Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্ৰতিবাদৰত অৱস্থাতে ৰাজপথত কিশোৰীক প্ৰহাৰ হিন্দু সুৰক্ষা দলৰ

    পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

    বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

    খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন

    নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত

    মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

বিশ্বৰ ভিতৰতে জাপানীসকলৰ মাজত স্থূলতাৰ হাৰ কম

publisher by publisher
February 26, 2026
in International, News
Reading Time: 1 min read
0
বিশ্বৰ ভিতৰতে জাপানীসকলৰ মাজত স্থূলতাৰ হাৰ কম

Group of young japanese people with smart phone, Shibuya, Tokyo. People in the image are worn with casual clothes. The man is holding smart phone. Image is taken during Tokyo Istockalypse 2015

2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

সাগৰলৈ জাহাজ চলাচল কৰিব পৰাকৈ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা খান্দিলে চীনে

Former Chinese Defence Ministers Wei Fenghe and Li Shangfu:দুর্নীতি কৰাৰ অভিযোগত চীনৰ দুই প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্রীক মৃত্যুদণ্ড

প্ৰচুৰ প্র’টিন-ভিটামিন আদি যুক্ত আহাৰ নিয়মীয়াকৈ হোৱাৰ পাছতো জাপানী পুৰুষেই হওক বা মহিলাই হওক শৰীৰত মেদ জমা হোৱা দেখা নাযায়। শৰীৰ আটিল বা লাহী কৰি ৰাখে জাপানীসকলে। একেদৰে দেহৰ ছাল আৰু মূৰৰ চুলিও উজ্জ্বল হৈ থাকে। জাপানীসকল এনে স্বাস্থ্যসম্মত শৰীৰক লৈ একপ্ৰকাৰ বিশ্বজুৰি চৰ্চা হয়।

ADVERTISEMENT

একাংশ স্বাস্থ্য বিশেষজ্ঞৰ মতে, জাপানীসকলৰে স্থূলতা বিশ্বব ভিতৰতে কম। বিশ্ব স্বাস্থ্য সংস্থা (হ)ৰ পৰিসংখ্যা অনুসৰি জাপানীসকলৰ মাজত জ্বলতাৰ হাৰ মাথোঁ তিনিৰ পৰা চাৰি শতাংশহে।

ইয়াৰ বিপৰীতে ভাৰতৰ লোকসকলৰ স্থূলতাৰ হাৰে সীমা কেতিয়াবাই অতিক্রম কৰিছে। কাৰণ ভাৰতত স্থূলতাৰ হাৰ প্রায় ২৫ শতাংশ। কাজেই জাপানীসকলৰ স্থূলতা এনেদবে চকুত লগাই কম হোৱাটো বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলৰ বাবে একপ্ৰকাৰ গৱেষণাৰ বিষয়ত পৰিণত হৈছে। অর্থাৎ দৈনিক পুষ্টিকৰ আহাৰ গ্ৰহণৰ পাছতো জাপানীসকলৰ কিয় শৰীৰৰ ওজন বৃদ্ধি নাপায় তাক লৈ চর্চা বা অধ্যয়ন অব্যাহত আছে।

কেনেদৰে শৰীৰৰ ওজন বৃদ্ধি নোহোৱাকৈ ৰাখে জাপানীসকলে?

এই কথা তথ্যগতভাৱে শুদ্ধ যে জাপানীসকলৰ শৰীৰৰ ওজন সাধাৰণতে অত্যধিকভাবে নাবাচে। গতিকে তেওঁলোকৰ অসুখ-বিসুখো সহজে নহয়। গতিকে তেওঁলোক সর্বদা তজবজীয়া হৈ থাকিব পাৰে। একাংশৰ মতে, স্বাস্থ্যৰ ক্ষেত্রত অত্যন্ত সচেতন হোৱাৰ বাবে আহাৰ গ্রহণতো সাৱধানতা অৱলম্বন কৰে।

পেটৰ ৮০ শতাংশ পূর্ণ হ’লেই জাপানীসকলে সাধাৰণতে আহাৰ গ্ৰহণ হ্রাস কৰি আনে। জাপানী এই কাৰ্যৰ নাম ‘হাবা হাচি বু’ বুলি জনা যায়। খাদ্য যিমানেই সুস্বাদু বা লোভনীয় নহওক কিয়, খোৱাৰ ক্ষেত্ৰত জাপানীসকলে সদায় সংযম ধৰি ৰাখে। খাদ্য গ্রহণৰ ক্ষেত্ৰত জাপানীসকলে অবলম্বন কৰা দ্বিতীয়টো পদ্ধতি হ’ল সৰু সৰু পাত্রত বা থালত খাদ্য গ্রহণ কৰে।

খালৰ ওচৰত বহু সংখ্যক সৰু সৰু বাটিত অলপমানকৈ বিভিন্ন ব্যঞ্জন লৈ লাহে লাহে আহাৰ গ্ৰহণ কৰে। যিকোনো পৰিবেশতে জাপানীসকলে এই অলিখিত নিয়ম মানি চলে। ফলত তেওঁলোকৰ শৰীবত অতিৰিক্ত মেদ জমা নহয়। তদুপৰি জাপানীসকলে আহাৰত পৰিমিত পৰিমাণৰ কার্বহাইড্রেট, প্র’টিন আৰু স্নেহজাতীয় দ্রব্য থকাত গুৰুত্ব আৰোপ কৰে।

ফলত শৰীৰ অটুট থাকে। আনহাতে, জাপানীসকলে সংসাধিত খাদ্য প্রায় এবাই চলে। সংসাধিত খাদ্যৰ পৰিৱর্তে সতেজ শাক পাচলি, মাছ আদিৰে খাদ্য তালিকা তেওঁলোকে প্রস্তুত কৰে। তদুপৰি নিয়মীয়াকৈ তেওঁলোকে প্ৰচুৰ পৰিমাণে ফলমূল খায়। ইয়াৰ বিপৰীতে পেকেট পোৱা পানীয়, জাংক ফুড আদি জাপানীসকলে নাখায়েই।

তদুপৰি জাপানীসকলে কেতিয়াও ঠাণ্ডা পানীৰে গা নোধোবে। তেওঁলোকে গৰম পানীৰেহে গা ধোবে। উল্লেখ্য যে গৰম পানীৰে গা ধুলে শৰীৰত তাপ প্ৰতিৰোধী প্ৰ’টিনৰ সৃষ্টি হয়। এই প্ৰ’টিনেও শৰীৰত মেদ জমা হোৱাত বাধা দিয়ে। আনহাতে, বিশ্বৰ অধিকাংশ দেশৰ লোকে নৈশ আহাৰ গ্ৰহণৰ পাছতে শুৱলৈ যায়।

কিন্তু জাপানীসকলে নৈশ আহাৰ গ্ৰহণৰ পাছতে বিছনাত নুঠে। তেওঁলোকে নৈশ অহাৰ গ্ৰহণৰ পাছত কিছুদূৰ খোজ কাঢ়ে। ইয়ে স্বাস্থ্য অটুট ৰখাত ভালেখিনি সহায় কৰে। এনেদৰে তেওঁলোকে নিশা পাঁচ মিনিট সময় খোজ কাঢ়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: China
publisher

publisher

Related Posts

প্ৰতিবাদৰত অৱস্থাতে ৰাজপথত কিশোৰীক প্ৰহাৰ হিন্দু সুৰক্ষা দলৰ
India

October 12, 2026
পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন
Assam

October 11, 2026
বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান
Assam

বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

October 11, 2026
খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন
International

খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন

October 11, 2026
নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত
India

নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026
মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী
India

মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী

October 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d