Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অকালতে নোহোৱা হ’ল সম্ভৱনাপূৰ্ণ শিল্পী, ভয়ংকৰ পথ দুৰ্ঘটনা দলগাঁৱত

মাতৃ-কন্যাসহ থিতাতে নিহত পাঁচ, গুৰুতৰভাৱে আহত তিনি, আহতসকলক জি এম চি এইচ লৈ প্ৰেৰণ

publisher by publisher
October 31, 2021
in Assam, India, News
Reading Time: 1 min read
0
অকালতে নোহোৱা হ’ল সম্ভৱনাপূৰ্ণ শিল্পী, ভয়ংকৰ পথ দুৰ্ঘটনা দলগাঁৱত
7
SHARES
73
VIEWS
ShareShareShareShare

RelatedPosts

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

Uttar Pradesh Accident:উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত ভয়ংকৰ দুৰ্ঘটনা

Accident:কামৰূপৰ বংশৰত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই বন্ধুৰ

দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত বেচিমাৰীত আজি সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত মাতৃ-কন্যাসহ পাঁচজন লোক থিতাতে নিহত হোৱাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আহত হয় । সূত্ৰ অনুসৰি, তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এ এছ ০৭ জি ৬৭৯৪ নম্বৰৰ ছুইফট ডিজায়াৰ  আৰু বিপৰীতমুখে আহি থকা এ এছ ২৩ চি চি ১০০২ নম্বৰৰ ১২ চকীয়া ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয় ।
বেছিমাৰী ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘতিত এই পথ দুৰ্ঘটনাত ছুইফটৰ যাত্ৰী মাতৃ-কন্যা দৈমাপৰ মঞ্জুৱাৰা বেগম (৩৮) আৰু চানিয়াৰা আখতাৰা (১৪) সহ আৰিমাৰী গাঁৱৰ ইব্ৰাহীম আলী, আব্দুল আৱাল, শ্যামপুৰ গাঁৱৰ হাচেন আলী থিতাতে নিহত হয় ৷ লগতে, ৰফিকুল ইচলাম, আব্বাছ আলী আৰু আব্দুল্লাহ গুৰুতৰভাৱে আহত হয় ৷  ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে দলগাঁও আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত যাত্ৰীসকলক জি এম চি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
https://youtu.be/fmxS6eXXQCU
উল্লেখ্য যে, পিতৃহীনা কিশোৰী কণমানি চানিয়াৰা আখতাৰা এজনী জনপ্ৰিয় ইউটিউবাৰ ৷ সৰুৰে পৰাই আখতাৰাই বিভিন্ন মঞ্চত গান গাই জনপ্ৰিয় হৈ উঠিছিল ৷ আখতাৰাই ইউটিউবৰ শ্বুটিঙৰ বাবে বিভিন্ন ঠাইলৈ গৈছিল  ৷ আজিও তাৰে অংশ হিচাপে তেজপুৰৰ কোনো অঞ্চলত শ্বুটিং কৰি উভতি আহোতেই সংঘটিত হ’ল এই দূৰ্ঘটনাটো ৷ ভৱিষ্যতে উজ্জ্বল সম্ভৱনা থকা এইগৰাকী শিল্পীৰ আজি এইদৰে মৃত্যু হোৱা ঘটনাত সমগ্ৰ অঞ্চলটোৰ ৰাইজ কান্দোনত ভাঙি পৰে ৷ কণমানি শিল্পীগৰাকীৰ মৃত্যুত অঞ্চলটোত বিস্তৰ ক্ষতি হ’ল বুলি অঞ্চলটোৰ ৰাইজে জানিবলৈ দিছে  ৷ আনহাতে, পিতৃহীনা আখতাৰাৰ মাতৃৰ স’তে মৃত্যু হোৱাত ইহসংসাৰত থাকিল কণমানি দুগৰাকী ভাতৃ-ভগ্নী  ৷
https://youtu.be/x0An7MlHWic
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ACCIDENTBechimariSania Akhtara
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d