মৰিয়নি-ভৱানীপুৰ সমষ্টিত জয়লাভ বিজেপিৰ

258950 untitled design 24

মৰিয়নিত গৰিষ্ঠ সংখ্যক ভোটত জয়লাভ ৰূপজ্যোতি কুৰ্মীৰ ।

ভৱানীপুৰ সমষ্টিত জয়ী ফণীধৰ তালুকদাৰ ।

গোসাঁইগাঁও-থাওৰাত অগ্ৰগতি বিজেপিৰ ।

পাঁচোটা সমষ্টিত জয় নিশ্চিত হোৱাৰ পাছতে টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

Exit mobile version