Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Global Hunger Index 2021 : ক্ষুধাতুৰ ভাৰতৰ অৱস্থা উদ্বেগজনক

বিশ্ব ক্ষুধা সূচকত অধিক তললৈ নামিল ভাৰত

publisher by publisher
October 16, 2021
in India, International, News
Reading Time: 1 min read
0
Global Hunger Index 2021 : ক্ষুধাতুৰ ভাৰতৰ অৱস্থা উদ্বেগজনক
6
SHARES
62
VIEWS
ShareShareShareShare

এমুঠি অন্নৰ অভাৱত হাহাকাৰ কৰিছে ভাৰতসহ বিশ্বৰ বিভিন্ন নাগৰিকে । বিশ্ব ক্ষুধাৰ তালিকাত ভাৰতৰ স্থান এইবাৰ অধিক পতন ঘটিল । বিশ্ব ক্ষুধা সূচকত পূৰ্বতকৈ অৱনমিত হৈ ভাৰতৰ স্থান এইবাৰ ১০১ সংখ্যক । বিশ্বৰ ১১৬খন দেশৰ ভিতৰত ভাৰতে এই স্থান লাভ কৰিছে । ২০২০ত ভাৰত আছিল ৯৪ স্থানত । ২০২১ত তাৎপৰ্যপূৰ্ণভাৱে ভাৰতক পাছ পেলাই আগবাঢ়ি গ’ল চুবুৰীয়া পাকিস্তান, বাংলাদেশ আনকি নেপালৰ দৰে দেশ । এই ক্ষেত্ৰত পাকিস্তান, বাংলাদেশ আৰু নেপালতকৈও পাছ পৰি থকা ভাৰতৰ আন এক প্ৰতিবেশী ৰাষ্ট্ৰ চীনৰ স্থান তালিকাৰ একেবাৰে শীৰ্ষত । চীন, ব্ৰাজিল আৰু কুৱেইটকে ধৰি ১৮খন দেশে তালিকাত শীৰ্ষ স্থান লাভ কৰিছে । এই দেশসমূহৰ সূচকৰ স্ক’ৰ পাঁচতকৈও কম ।

ADVERTISEMENT

ক্ষুধা আৰু পৰিপুষ্টিহীনতাৰ পৰিমাপক হৈছে এই বিশ্ব ক্ষুধা সূচক । ধাৰাবাহিকভাৱে স্থান অৱনমিত হোৱা ভাৰতৰ প্ৰায় প্ৰতিখন চুবুৰীয়া দেশেই ক্ষুধা নিবাৰণৰ ক্ষেত্ৰত আৰু নিজ দেশৰ জনগণক পৰিপুষ্টি যোগান ধৰাৰ ক্ষেত্ৰত আগবাঢ়ি থকাটো লক্ষ্যণীয় । আয়াৰলেণ্ডৰ স্বেচ্ছাসেৱী সংস্থা ‘কনচাৰ্ণ ৱৰ্ল্ডৱাইড’ আৰু জাৰ্মান সংস্থা ‘ৱেল্ট হাংগাৰ হিল্ফ’-এ প্ৰস্তুত কৰা এই প্ৰতিবেদনে ক্ষুধাৰ তালিকাত ভাৰতৰ প্ৰায় উদ্বেগজনক অৱস্থাত আছে । এই দুয়োটা সংস্থাই বিশ্বৰ বিভিন্ন দেশত ক্ষুধাৰ পৰিমাণ নিৰ্ধাৰণ কৰে । এই স্ক’ৰ মূলতঃ চাৰিটা দেশৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় কৰা হয় । এইসমূহ হৈছে অপুষ্টি, পাঁচ বছৰ বয়সৰ তলৰ শিশুৰ অপুষ্টিজনিত সমস্যা যেনে বয়স অনুপাতে কম উচ্চতা তথা উচ্চতা অনুপাতে কম ওজন আৰু শিশুৰ মৃত্যুৰ হাৰ আদি । এই পৰিমাপকৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰে যিকোনো দেশৰ অৰ্থনৈতিক অৱস্থান, শিশুৰ স্বাস্থ্য, সম্পদ আবণ্টনৰ ক্ষেত্ৰত বৈষম্যৰ দৰে বিষয়সমূহে ।

RelatedPosts

ভগৱান বুদ্ধৰ শৈশৱ কালত নতুনকৈ আলোকপাত

পাকিস্তানৰ F-16 ধ্বংস কৰাৰ দাবী আফগানিস্তানৰ, ভিডিঅ’ক লৈ সন্দেহ

বিশ্বৰ ভিতৰতে জাপানীসকলৰ মাজত স্থূলতাৰ হাৰ কম

২০০২ত ১০৭খন দেশৰ ভিতৰত ভাৰতৰ স্থান আছিল ৯৪ সংখ্যক । এইবাৰ ১১৬ খন দেশৰ ভিতৰত এই স্থান ১০১ লৈ অৱনমিত হোৱাৰ ফলত বিশ্ব ক্ষুধা সূচকত ভাৰতৰ স্ক’ৰ ২০০০ বৰ্ষৰ ১৩.৮ৰ পৰা ২০১২ আৰু ২০২১ৰ ভিতৰত ২৮.৮-২৭.৫লৈ নামিল । ১৯৯৮ৰ পৰা ২০০২ত ভাৰতত পাঁচ বছৰৰ তলৰ শিশুৰ উচ্চতা অনুপাতে কম ওজনৰ পৰিসংখ্যা আছিল ১৭.১ শতাংশ । প্ৰতিবেদন অনুসৰি, ২০১৬ৰ পৰা ২০২০ৰ ভিতৰত ই ১৭.৩ শতাংশ অৰ্থাৎ সামান্য বৃদ্ধি হৈছে । প্ৰতিবেদনত কোৱা হৈছে যে ক’ভিড-১৯ আৰু ইয়াৰ স’তে সম্পৰ্কিত নিষেধাজ্ঞাৰ ফলত ভাৰত ভয়াবহভাৱে আক্ৰান্ত হৈছে । বিশ্বৰ ভিতৰতে উচ্চতা অনুপাতে শিশুৰ কম ওজনৰ দৰে অপুষ্টিৰ সমস্যা ভাৰততে সৰ্বাধিক । ইপিনে, পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ সূচকৰ ক্ষেত্ৰত ভাৰতৰ অৱস্থাৰ উন্নতি হৈছে ।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে উপযুক্ত খাদ্যৰ অভাৱতে বয়স অনুপাতে কম ওজন আৰু অপুষ্টিৰ কৰাল গ্ৰাসত পৰে একোখন দেশ । ২০২১ৰ ভাৰতৰ স্থান বিগত বৰ্ষতকৈ সাতটা পৰ্যায় অৱনমিত হোৱাৰ ফলতে তালিকা প্ৰস্তুতকাৰী সংস্থাই ইয়াক ভয়াৱহ বুলি চিহ্নিত কৰিছে । অৱশ্যে, চুবুৰীয়া নেপাল (৭৬ স্থান), বাংলাদেশ (৭৬ স্থান), ম্যানমাৰ (৭১ স্থান) আৰু পাকিস্তান (৯২ স্থান) ক্ষুধাৰ তালিকাত বিপজ্জনক শ্ৰেণীৰ অন্তৰ্ভুক্ত হৈছে । এই কথা উল্লেখ কৰি প্ৰতিবেদনত কোৱা হৈছে যে এই দেশসমূহ অৱশ্যে নাগৰিঅৰ খাদ্য যোগানৰ ক্ষেত্ৰত ভাৰততকৈ উন্নত স্থানত আছে ।

মন কৰিবলগীয়া যে বিশ্ব ক্ষুধা তালিকাত ভাৰতৰ পাছত আছে পাপুৱা নিউগিনি, আফগানিস্তান, নাইজেৰিয়া, কংগো, লাইবেৰীয়া, মেজাম্বিক, য়েমেন আৰু ছোমালিয়াকে ধৰি ১৫খন দেশ । প্ৰতিবেদন অনুসৰি, ক্ষুধাৰ বিৰুদ্ধে বিশ্বজোৰা যুঁজখনে ভয়াৱহ ৰূপত গতি হেৰুৱাইছে । বৰ্তমানৰ এই সূচকৰ ওপৰত ভিত্তি কৰি কোৱা হৈছে যে সামগ্ৰিকভাৱে বিশ্ব আৰু বিশেষকৈ ৪৭খন দেশে ২০৩০ত ক্ষুধা নিবাৰণৰ ন্যূনতম পৰ্যায় আহৰণত ব্যৰ্থ হ’ব । এই প্ৰতিবেদনত উল্লেখ যে বিভিন্ন দেশত খাদ্য সুৰক্ষাক পদদলিত হৈছে । বিশ্বৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা সংঘৰ্ষৰ শোচনীয় ৰূপ, জলবায়ু পৰিৱৰ্তন তথা ক’ভিড-১৯ অতিমাৰীয়ে সৃষ্টি কৰা অৰ্থনীতি আৰু স্বাস্থ্যজনিত প্ৰত্যাহ্বানসমূহে সমগ্ৰ বিশ্বতে বুভুক্ষুৰ পৰিমাণ বৃদ্ধি কৰিছে ।

বিভিন্ন অঞ্চল, দেশ, জিলা আৰু সম্প্ৰদায়ৰ মাজত থকা বৈষম্য যদিহে পৰিহাৰ কৰা নহয় তেন্তে সমগ্ৰ বিশ্ব‌ই গভীৰ প্ৰত্যাশাৰে বাট চাই থকা বহনক্ষম উন্নয়ন লক্ষ্য (এছডিছজি)ত উপনীত হোৱাটো বিশ্বৰ বাবে সুদূৰ পৰাহত হৈ পৰিব । এই লক্ষ্যৰ দ্বাৰা বিশ্বজুৰি সম‌উন্নয়নৰ কথা ভাবা হৈছে য’ত কোনো দেশেই প্ৰাথমিক প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত পাছ পৰি নাথাকিব । ২০২১ৰ ক্ষুধাৰ সূচকে এছডিজিলৈ অশনি সংকেত কঢ়িয়াইছে বুলি ক’ব পাৰি । ২০২১ত আশাৰ কোনো বতৰা নাই এই প্ৰতিবেদনত । কিয়নো ক্ষুধাতুৰ লোকৰ সংখ্যা বৃদ্ধি কৰা শক্তিসমূহে এতিয়া ভাল উদ্দেশ্য আৰু সুলক্ষ্যতকৈ ক্ষমতাশালী হৈ উঠিছে । এই নেতিবাচক শক্তিসমূহৰ ভিতৰত সৰ্বাধিক শক্তিশালী ৰূপে চিহ্নিত হৈছে সংঘৰ্ষ, জলবায়ু পৰিৱৰ্তন আৰু ক’ভিড-১৯ । শেহতীয়া বছৰবোৰত ক্ষুধাৰ বিৰুদ্ধে অব্যাহত থকা যুঁজত আহৰণ কৰা সকলোবোৰ অগ্ৰগতি নিশ্চিহ্ন কৰি পেলোৱাৰ ভাবুকি কঢ়িয়াইছে এই বিষয়কেইটাই । প্ৰতিবেদনত এইদৰে উদ্বেগ ব্যক্ত কৰা হৈছে ।

ভাৰতৰ প্ৰতিক্ৰিয়া

ইপিনে, দেশৰ চৰম উদ্বেগজনক অৱস্থা প্ৰকাশৰ পাছত বিশ্ব ক্ষুধা সূচকৰ গণনাত ব্যৱহাৰ কৰা পদ্ধতি অবৈজ্ঞানিক বুলি ভাৰত চৰকাৰে দাবী কৰিছে । এক বিবৃতিত ভাৰত চৰকাৰে কয় যে ২০২১ৰ প্ৰতিবেদনত ভাৰতৰ স্থান ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ ওপৰত ভিত্তি কৰি অৱনমিত কৰা বাবে হতচকিত হৈছে ভাৰত চৰকাৰ । ৰাষ্ট্ৰসংঘৰ সংস্থাটোৰ অসুস্থতাত ভোগা জনসংখ্যাৰ অনুপাত বাস্তৱৰ স’তে সংগতি নথকা তথা গুৰুতৰ পদ্ধতিগত ত্ৰুটি আছে এই সংস্থাৰ পৰিসংখ্যাত । কেন্দ্ৰীয় চৰকাৰে এক বিবৃতিত এই কথা উল্লেখ কৰাৰ লগতে কয় যে বিশ্ব ক্ষুধা প্ৰতিবেদন প্ৰস্তুত কৰা সংস্থা দুটাই প্ৰতিবেদন প্ৰকাশৰ পূৰ্বে তেওঁলোকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰা নাই । প্ৰতিজন লোকে প্ৰতি উপলব্ধ খাদ্য শস্যৰ দৰে অপুষ্টিৰ বিষয়বোৰৰ জোখ-মাখ কৰিবলৈ কোনো বৈজ্ঞানিক পদ্ধতি নাই বুলি ভাৰত চৰকাৰে কয় ।

পুষ্টিহীনতা জুখিবলৈ ওজন আৰু উচ্চতাৰ দৰে পৰিমাপকৰ প্ৰয়োজন আছে বুলিও সম্পূৰ্ণৰূপে টেলিফোনৰ দ্বাৰা সংগৃহীত তথ্যৰ ভিত্তিত গ্ৰহণ কৰা পদ্ধতিৰে আশ্ৰয় লোৱা বুলি ভাৰত চৰকাৰে কয় । এই প্ৰতিবেদনে ক’ভিড পৰিস্থিতিত দেশৰ সমগ্ৰ জনসংখ্যাৰ প্ৰতি খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ চলোৱা বৃহৎ প্ৰচেষ্টাক সম্পূৰ্ণৰূপে অসন্মান কৰা বুলি ভাৰত চৰকাৰে ক্ষোভ ব্যক্ত কৰে । এই ক্ষেত্ৰত তথ্য পৰীক্ষা-নিৰীক্ষাৰ বাবে উপলব্ধ আছে বুলি চৰকাৰে কয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ChinaGlobal Hunger Index 2021indiaNepalPakistan
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d