৈছে আৰিয়ান। উল্লেখ্য যে শ্বাহৰূখ খানৰ কন্যা ছুহানা খানে এতিয়াও বলিউদত অভিষেক কৰা নাই। কিন্তু ছুহানাৰ উত্তেজক ফটোই ছ’ছিয়েল মিডিয়াত জুই জ্বলাই দিছে।

গুৰুত্বপূর্ণ বিষয়টো হ’ল কম কাপােৰ পিন্ধি ম’বাইলৰে ফটো উঠা আৰু সেই ফটো নিজৰ ছ’ছিয়েল মিডিয়াত দি দিয়াটো এতিয়া ছুহানাৰ দৈনন্দিন কাম হৈ পৰিছে। এই বিষয় লৈ চিন্তিত স্বয়ং বাদশ্বাহ। কিন্তু কন্যাক এই কামৰ পৰা ৰখাব পৰা নাই। উত্তেজক ফটোৰ বাবেই ছ’ছিয়েল মিডিয়াত ছুহানাৰ অনুৰাগী অসংখ্য তথা দৈনিক বৃদ্ধি পাইছে।

কিন্তু যােৱা মাহত এক অঘটন ঘটে ছুহানাক বিবাহৰ প্ৰস্তাৱ দিয়ে এজন ছাত্রই। বিনিময়ত কোনাে যৌতুকো নলয় বুলিও ছুহানাৰ প্রেমিকে ছ’ছিয়েল মিডিয়াত কয়। পিতৃ আৰু মাতৃক এই বিষয়ে অবগত কৰিবলৈ ছুহানক অনুৰােধ কৰে প্রেমিক ছাত্রজনে।

এই ঘটনা জানিব পাৰি শ্বাহৰূখে বিষয়তাে আৰক্ষীক অবগত কৰে লগতে নিজৰ আইনী বিষয়াৰ লগতাে আলােচনা কৰিছিল। কিন্তু আৰক্ষীৰ পৰা কোনাে ইতিবাচক সহাৰি নাপালে। কিন্তু আৰিয়ানৰ ক্ষেত্ৰত কঠোৰ হৈছে আৰক্ষী। ইয়াৰ কাৰণ কি? এতিয়া শ্বাহৰূখৰ অনুৰাগীয়ে শুধিছে। খবৰ অনুসৰি অহা বছৰ কৰণ জহৰৰ নতুন ছবি ‘স্টুডেন্ট অব দ্য ইয়েৰ-৩ ‘ত ছুহানাই বলিউদত আনুষ্ঠানিক অভিষেক কৰিব। কিন্তু এই বিষয়ে কৰণে একো কোৱা নাই। নিমাত শ্বাহৰূখাে।

Exit mobile version