Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দৈনিক এশ-ডেৰশ বিজ্ঞাপন বিক্ৰী কৰা বিক্রেতাই এতিয়া কেৱল বিক্ৰী কৰে এনভেলপ, শাক, কণী

কাছাৰীৰ মেঘদূত ভৱনৰ সন্মুখৰ ৭০খন বিজ্ঞাপন দোকান হ্রাস পালে ছখনলৈ, অনলাইন আবেদনে ভাত মাৰিছে বহুতৰে

publisher by publisher
October 19, 2021
in Assam, India, News
Reading Time: 1 min read
0
দৈনিক এশ-ডেৰশ বিজ্ঞাপন বিক্ৰী কৰা বিক্রেতাই এতিয়া কেৱল বিক্ৰী কৰে এনভেলপ, শাক, কণী
3
SHARES
33
VIEWS
ShareShareShareShare

‘চৰকাৰী চাকৰিতাে ভাগ্যত নায়েই এতিয়া চৰকাৰী বিজ্ঞাপনাে বিক্ৰী কৰিব নােপােৱা হ’লাে। চাকৰিৰ অনলাইন আবেদন প্রক্রিয়াই আমাৰ ভাত মাৰিলে।

ADVERTISEMENT

এতিয়া আমি ষ্টেণ্ডার্ড ফর্ম, চাকৰিৰ বিজ্ঞাপন বিক্ৰীৰ পৰিৱর্তে বিক্ৰী কৰাে এনভেলপ, শাক, কণী।’ ১৭ বছৰে গুৱাহাটীৰ কাছাৰীস্থিত মেঘদূত ভৱনৰ সমীপত চৰকাৰী চাকৰিৰ বিজ্ঞাপন বিক্ৰীৰে জীৱন জীৱিকাৰ পথ মুকলি কৰা নলবাৰী বেলশৰৰ বলেন বর্মনৰ বক্তব্য এয়া।

RelatedPosts

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰশাসনিক বিষয়াৰ সালসলনি

Gaurav Gogoi Pressmeet:মহানগৰীৰ বেলতলাত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ চাৰিদলৰ উমৈহতীয়া সংবাদমেল

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

বিগত প্রায় পাঁচ বছৰমান ধৰি চৰকাৰী চাকৰিসমূহ অনলাইন প্রক্রিয়াৰে আবেদন কৰাৰ ব্যৱস্থা কৰিছে চৰকাৰে। তাৰ মাজতে অৱশ্যে কেতবােৰ চাকৰি অনলাইন আৰু অফলাইন দুয়ােটা পদ্ধতিৰে আবেদন জনাব পাৰি; কিন্তু সেয়া অতি সীমিত।

অনলাইন ব্যৱস্থাটো আৰম্ভ হােৱাৰ পাছৰে পৰা আবেদনকাৰীয়ে অফলাইনতকৈ অনলাইন প্রক্রিয়াটোক অধিক গুৰুত্ব প্রদান কৰি আহিছে। অনলাইন ফর্ম কিনি তাক পূৰণ কৰি সেইখন ডাকঘৰত জমা দিবলৈ যােৱাতকৈ অধিকাংশই বর্তমান সময়ত অনলাইন পদ্ধতিটোক আঁকোৱালি লৈছে।

যাৰ বাবে বিপদত পৰিছে চৰকাৰী বিজ্ঞাপন বিক্রেতাসকল। তেওঁলােকৰ জীৱিকাৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিছে। অনলাইন ব্যৱস্থা হােৱাৰ পাছৰে পৰা কাছাৰৰ পদপথৰ বিজ্ঞাপন বিক্রেতাৰ সংখ্যা ৯০ শতাংশলৈ হ্রাস পালে।

যাৰ বাবে এতিয়া তেওঁলােকৰ পানীত হাঁহ নচৰা অৱস্থা। তেওঁলােকৰ দুদর্শাৰ বিষয়ে উল্লেখ কৰি বৰ্মনে ‘দৈনিক অগ্রদূত’ক পুনৰ কয়, আমি প্রায় ৭০ জনে বিজ্ঞাপন বিক্ৰীৰে জীৱন জীৱিকা চলাই আছিলাে; কিন্তু এতিয়া মাত্র ছজনহে আছে।

বিজ্ঞাপন বিক্ৰী কৰাৰ লগতে নিজেও কোনাে কোনাে চাকৰিৰ বাবে আবেদন পত্র পূৰণ কৰে। লিখিত প্ৰীক্ষাও দিওঁ; কিন্তু চাকৰি নাপাওঁ। অৱশ্যে আমাৰ লগৰে চাৰিজনে তেনেকৈ চাকৰি পাইছে। মই ২০০৪ৰ পৰা ইয়াত বিজ্ঞাপন বিক্ৰী কৰি আহিছাে।

মােৰ দৰে বহুতে ২০-২২ বছৰে ইয়াত বিজ্ঞাপন বিক্ৰী কৰি পৰিয়াল পােহপাল দি আহিছিল। যিহেতু চৰকাৰী চাকৰি আমাৰ বাবে পৰ্বৰ্তত কাছৰ কণী বিচৰাৰ দৰে কথা। আমিও বেছি আশা নকৰি এইদৰে বিজ্ঞাপন বিক্ৰীৰে চলি আছিলাে।

এই কামটোত উপার্জন যথেষ্ট সন্তোষজনক আছিল বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়, “আমাৰ ভাল বিক্রী হৈছিল। অফলাইন আবেদনকাৰীক ১০ টকাত বিজ্ঞাপনৰ লগতে ষ্টেণ্ডার্ড ফর্ম, দুটাকৈ খাকী ৰঙৰ এনভেলপৰ উপৰি প্রয়ােজন অনুসৰি ডাক টিকট যােগান ধৰিছিলাে।

নিতৌ আমি এহেজাৰ-১৫০০ টকালৈ বিজ্ঞাপন বিক্ৰী কৰিছিলাে। সকলাে খৰচ কৰি নিতৌ ছশ-আঠশ টকা হাতত ৰৈছিল। পুৱা নমান বজাৰ পৰা নিশা আঠন বজালৈ কাছাৰীৰ এই অস্থায়ী দোকানমূহত চাকৰিৰ আবেদনকাৰীৰ ভিৰ আছিল।

অষ্টম শ্রেণী পাছ কৰাৰ পৰা স্নাতকোত্তৰ উত্তীর্ণ, পি এইছ ডি কৰা ছাত্রলৈকে সকলাে আহিছিল চাকৰিৰ বিজ্ঞাপন বিচাৰি৷ ৰাজ্য তথা কেন্দ্ৰ চৰকাৰৰ বিভিন্ন বিভাগৰ খালী পদত আবেদন কৰাৰ বাবে হেজাৰ হেজাৰ আবেদনকাৰীয়ে গিজগিজাই আছিল কাছাৰীৰ এই নির্দিষ্ট ঠাইখিনি; কিন্তু আজি এই স্থানত নাই পূর্বৰ সেই ব্যস্ততা।

পুৱাৰে পৰা ৫০জনতকৈ অধিক বিজ্ঞাপন বিক্রেতা ব্যস্ত হৈ থকা ঠাইখিনিত আজি নীৰৱতাই বাহ লৈছে। বহু বিজ্ঞাপন বিক্রেতা কর্মহীন হােৱাৰ লগতে বহুতে জীৱিকাৰ পথ সলনি কৰিলে বুলি উল্লেখ কৰি বৰ্মনে জাকালি।

উক্ত স্থানতে ঘৰৰ শাক, কণী আদি বিক্ৰী কৰে বুলিও জানিবলৈ দিয়ে। তেওঁ জনােৱা অনুসৰি পূৰ্বতে বিজ্ঞাপন বিক্ৰী কৰা বহুতে এতিয়া চাহ দোকান দিয়াৰ লগতে কোনােৱে গাড়ী চলাই, চৰবত বিক্ৰী কৰি পৰিয়াল পুহি আছে।

বর্তমান বাৰ কমল কুমাৰ, হাজোৰ সমীন কলিতা আৰু দীপক ডেকা, নলবাৰীৰ বিকাশ বর্মন আৰু টিহুৰ ঠাকুৰীয়াই এই স্থানত বিজ্ঞাপন বিক্ৰী কৰি আছে বুলি কয়। বর্তমান অসম চৰকাৰে নিয়ােগ সৃষ্টি কৰিব নােৱৰাৰ বাবেই বিজ্ঞাপনাে নােহােৱা হ’ল বুলি উল্লেখ কৰি সম্প্রতি তেওঁলােকে বিজ্ঞাপনৰ পৰিৱর্তে এনভেলপ, কলম, মাস্ক বিক্ৰী কৰি আছে বুলি হুমুনিয়াহ কাঢ়ে।

শেহতীয়াকৈ ফৰেনচিক ছায়েন্সৰ এল ডি পদৰ বিজ্ঞাপন প্রকাশ হৈছিল যদিও পদৰ সংখ্যা একেবাৰে কম হােৱা বাবে বিজ্ঞাপনটো বিক্ৰী কৰিবলৈ ইচ্ছা নকৰা বুলিও কয় বিক্রেতাসকলে। উল্লেখ্য যে বর্তমান নিতৌ কেৱল ২৫০-৩০০ টকাৰ এনভেলপ বিক্ৰী কৰি আহিছে বিক্রেতাসকলে।

সেয়ে বলেন বর্মনৰ লগতে বাকীকেইজন বিজ্ঞাপন বিক্রেতাই অসম চৰকাৰক পৰবৰ্তী সময়ত বিজ্ঞাপনবােৰ অফলাইন আৰু অনলাইন দুয়ােটা প্রক্রিয়াৰ জৰিয়তে আবেদন কৰাৰ ব্যৱস্থা ৰাখিবলৈ আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Guwahati
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d