Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

BTC : গোসাঁইগাঁও সমষ্টিত বিধানসভাৰ উপাধ্যক্ষৰ প্ৰচাৰ

উপ নিৰ্বাচনত পাঁচটা সমষ্টিত জয় নিশ্চিত বিজেপিৰ : ড° নোমল মমিন

publisher by publisher
October 17, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
1
SHARES
9
VIEWS
ShareShareShareShare

উপ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ২৮ নম্বৰ গোসাঁইগাঁও বিধানসভা সমষ্টিত ৰাজনৈতিক নেতা মন্ত্ৰীৰ ভিৰ লাগিছে । উক্ত সমষ্টিৰ ইউ পি পি এল, বিজেপি, অগপৰ যৌথ প্ৰাৰ্থী জিৰন বসুমতাৰীৰ হৈ আজি নিৰ্বাচনী প্ৰচাৰত নামিল বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন ।‌ শাৰদীয় দুৰ্গা পূজাৰ বাবে কিছুদিন বিৰতিৰ পাছত আজিৰে পৰা ৰাজনৈতিক দলৰ প্ৰচাৰ তীব্ৰতৰ হৈ পৰা সময়তে ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীৰ হৈ বিজেপি দলৰ শীৰ্ষ নেতাই আজিৰে পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে ।

ADVERTISEMENT

ড° নোমল মমিনে আজি গোসাঁইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত কাছিয়াবাৰীৰ ঘাকছা অঞ্চলত নিৰ্বাচনী প্ৰচাৰত অংশ লৈ আগন্তুক উপ নিৰ্বাচনত পাঁচটা সমষ্টিতে বিজেপি আৰু মিত্ৰ জোঁটৰ প্ৰাৰ্থীসকলৰ জয় নিশ্চিত বুলি দাবী কৰে । তেওঁ কয় যে, কংগ্ৰেছৰ দিনত লুণ্ঠন, হত্যা সংঘটিত হৈছিল । বিপিএফৰ সময়ত দুৰ্নীতি হৈছিল । কিন্তু বিজেপিৰ দিনত শান্তি প্ৰতিষ্ঠা হৈছে । বড়োসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে দুখন ডাঙৰ চুক্তি সম্পন্ন কৰিছে ।বিজেপি দলে সকলো জাতি-জনগোষ্ঠীৰ সম-উন্নয়ন সম-বিকাশৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ৰাইজৰ স্বাৰ্থৰ বাবে বিভিন্ন জনমুখী আঁচনি হাতত লৈ কাম কৰি আছে । বিজেপিৰ মিত্ৰদল ইউপিপিএলেও বিটিআৰত এক শান্তি আৰু উন্নয়নৰ পৰিৱেশ গঢ়ি তুলিছে ।

RelatedPosts

আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প

প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?

কৌশলেৰে অগপৰ সমষ্টি কাঢ়ি নি মুখ্যমন্ত্রী ‘নিজা মানুহ’ক সংস্থাপিত কৰিবলৈ চেষ্টা চলোৱাৰ চৰ্চা

উন্নয়ন বিচাৰিলে শাসক দলৰ পক্ষত থাকিব লাগে বুলি কয় নোমল মমিনে । বিটিচিৰ যমদুৱাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈ বিজেপিত যোগ দিয়া বিটিচিৰ কাৰ্যবাহী সদস্য ৰেওৰেওৱা নাৰ্জিহাৰীয়ে পৰিচালনা কৰা সভাৰ মুখ্য অতিথিৰ ভাষণত মমিনে জাতী-ধৰ্ম নিৰ্বিশেষে সমষ্টিবাসী ভোটাৰ ৰাইজক ইউপিপিএলৰ প্ৰাৰ্থী জিৰন বসুমতাৰীক বিপূল ভোটত জয়ী কৰাই সমষ্টিৰ উন্নয়ন কৰাৰ সুযোগ দিবলৈ আহ্বান জনায় ।

উক্ত প্ৰচাৰ সভাত বিজেপিৰ প্ৰভাৰী তথা বিটিচিৰ প্ৰাক্তন পৰিষদীয় সদস্য জিতু কিষান, প্ৰদেশ বিজেপিৰ জনজাতি কোষৰ সভাপতি শিৱনাথ ব্ৰহ্ম, কোকৰাঝাৰ জিলা সভাপতি ৰাজকুমাৰ ব্ৰহ্ম, বিজেপিৰ যুৱ নেতা ৰিকেশ আগৰৱালকে ধৰি ইউপিপিএল দলৰ স্থানীয় নেতৃবৃন্দই পাঁচশতাধিক ৰাইজৰ সমুখত ভোট বিচাৰি প্ৰচাৰ চলায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Assembly by pollBJPJiran BasumataryNumal MominUPPL
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d